• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বিদায় কেবিচি’, কেবিচিক অন্তিম সম্ভাষণ বিগবিৰ! পৰৱৰ্তী কোন হ’ব ঘোষক?

‘বিদায় কেবিচি’, কেবিচিক অন্তিম সম্ভাষণ বিগবিৰ! পৰৱৰ্তী কোন হ’ব ঘোষক?

2 years ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

47 minutes ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

3 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

3 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

4 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

4 hours ago
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

5 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

14 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

14 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

14 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

15 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

15 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘বিদায় কেবিচি’, কেবিচিক অন্তিম সম্ভাষণ বিগবিৰ! পৰৱৰ্তী কোন হ’ব ঘোষক?

editor by editor
March 12, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
‘বিদায় কেবিচি’, কেবিচিক অন্তিম সম্ভাষণ বিগবিৰ! পৰৱৰ্তী কোন হ’ব ঘোষক?
0
SHARES
873
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘বিদায় কেবিচি’, কেবিচিক অন্তিম সম্ভাষণ বিগবিৰ! পৰৱৰ্তী কোন হ’ব ঘোষক?

টেলিভিছনৰ অন্যতম জনপ্ৰিয় অনুষ্ঠান কৌন বানেগা কোৰপতি (KBC)। এই টিভি শ্ব’ ইয়াৰ প্ৰগ্ৰেম ফৰ্মেট আৰু ঘোষক বিগ বি অমিতাভ বচ্চনৰ বাবে প্ৰতি ভাৰতীয়ৰ পছন্দৰ অনুষ্ঠান হৈ পৰিছে। কিন্তু এতিয়া কেবিচি দৰ্শক তথা অনুৰাগীৰ ববে এক দুখবৰ, কেবিচি এৰিব পাৰে বিগ বি অমিতাভ বচ্চনে।

আজি এই চলিত ছিজনৰ অন্তিম অনুষ্ঠান। এই ১৬ সংখ্যক অনুষ্ঠান বিগত ২৫ বছৰে ধৰি দৰ্শকৰ মৰম বুটলি আছিল। আজি টেলিকাষ্ট হব লগা এই অনুষ্ঠানত অন্তিমবাৰৰ বাবে দেখা যাব অমিতাভ বচ্চনক। অমিতাভে এই বিষয়ে সদৰি কৰি কিছু আৱেগিক হৈ পৰে। তেখেতে সকলো দৰ্শককে নমস্কাৰ কৰি সম্ভাষণ জনাই বিদায় কেবিচি বুলি কোৱা এক ক্লিপ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

বৰ্তমান কৌন বানেগা কোটিপতিৰ ১৬ সংখ্যক ছিজন চলি আছে। ২০২৫ চনৰ ৩ জুলাইত ইয়াৰ ২৫ বছৰ সম্পূৰ্ণ হ’ব। এই ২৫ বছৰত অমিতাভ বচ্চনে এটা ছিজনৰ বাহিৰে প্ৰতিটো শ্ব’ আয়োজন কৰি আহিছে। ২০০৭ চনত শ্বাহৰুখ খান এই অনুষ্ঠানৰ ঘোষক আছিল, সেই ছিডন আছিল এই অনুষ্ঠানৰ তৃতীয় ছিজন।

পাছে অমিতাভৰ দৰে সেই অনুষ্ঠান সিমান জনপ্ৰিয় হব পৰা নাছিল। কিন্তু এতিয়া অমিতাভে এই অনুষ্ঠান এৰিলে পৰৱৰ্তী কোন হ’ব এই অনুষ্ঠানৰ ঘোষক তাকে লৈ দৰ্শকৰ মাজত উৎকণ্ঠা।

অনুৰাগীৰ মাজত ইয়াক লৈ এক সমীক্ষাও চলোৱা হৈছিল, এই সমীক্ষাৰ ফলাফলত শ্বাহৰুখ খান, ঐশ্বৰ্য ৰায় আৰু এম এছ ধোনীৰ নাম পোহৰলৈ আহিছে। অৱশ্যে অমিতাভ বচ্চনৰ পিছত যদি দৰ্শকে আয়োজকৰ চকীত কাৰোবাক চাব বিচাৰে তেন্তে সেয়া হ’ল শ্বাহৰুখ খান।

ভোটাৰ সকলৰ ভিতৰত ৬৩% লোকে শ্বাহৰুখ খানক আটাইতকৈ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে বিবেচনা কৰিছে। ইয়াৰ উপৰিও ৫১% লোকে অমিতাভৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনক সমৰ্থন কৰিছে। একে সময়তে ৩৭% লোকে ক্ৰিকেটাৰ এম এছ ধোনীক কে বি চিৰ আয়োজক হিচাপে চাব বিচাৰে।

অৱশ্যে বৰ্তমানলৈ অমিতাভে শ্ব’টো এৰি যোৱা বা আন কোনো তাৰকা ইয়াৰ আয়োজক হোৱাৰ কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই। তাৰে মাজতে ভাইৰেল ভিডিঅত অমিতাভে কেবিচিৰ পৰৱৰ্তী ছিজন লৈ উভতি আহিব বুলি কোৱা বিশেষভাৱে উল্লেখ্য।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Amitabh Bachankbc
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী
অসম

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

October 15, 2026
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’
অসম

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

October 15, 2026
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

October 15, 2026
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?
বিজ্ঞান

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

October 15, 2026
Next Post
নতুন ১০০ আৰু ২০০ টকাৰ নোট আহিছে বজাৰত! ডাঙৰ ঘোষণা ৰিজাৰ্ভ বেংকৰ, পুৰণি নোটৰ কি হ’ব?

নতুন ১০০ আৰু ২০০ টকাৰ নোট আহিছে বজাৰত! ডাঙৰ ঘোষণা ৰিজাৰ্ভ বেংকৰ, পুৰণি নোটৰ কি হ'ব?

১৯মাৰ্চত পৃথিৱীৰ মাটিত ভৰি দিব সুনীতাই, পৃথিৱীত ভৰি দিলেই শিশু হৈ পৰিব সুনীতা উইলিয়ামছ, কাৰণ কি?

১৯মাৰ্চত পৃথিৱীৰ মাটিত ভৰি দিব সুনীতাই, পৃথিৱীত ভৰি দিলেই শিশু হৈ পৰিব সুনীতা উইলিয়ামছ, কাৰণ কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.