• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তিহাৰ জে’লৰ পৰা বিধায়কলৈ কাঢ়া নিৰ্দেশ কেজৰীৰ, পঢ়ি শুনোৱালে পত্নী সুনীতা কেজৰীয়ে, কিন্তু কি নিৰ্দেশ দিছে কেজৰীয়ে?

তিহাৰ জে’লৰ পৰা বিধায়কলৈ কাঢ়া নিৰ্দেশ কেজৰীৰ, পঢ়ি শুনোৱালে পত্নী সুনীতা কেজৰীয়ে, কিন্তু কি নিৰ্দেশ দিছে কেজৰীয়ে?

2 years ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

31 minutes ago
প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

1 hour ago
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

2 hours ago
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

3 hours ago
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

3 hours ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

5 hours ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

6 hours ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

6 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

7 hours ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

8 hours ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

19 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

তিহাৰ জে’লৰ পৰা বিধায়কলৈ কাঢ়া নিৰ্দেশ কেজৰীৰ, পঢ়ি শুনোৱালে পত্নী সুনীতা কেজৰীয়ে, কিন্তু কি নিৰ্দেশ দিছে কেজৰীয়ে?

editor by editor
April 4, 2024
in ভাৰত, ৰাজনীতি, লেখা
0
তিহাৰ জে’লৰ পৰা বিধায়কলৈ কাঢ়া নিৰ্দেশ কেজৰীৰ, পঢ়ি শুনোৱালে পত্নী সুনীতা কেজৰীয়ে, কিন্তু কি নিৰ্দেশ দিছে কেজৰীয়ে?
0
SHARES
591
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দলীয় বিধায়কসকলক উদ্দেশ্যি চিঠি লিখি বাৰ্তা পঠিয়াইছে তিহাৰ জে’লত বন্দী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালে। বৃহস্পতিবাৰে এখন সংংবাদমেল অনুষ্ঠিত কৰি কেজৰীৱালৰ পত্নী সুনীতা কেজৰীৱালে সেই বাৰ্তা সকলোকে পঢ়ি শুনোৱাইছে। চিঠিত কেজৰীৱালৰ দলীয় বিধায়কসকলক নিজৰ এলেকা পৰিদৰ্শন কৰাৰ নিৰ্দেশ দিছে। মানুহে যাতে অসুবিধাৰ সন্মুখীন নহয় সেই দিশটোত নজৰ ৰাখিবলৈ কাঢ়া নিৰ্দেশ দিছে দলীয় কৰ্মীক।

সুনীতাই কয়, ‘অৰবিন্দ কেজৰীৱালে সকলো বিধায়কৰ বাবে এই বাৰ্তা পঠিয়াইছে।’ তাৰপাছতেই তেওঁ চিঠিখন পঢ়ি দিয়ে। চিঠিত আপ প্ৰধান কেজৰিৱালে লিখিছে, ‘মই কাৰাগাৰত আছো বুলিয়েই দিল্লীৰ বাসিন্দা কোনো কাৰণতে অসুবিধাৰ সন্মুখীন হ’ব নালাগে। প্ৰত্যেক বিধায়ক প্ৰতি দিনেই নিজা নিজা এলেকালৈ যাব। মানুহৰ সমস্যাৰ বুজ ল’ব। আলোচনা কৰিব, তেওঁলোকৰ সমস্যা সমাধান কৰিব।’ দিল্লীৰ আৱকাৰী দুৰ্নীতিত গ্ৰেপ্তাৰ হোৱা অন্য এজন আপ সাংসদে বুধবাৰে জামিনত মুক্তি লাভ কৰিছে।

তিহাৰ জে’লৰ পৰা বাহিৰলৈ আহিছে আপ সাংসদ সঞ্জয় সিং। কাৰাগাৰৰ পৰা বাহিৰলৈ আহিয়েই সুনীতা কেজৰীৱালক লগ কৰে সঞ্জয় সিঙে। এই সময়ত আইআৰএছ হিচাপে কাম কৰা সুনীতাৰ পূৰ্বে ৰাজনীতিৰ সৈতে কোনো প্ৰত্যক্ষ সংযোগ নাছিল। কিন্তু স্বামী অৰবিন্দ কেজৰীৱাল গ্ৰেপ্তাৰ হোৱাৰ পাছতেই তেওঁ হঠাতে ৰাজনৈতিকভাৱে সক্ৰিয় হৈ পৰিছে। বিগত দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানত বিৰোধী জোঁট ইণ্ডিয়াৰ গণতন্ত বাঁচাও সমাবেশতো সুনীতা কেজৰীৱালে মন্তব্য ৰাখিছে। সুনীতাই সেই ভাষণতেই কৈছে, বিৰোধী জোঁট বা আপ যদি দেশত ক্ষমতালৈ আহে তেন্তে তেওঁলোকে ৬টা বিশেষ প্ৰতিশ্ৰুটি বাস্তবায়িত কৰিব।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
Next Post
সমাপ্তি ঘটিল এটা অধ্যায়ৰ! জোনমণি ৰাভাৰ মৃত্যু গোচৰ উঠাই ল’লে মাতৃ সুমিত্ৰা ৰাভাই

সমাপ্তি ঘটিল এটা অধ্যায়ৰ! জোনমণি ৰাভাৰ মৃত্যু গোচৰ উঠাই ল’লে মাতৃ সুমিত্ৰা ৰাভাই

৮৫খন দেশক অস্ত্ৰ বিক্ৰি কৰিছে ‘আত্মনিৰ্ভৰ’ ভাৰতে! ক্ৰেতাৰ তালিকাত কোন কোন?

৮৫খন দেশক অস্ত্ৰ বিক্ৰি কৰিছে 'আত্মনিৰ্ভৰ’ ভাৰতে! ক্ৰেতাৰ তালিকাত কোন কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.