• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
CORONA BATCH: ৰিজাল্ট পাব কিন্তু চাকৰি নাপাব!

CORONA BATCH: ৰিজাল্ট পাব কিন্তু চাকৰি নাপাব!

5 years ago
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

10 minutes ago
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

28 minutes ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

2 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

2 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

3 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

4 hours ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

5 hours ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

5 hours ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

6 hours ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

7 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

7 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

CORONA BATCH: ৰিজাল্ট পাব কিন্তু চাকৰি নাপাব!

editor by editor
July 2, 2021
in অসম, ক'ভিড-১৯, গুৱাহাটী, শিক্ষা
0
CORONA BATCH: ৰিজাল্ট পাব কিন্তু চাকৰি নাপাব!
0
SHARES
445
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ বিভ্ৰান্তিমূলক মূল্যাংকন পদ্ধতি ঘোষণাৰ পাছতে ৰাজ্য চৰকাৰৰ আন এক নিৰ্দেশনাই বিমোৰত পেলাইছে ৰাজ্যৰ শিক্ষাৰ্থীসকলক। ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ নম্বৰ গ্ৰাহ্য নহয় চৰকাৰী নিযুক্তিত। শিক্ষক অথবা ৰাজ্য চৰকাৰৰ আন পদসমূহৰ বাবে অৱতীৰ্ণ হ’ব বিচাৰিলে পুনৰ বহিব লাগিব পৰীক্ষাত। ৰাজ্য চৰকাৰৰ এই শেহতীয়া নিৰ্দেশনাই স্বাভাৱিকতেই হতাশাজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে পৰীক্ষাৰ্থী তথা অভিভাৱকসকলৰ মাজত। বৃহস্পতিবাৰে এক সংবাদমেল যোগে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মেট্ৰিকৰ ফলাফলৰ বাবে ৪০+৪০+২০ ফৰ্মূলাৰ কথা ঘোষণা কৰে। ঠিক তেনেদৰে উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰতো গ্ৰহণ কৰিব বিশেষ মূল্যায়ন পদ্ধতি। ৰাজ্যৰ কোভিডসৃষ্ট পৰিবেশৰ বাবেই এই বিকল্প মূল্যায়ন পদ্ধতি গ্ৰহণ কৰা হয় ৰাজ্যৰ শিক্ষাখণ্ডত। শিক্ষাৰ্থীসকলৰ যাতে এটা শিক্ষাবৰ্ষ লোকচান নহয়, কেৱল সেই উদ্দেশ্যৰেই বিকল্প মূল্যাংকন পদ্ধতি গ্ৰহণৰ কথা উল্লেখ কৰে শিক্ষামন্ত্ৰীয়ে। চৰকাৰী চাকৰিৰ বাবে তেওঁলোক পুনৰ পৰীক্ষাত বহিব লাগিব। শিক্ষামন্ত্ৰীৰ এই ঘোষণাৰ পাছতে ৰাজ্য চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ দাবী উত্থাপন কৰিছে বিভিন্ন মহলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Assam-Govtaxom live 24ranuj peguresult controversy
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’
অসম

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

October 18, 2026
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!
অসম

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

October 18, 2026
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!
শিক্ষা

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

October 17, 2026
Next Post
সৰ্বকনিষ্ঠ দবাৰুৰ বিশ্ব অভিলেখ অভিমন্যু মিশ্ৰৰ

সৰ্বকনিষ্ঠ দবাৰুৰ বিশ্ব অভিলেখ অভিমন্যু মিশ্ৰৰ

অভিনেত্ৰী য়ামী গৌতমলৈ ED চমন জাৰি

অভিনেত্ৰী য়ামী গৌতমলৈ ED চমন জাৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.