২২ জুনৰ পৰা আৰম্ভ হ’ব অম্বুবাচী মেলা৷
২৫ জুনলকৈ বন্ধ থাকিব কামাখ্যা মন্দিৰৰ দুৱাৰ৷
পূৰ্বৰ দৰে এইবাৰো অম্বুবাচীত নাথাকিব কোনো VIP পাছৰ ব্যৱস্থা৷
VIP, VVIP য়েও সাধাৰণ ব্যক্তিৰ দৰেই কৰিব লাগিব কামাখ্যা দৰ্শণ৷
সন্ধিয়া ৮ বজাত বন্ধ কৰি দিয়া হ’ব কামাখ্যালৈ যোৱা পথ৷
নিশা বন্ধ থাকিব পাণ্ডু ঘাটৰ পৰা কামাখ্যালৈ অহা পথ৷
পাণ্ডু বন্দৰত পতা হ’ব অম্বুবাচীৰ প্ৰধান উদ্বোধনী অনুষ্ঠান৷
অতিথিৰ বাবে পাণ্ডু ঘাটত নিৰ্মাণ কৰা হ’ব অস্থায়ী কেম্প৷
কামাখ্যা জংছনৰ কাষতেই হ’ব অস্থায়ী কেম্প৷
এইবাৰ যধেমধে কোনোৱে বিলাব নোৱাৰিব খাদ্য৷
যতে ততে কোনোৱে ভাণ্ডাৰ বহোৱাবও নোৱাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ