বিমান বন্দৰত ডিজিটেল ইণ্ডিয়াৰ চকা পানচাৰ। কোভিড টেষ্টত নগদ লেনদেন। বহিঃৰাজ্যৰ কোভিড ৰিপোর্ট নামানে অসমে। শাৰীৰিক দূৰত্ব মানে যেন ঠেলা-হেঁচা। বিৰাট বিশৃংখলতাৰে বিমান বন্দৰত কোভিড পৰীক্ষা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ