• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সেইখনতো চীনৰ অংশ… অৰুণাচল প্ৰদেশৰ তৰুণীৰ পাছপোৰ্ট কাঢ়ি অপমান কৰা চীনৰ ছাংহাইত, মোদীলৈ চিঠি ভুক্তভোগী যুৱতীৰ

সেইখনতো চীনৰ অংশ… অৰুণাচল প্ৰদেশৰ তৰুণীৰ পাছপোৰ্ট কাঢ়ি অপমান কৰা চীনৰ ছাংহাইত, মোদীলৈ চিঠি ভুক্তভোগী যুৱতীৰ

8 months ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

5 minutes ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

8 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

8 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

9 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

10 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

10 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

11 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

13 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

13 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

14 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

15 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সেইখনতো চীনৰ অংশ… অৰুণাচল প্ৰদেশৰ তৰুণীৰ পাছপোৰ্ট কাঢ়ি অপমান কৰা চীনৰ ছাংহাইত, মোদীলৈ চিঠি ভুক্তভোগী যুৱতীৰ

সেইখনতো চীনৰ অংশ... অৰুনাচল প্ৰদেশৰ তৰুণীৰ পাছপোৰ্ট কাঢ়ি অপমান কৰা চীনৰ ছাংহাইত, মোদীলৈ চিঠি ভুক্তভোগী যুৱতীৰ

editor by editor
November 24, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
সেইখনতো চীনৰ অংশ… অৰুণাচল প্ৰদেশৰ তৰুণীৰ পাছপোৰ্ট কাঢ়ি অপমান কৰা চীনৰ ছাংহাইত, মোদীলৈ চিঠি ভুক্তভোগী যুৱতীৰ
0
SHARES
388
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৰুণাচল প্ৰদেশ চীনৰ অংশ। এই দাবী কৰি অৰুণাচলৰ এগৰাকী তৰুণীক চীনৰ ছাংহাই এয়াৰপৰ্টত অপমান কৰাৰ অভিযোগ আনিছে যুৱতীগৰাকীয়ে। প্ৰেম ৱাংজম থংডক নামৰ তৰুণী বৰ্তমান ব্ৰিটেইনৰ বাসিন্দা। অভিযোগ অনুসৰি ট্ৰানজিট হল্টৰ সময়ত বিমানবন্দৰত তেওঁৰ ভাৰতীয় পাছপোৰ্টক মান্যতা দিয়া হোৱা নাই।

খবৰ অনুসৰি প্ৰেম ৱাংজম থংডকে লণ্ডনৰ পৰা জাপানলৈ গৈছিল ২১ নৱেম্বৰত। ৩ ঘণ্টাৰ বাবে তেওঁৰ ছাংহাই পুডং বিমানবন্দৰত লে অফ আছিল। কিন্তু ছেকিং কৰাৰ সময়ত তেওঁৰ ভাৰতীয় পাছপোৰ্টক বে আইনী বুলি উল্লেখ কৰে। পাছপোৰ্টত উল্লেখ থকা অৰুণাচল প্ৰদেশ প্ৰকৃততে ভাৰতৰ নহয় বৰং চীনৰহে অংশ বুলি জনাই।

ছচিয়েল মিডিয়া পোষ্টত প্ৰেমা ৱাংজম থংডকে জনাইছে যে একাধিক অফিচাৰ আৰু চীনৰ ইষ্টাৰ্ণ এয়াৰলাইন্সৰ ষ্টাফে তেওঁক কটাক্ষও কৰিছে। ঠাট্টা, তামাছা কৰা হৈছে তেওঁক। আনকি তেওঁক কোৱা হৈছে যে চীনৰ পাছপোৰ্টৰ বাবে তেওঁ আবেদন কৰিব লাগিব। ৩ ঘণ্টাৰ লে অফৰ সলনি ছাংহাই বিমানবন্দৰত ১৮ ঘণ্টা তেওঁ থাকিবলগীয়া হয়। দীৰ্ঘ সময় ধৰি তেওঁক ৰখাই থোৱাৰো অভিযোগ আনিছে তেওঁ। ৰৈ থকাৰ সময়ত খোৱা পানীও ভালকৈ দিয়া হোৱা নাছিল বুলি অভিযোগ আনিছে প্ৰেমাই। ৰৈ থকাৰ সময়ত তেওঁক ইণ্টাৰনেট কিংবা এয়াৰপৰ্টৰ কোনো পৰিসেৱাও ব্যৱহাৰ কৰিব দিয়া হোৱা নাছিল।

প্ৰেমা ৱাংজম থংডকৰ আৰু অভিযোগ বৈধ ভিছা থকা সত্ত্বেও জাপানৰ বিমানত উঠিবলৈ দিয়া হোৱা নাছিল তেওঁক। ভাৰতীয় পাছপোৰ্টো তেওঁৰ পৰা কাঢ়ি লোৱা হৈছে। টিকট ৰিবুট কৰা, খাদ্য ক্ৰয় কৰা কিংবা টাৰ্মিনেলত যাতায়াতো কৰিব দিয়া হোৱা নাছিল তেওঁক। ইয়াৰোপৰি তেওঁক নতুনকৈ চীন ইষ্টাৰ্ণৰ এক টিকট কাটিবলৈ বাধ্য কৰোৱা হয়। নতুন টিকট নিকিনিলে তেওঁক পাছপোৰ্ট উভতাই নিদিয়ে বুলিও জনাই দিয়ে। ফ্লাইট মিছ, আৰ্থিক ক্ষতি আৰু হোটেল বুকিং বাতিল হোৱাত বিপদত পৰিছে বুলিও জনাই প্ৰেমা ৱাংজম থংডকে।

কোনো মতে ব্ৰিটেইনত বসবাসকাৰী এগৰাকী বন্ধুৰ সহায়ত ছাংহাইত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হয় প্ৰেমা। ইয়াৰপাছতেই চীনৰ সেই চহৰৰ পৰা গভীৰ নিশা বিমানত উঠে তেওঁ। ইয়াৰপাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ চিঠি লিখিছে প্ৰেমা ৱাংজম থংডকে। ভাৰতৰ সাৰ্বভৌমত্বক আঘাত কৰা হৈছে আৰু অৰুণাচল প্ৰদেশৰ বাসিন্দাসকলক অসন্মান কৰা হৈছে বুলি জনাইছে চিঠিত। বেইজিঙৰ সৈতে এই বিষয়ক লৈ ভাৰত চৰকাৰক কথা পাতিবলৈকো অনুৰোধ কৰিছে প্ৰেমাই। ইয়াৰোপৰি কঠোৰ আৰু যথাযথ পদক্ষেপ লোৱাৰ কথাও কৈছে। আন্তৰ্জাতিক উৰণৰ সময়ত কোনো ভাৰতীয় নাগৰিককে অসন্মান যাতে কৰা নহয় সেই অনুৰোধো চিঠিত উল্লেখ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো?

July 11, 2026
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

July 10, 2026
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন
বাণিজ্য

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

July 10, 2026
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!
বাণিজ্য

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

July 10, 2026
Next Post
শনিৰ ৰাশিত সূৰ্য আৰু মঙ্গলৰ সংযোগ, নতুন বছৰত হু হু কৰি আয় বাঢ়িব ৩ৰাশিৰ

শনিৰ ৰাশিত সূৰ্য আৰু মঙ্গলৰ সংযোগ, নতুন বছৰত হু হু কৰি আয় বাঢ়িব ৩ৰাশিৰ

৯০,০০০ টকা বছৰি বিনিয়োগ কৰিলে ১৫ বছৰত ৰিটাৰ্ণ কিমান পাব? SIP নে PPF বেছি লাভজনক?

৯০,০০০ টকা বছৰি বিনিয়োগ কৰিলে ১৫ বছৰত ৰিটাৰ্ণ কিমান পাব? SIP নে PPF বেছি লাভজনক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.