• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি কি আছে অজন্তা নেওগৰ বাজেটত? এই বাজেটৰ পৰা কোনে কোনে কি পাব?

কি কি আছে অজন্তা নেওগৰ বাজেটত? এই বাজেটৰ পৰা কোনে কোনে কি পাব?

4 years ago
২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

3 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

4 hours ago
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

5 hours ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

6 hours ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

7 hours ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

8 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

9 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

9 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

10 hours ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

10 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

1 day ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

কি কি আছে অজন্তা নেওগৰ বাজেটত? এই বাজেটৰ পৰা কোনে কোনে কি পাব?

editor by editor
March 16, 2022
in অসম, ৰাজনীতি, শিক্ষা
0
কি কি আছে অজন্তা নেওগৰ বাজেটত? এই বাজেটৰ পৰা কোনে কোনে কি পাব?
0
SHARES
448
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বধবাৰে হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ দ্বিতীয়খন বাজেট দাখিল কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে।

বিত্ত মন্ত্ৰী অজন্তা নেওগৰ এই বাজেটত কি কি আছে এক সংক্ষিপ্ত ৰূপত উল্লেখ কৰা হৈছে৷

হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বছৰি ১ লাখ নিবনুৱাক নিয়োগৰ সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে বুলিও মন্ত্ৰী গৰাকীয়ে নিজ ভাষণত দোহাৰে।

 

লগতে পঢ়ক ভাৰতক প্ৰত্যাক্ৰমণ বাবে সাজু হৈছিল চিৰ বৈৰী পাকিস্তান! কিন্তু কিয়?

ইতিমধ্যে স্বাস্থ্য বিভাগত ১০৪ গৰাকী, গৃহ বিভাগত ১২৩ গৰাকী আৰু শিক্ষা বিভাগত ৯৩০ গৰাকী যুৱক–যুৱতীক নিযুক্তি প্ৰদান কৰা হৈছে।

‘‘নিযুক্তি প্ৰক্ৰিয়া দ্ৰুত কৰি তুলিবলৈ ৰাজ্য চৰকাৰে ১ লাখ যুৱক–যুৱতীক নিয়োগৰ সুবিধা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে। এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু নিয়োগ পত্ৰ প্ৰদান কৰিছো।” মন্ত্ৰী অজন্তা নেওগে কয়৷

আনহাতে, নিযুক্তি প্ৰক্ৰিয়া তৰান্বিত কৰিবলৈ ৰাজ্য চৰকাৰে Assam Direct Recruitment for Analogous Posts in Class-III and Class-IV Act. 2021 প্ৰণয়ন কৰিছে।

নিযুক্তি প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছভাৱে সম্পন্ন কৰাৰ বাবে দুখন নিযুক্তি কমিটী গঠন কৰা হৈছে বুলিও উল্লেখ কৰা হৈছে।

 

লগতে পঢ়ক কৰ্মচাৰীৰ বাবে সুখবৰ, প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্মচাৰীক দিব বিশেষ উপহাৰ!

চলিত বৰ্ষৰ ৩১ মাৰ্চৰ পূৰ্বে আয়োগে এই পদসমূহ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিবলৈ সক্ষম হ’ব বুলিও মন্তব্য কৰে অজন্তা নেওগে।

২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেটত শিক্ষা খণ্ডৰ বাবে ‘প্ৰজ্ঞান ভাৰতী’ৰ অধীনত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

প্ৰজ্ঞান ভাৰতীৰ অধীনত স্নাতক শ্ৰেণী পৰ্যন্ত ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি আৰু পাঠ্যপুথি ক্ৰয়ৰ বাবে সাহায্য প্ৰদান কৰা হ’ব।

স্নাতক মহাবিদ্যালয়, মেডিকেল কলেজ, পলিটেকনিক মহাবিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰতিমাহে হোষ্টেলৰ মাচুল ২০০০ টকালৈকে ৰেহাই দিয়া হ’ব।

চলিত বৰ্ষটো বাজেটতো দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলো ছাত্ৰ-ছাত্ৰীৰে নামভৰ্তি মাচুল ৰেহাই ব্যৱস্থা বাহাল থাকিব।

 

লগতে পঢ়ক ৭ বছৰীয়া শিশু ধৰ্ষণ আৰু হত্যাকাৰীক গুলীয়াই হত্যা অসম আৰক্ষীৰ

অভিনন্দন আঁচনিৰ অধীনত শিক্ষা ঋণ সাহায্য অব্যাহত থাকিব।

উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলো মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ স্কুটাৰ প্ৰদান কৰা হ’ব৷

স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি থকা ছাত্ৰীসকললৈ প্ৰতি বছৰে এক যাতায়তী বানচ হিচাপে ১০,০০০ টকাৰ অনুদান আগবঢ়োৱা হ’ব।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা যোগ্য ছাত্ৰ-ছাত্ৰীৰ বাবে আনন্দৰাম বৰুৱা বঁটাৰ প্ৰচলন অব্যাহত থাকিব।

এই প্ৰজ্ঞান ভাৰতী আঁচনিখনৰ বাবে ৪১০ কোটি টকা ধাৰ্য কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ajanta neogasom live 24Assam budget 2022-23Assam CM Himanta Biswa Sarmaassam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা
জীৱনশৈলী

সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা

January 6, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
নৱবৰ্ষৰ পূৰ্বে ভাৰতীয়ৰ ওপৰত মাধমাৰ! ২৬ ডিচেম্বৰৰ পৰা ভাড়া বৃদ্ধি কৰিব ৰে’লৱে
বিবিধ

নৱবৰ্ষৰ পূৰ্বে ভাৰতীয়ৰ ওপৰত মাধমাৰ! ২৬ ডিচেম্বৰৰ পৰা ভাড়া বৃদ্ধি কৰিব ৰে’লৱে

December 21, 2025
বাংলাদেশত হিন্দু যুৱকৰ গ*ণ প্ৰ*হা*ৰ ঘটনাত ১০ গৰাকী আটক, সুৰক্ষা বৃদ্ধি অন্য হিন্দু তথা ভাৰতীয় লোকৰ
বিবিধ

বাংলাদেশত হিন্দু যুৱকৰ গ*ণ প্ৰ*হা*ৰ ঘটনাত ১০ গৰাকী আটক, সুৰক্ষা বৃদ্ধি অন্য হিন্দু তথা ভাৰতীয় লোকৰ

December 21, 2025
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

তীব্ৰ প্ৰতিৰোধ ইউক্ৰেইনৰ : ৭ হাজাৰ ৰুছ সেনাক হত্যা ইউক্ৰেইন সেনাৰ!

তীব্ৰ প্ৰতিৰোধ ইউক্ৰেইনৰ : ৭ হাজাৰ ৰুছ সেনাক হত্যা ইউক্ৰেইন সেনাৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.