অসম লাইভ২৪ঃ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতাক লৈ অৰবিন্দ কেজৰিৱালৰ সংবাদমেল
দেশৰ প্ৰধানমন্ত্ৰীগৰাকী শিক্ষিত হোৱাটো অতিকৈ জৰুৰী
নলাৰ পৰা ওলোৱা গেছেৰে চাহ বনাব পাৰে বুলি নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছিল
শিক্ষিত মানুহে কেতিয়াও এনেকুৱা কথা নকয়
ডাৱৰৰ মাজত যুদ্ধ বিমান থাকিলে ৰাডাৰত ধৰা নপৰে
প্ৰধানমন্ত্ৰীৰ এই মন্তব্য শুনাৰ পাছত সকলো আচৰিত হৈ পৰিছিল
বিজ্ঞানৰ বিষয়েও প্ৰধানমন্ত্ৰী মোদীৰ সম্যক জ্ঞান নাই
কানাডাতো গৈ গণিতৰ সূত্ৰ ভুলকৈ কৈছিল প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে একাংশ ছাত্ৰ-ছাত্ৰীক ক্লাইমেট চেঞ্জ নাই বুলি কৈছিল
এনে কথাৰ বাবেই প্রধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতাক লৈ সন্দেহ ওপজে
প্ৰধানমন্ত্ৰীয়ে এখন দেশৰ বহু ডাঙৰ ডাঙৰ সিদ্ধান্ত লয়
শিক্ষিত নহ’লে একাংশ বিষয়াই প্ৰধানমন্ত্ৰীক নিয়ন্ত্ৰণ কৰিব পাৰে
প্রধানমন্ত্ৰী শিক্ষিত নোহোৱাৰ বাবেই বিমূদ্ৰাকৰণ কৰিছিল
বিমূদ্ৰাকৰণে দেশক বহু পিছুৱাই লৈ গ’ল
ভুলকৈ জিএছটি আৰোপ কৰাৰ বাবে দেশৰ অৰ্থব্যৱস্থা শেষ হৈ গ’ল
কৃষকৰ বাবে তিনিখনকৈ ক’লা আইন লৈ আহিছিল প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰী শিক্ষিত নোহোৱাৰ বাবেই যিকোনো ব্যক্তিয়েই তেওঁক ঠগিব পাৰে
দেশত ৬০ হাজাৰ বিদ্যালয় বন্ধ কৰি দিয়া হ’ল
গুজৰাট উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক লৈয়ো প্ৰশ্ন কেজৰিৱালৰ
প্রধানমন্ত্ৰীৰ ডিগ্ৰীসমূহ নকল নেকি?
কি কাৰণত প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতা ৰাজহুৱা কৰা নহ’ল?
একবিংশ শতিকাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী শিক্ষিত হ’ব লাগে নে নালাগে?
এই প্ৰশ্ন অৰবিন্দ কেজৰিৱালৰ
প্রধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতাক লৈ প্ৰশ্ন কৰিছিল কেজৰিৱালে
প্রশ্ন কৰাৰ বাবেই গুজৰাট উচ্চ ন্যায়ালয়ে ২৫ হাজাৰ টকা জৰিমনা বিহিছিল কেজৰিৱালক
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ