• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পলাই গৈছিল ছোৱালী, মাতৃয়ে ক’লে অপহৰণ৷ প্ৰকৃততে কি হৈছিল তেজপুৰত?

পলাই গৈছিল ছোৱালী, মাতৃয়ে ক’লে অপহৰণ৷ প্ৰকৃততে কি হৈছিল তেজপুৰত?

5 years ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

1 hour ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

4 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

4 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

5 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

5 hours ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

6 hours ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

7 hours ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

7 hours ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

7 hours ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

8 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

8 hours ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home গুৱাহাটী

পলাই গৈছিল ছোৱালী, মাতৃয়ে ক’লে অপহৰণ৷ প্ৰকৃততে কি হৈছিল তেজপুৰত?

editor by editor
January 22, 2022
in অপৰাধ, অসম, গুৱাহাটী
0
পলাই গৈছিল ছোৱালী, মাতৃয়ে ক’লে অপহৰণ৷ প্ৰকৃততে কি হৈছিল তেজপুৰত?
0
SHARES
700
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহস্পতিবাৰে তেজপুৰ সদৰ আৰক্ষী থানাত দৰং মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী অপহৰণৰ সন্দৰ্ভত এক গোচৰ ৰুজু হৈছিল। ছাত্ৰীগৰাকীৰ মাতৃয়ে ৰুজু কৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাই অপহৃত ছাত্ৰী গৰাকী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ ছাত্ৰীগৰাকী নিজ ইচ্ছাৰে এজন যুৱকৰ লগত পলাই গৈছিল নলবাৰীলৈ৷ ছাত্ৰীগৰাকীক কৌশলেৰে তেজপুৰলৈ মাতি আনি উদ্ধাৰ কৰে আৰক্ষীয়ে৷ সম্প্ৰতি তেজপুৰ সদৰ থানাৰ আলহী হৈ আছে তেজপুৰ হজৰাপাৰ শংকৰনগৰৰ ছাত্ৰী গৰাকী৷ নিজ কন্যাক অপহৰণৰ যি অভিযোগ কৰিছিল মাতৃয়ে সেয়া ছাত্ৰী গৰাকীয়ে অস্বীকাৰ কৰিছে৷ ছাত্ৰীক অপহৰণ কৰি যি ৫ লাখ টকা মুক্তিপন বিচৰাৰ অভিযোগ মাতৃৰ সেয়াও আৰক্ষীৰ জেৰাত ছাত্ৰী গৰাকীয়ে অস্বীকাৰ কৰিছে৷ সম্প্ৰতি পলাতক হৈ আছে ছাত্ৰী গৰাকীক পলুৱাই নিয়া প্ৰেমিকৰূপী যুৱকজন৷ আৰক্ষীয়ে যুৱকজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে৷

তেজপুৰৰ পৰা পংকজ শইকীয়া

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24assam policeaxom live 24tezpur incident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল
অসম

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

September 15, 2026
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?
অসম

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

September 15, 2026
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ
বিনোদন

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

September 15, 2026
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা
অপৰাধ

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

September 15, 2026
Next Post
পৰিপূৰ্ণ হ’ল জোনাচ দম্পতী, প্ৰিয়ংকা ‘মা’ হোৱাৰ খবৰ পাই উৎফুল্লিত অনুৰাগী

পৰিপূৰ্ণ হ’ল জোনাচ দম্পতী, প্ৰিয়ংকা ‘মা’ হোৱাৰ খবৰ পাই উৎফুল্লিত অনুৰাগী

গণৰাজ্য দিৱসৰ SOP; ৰাজ্যিক, জিলা আৰু স্থানীয় অনুষ্ঠানত কিমান জন উপস্থিত থাকিব পাৰিব?

গণৰাজ্য দিৱসৰ SOP; ৰাজ্যিক, জিলা আৰু স্থানীয় অনুষ্ঠানত কিমান জন উপস্থিত থাকিব পাৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.