• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন ১০০ আৰু ২০০ টকাৰ নোট আহিছে বজাৰত! ডাঙৰ ঘোষণা ৰিজাৰ্ভ বেংকৰ, পুৰণি নোটৰ কি হ’ব?

নতুন ১০০ আৰু ২০০ টকাৰ নোট আহিছে বজাৰত! ডাঙৰ ঘোষণা ৰিজাৰ্ভ বেংকৰ, পুৰণি নোটৰ কি হ’ব?

1 year ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

9 hours ago
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

10 hours ago
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

11 hours ago
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

11 hours ago
বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

12 hours ago
পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

12 hours ago
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

13 hours ago
২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

14 hours ago
গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

15 hours ago
ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

16 hours ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

8th Pay Commission: শীঘ্ৰে অনুষ্ঠিত হ’ব অষ্টম দৰমহা আয়োগৰ বৈঠক, দৰমহা আৰু পেঞ্চনৰ আহিব ডাঙৰ আপডেট

16 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন ১০০ আৰু ২০০ টকাৰ নোট আহিছে বজাৰত! ডাঙৰ ঘোষণা ৰিজাৰ্ভ বেংকৰ, পুৰণি নোটৰ কি হ’ব?

নতুন ১০০ আৰু ২০০ টকাৰ নোট আহিছে বজাৰত! ডাঙৰ ঘোষণা ৰিজাৰ্ভ বেংকৰ, পুৰণি নোটৰ কি হ'ব?

editor by editor
March 12, 2025
in জীৱনশৈলী, বাণিজ্য, ভাৰত
0
নতুন ১০০ আৰু ২০০ টকাৰ নোট আহিছে বজাৰত! ডাঙৰ ঘোষণা ৰিজাৰ্ভ বেংকৰ, পুৰণি নোটৰ কি হ’ব?
0
SHARES
753
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শীঘ্ৰেই বজাৰলৈ আহি আছে নতুন ১০০ আৰু ২০০ টকাৰ নোট। এই ঘোষণা কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। মঙলবাৰে দেশৰ শীৰ্ষ বেংকে জনাইছে যে নতুন গভৰ্নৰ সঞ্জয় মালহোত্ৰাৰ ছহীযুক্ত নতুন নোটসমূহক শীঘ্ৰেই বজাৰলৈ অনা হব। নোটৰ ডিজাইন আৰু আকাৰত কোনো পৰিবৰ্তন অৱশ্যে নহয়।

সকলোৱে নিশ্চয়কৈ ভাৱিছে যে নতুন নোট প্ৰকাশৰ পাছত পুৰণি ১০০ আৰু ২০০ টকাৰ নোট বন্ধ হৈ যাব। ৰিজাৰ্ভ বেংকে স্পষ্টভাৱে জনাইছে যে বজাৰত যি নোট চলি আছে সেইসমূহ পূৰ্বৰ দৰেই বাহাল থাকিব। নতুন ১০০ আৰু ২০০ টকাৰ নোট অহাৰ পাছত পুৰণি নোটসমূহ বাতিল কৰা নহয়। যিকোনো বেংক বা এটিএমৰ পৰাই নতুন নোট হাতত পাব গ্ৰাহকে।

ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি দেশত ২০১৭ চনৰ মাৰ্চ মাহত নগদৰ সংখ্যা আছিল ১৩. ৩৫ লাখ কোটি টকা আৰু ২০২৪ চনৰ মাৰ্চত সেয়া বাঢ়ি হৈছে ৩৫.১৫ লাখ কোটি টকা। ইয়াৰ সৈতে ইউপিআইৰ মাধ্যমেৰে ডিজিটেল লেনদেনো দেশত বাঢ়িছে। বিগত ১১ ডিচেম্বৰত আৰ বি আইৰ গভৰ্নৰৰ দায়িত্ব লৈছে সঞ্জয় মালহোত্ৰাই। প্ৰাক্তন গভৰ্নৰ শক্তিকান্ত দাসৰ কাৰ্যকাল শেষ হোৱাৰ পাছতেই তেওঁ দায়িত্বভাৰ কান্ধত লৈছে। দেশৰ শীৰ্ষ বেংকত যেতিয়া কোনো নতুন গভৰ্নৰ নিযুক্ত হয় তেতিয়া তেঁওৰ স্বাক্ষৰ যুক্ত নোট বজাৰলৈ আহে। সেই নিয়ম মানি সঞ্জয় মালহোত্ৰাৰ স্বাক্ষৰ যুক্ত নতুন নোট আনিছে আৰ বি আইয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?
বাণিজ্য

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

May 23, 2026
বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!
জীৱনশৈলী

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

May 23, 2026
পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!
জীৱনশৈলী

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

May 23, 2026
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?
জীৱনশৈলী

সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

May 23, 2026
Next Post
১৯মাৰ্চত পৃথিৱীৰ মাটিত ভৰি দিব সুনীতাই, পৃথিৱীত ভৰি দিলেই শিশু হৈ পৰিব সুনীতা উইলিয়ামছ, কাৰণ কি?

১৯মাৰ্চত পৃথিৱীৰ মাটিত ভৰি দিব সুনীতাই, পৃথিৱীত ভৰি দিলেই শিশু হৈ পৰিব সুনীতা উইলিয়ামছ, কাৰণ কি?

কুমাৰীত্ব উঠিল নিলামত! ১৮ কোটিত কিনিলে হলীউডৰ এইজন নামী তাৰকাই, কোন এই ২২ বছৰীয়া যুৱতী?

কুমাৰীত্ব উঠিল নিলামত! ১৮ কোটিত কিনিলে হলীউডৰ এইজন নামী তাৰকাই, কোন এই ২২ বছৰীয়া যুৱতী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.