• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আয় ৩৬২ কোটি

আয় ৩৬২ কোটি

6 years ago
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

17 minutes ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

5 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

6 hours ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

14 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

15 hours ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

15 hours ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

16 hours ago
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

16 hours ago
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

16 hours ago
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

17 hours ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

18 hours ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

আয় ৩৬২ কোটি

Highest paid অভিনেতাৰ তালিকাত অক্ষয় কুমাৰ

editor by editor
August 12, 2020
in চিনেমা
0
আয় ৩৬২ কোটি
0
SHARES
69
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সময় খুব ভাল গৈছে বলীউডৰ খিলাড়ী কুমাৰ অক্ষয়ৰ। ২০২০ চনৰ Highest Paid অভিনেতাৰ তালিকা প্ৰকাশ কৰিছে বিশ্ববিখ‍্যাত মেগাজিন ‘ফবর্ছ’এ। সেই তালিকাৰ প্ৰথম দহৰ ভিতৰত স্থান পাইছে একমাত্ৰ ভাৰতীয় অভিনেতা অক্ষয় কুমাৰে। এই তালিকাৰ শীর্ষত আছে হলীউড অভিনেতা ডুয়েন জনচন। তালিকাৰ ষষ্ঠ স্থানত আছে অক্ষয় কুমাৰ। উল্লেখযোগ‍্য যে ২০১৯ চনৰ জুন মাহৰ ২০২০ চনৰ জুনলৈকে তালিকাৰ শীর্ষত থকা অভিনেতা জনচনে উপার্জন কৰিছে ৮৭.৬ মিলিয়ন ডলাৰ। তাৰ পাছতে অভিনেতা ৰায়ান ৰেণল্ডছে উপার্জন কৰিছে ৭১.৫ মিলিয়ন ডলাৰ। সেই সময়ছোৱাত অক্ষয় কুমাৰৰ আয় ৪৮.২ মিলিয়ন ডলাৰ। এই তালিকাত থকা অন‍্যান‍্যসকলক হৈছে মার্ক ওয়ালবার্ড, ভীনন ডিজেল, উইলছ স্মিথ, জাকি চান প্ৰমুখ‍্য। জনা গৈছে যে অক্ষয় কুমাৰৰ উপার্জনৰ মূল‍্য আহিছে বিজ্ঞাপনৰ পৰা। ক’ৰোনা ভাইৰাছৰ বাবে অক্ষয় কুমাৰৰ কোনো ছবি মুক্তি পোৱা নাই। যদি ছবিগৃহত ছবি মুক্তি হ’ল হয়, তেতিয়া হ’লে অক্ষয়ৰ উপার্জন অধিক বৃদ্ধি হ’ল হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akshay kumarBollywood industry
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’
অসম

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

September 14, 2026
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?
বিনোদন

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

September 12, 2026
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?
বিনোদন

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

September 9, 2026
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?
বিনোদন

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

September 8, 2026
Next Post
ক’ৰোনাৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনৰ গুৰুত্বপূর্ণ নির্দেশনা

ক’ৰোনাৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনৰ গুৰুত্বপূর্ণ নির্দেশনা

বাংগালুৰুত ৰহস্যজনক মৃত্যু নগাঁৱৰ যুৱতীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.