• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসম সন্তান ৰিয়ানৰ কান্ধত গুৰুদায়িত্ব! IPLৰ প্ৰথম তিনিখন মেচত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিব ৰিয়ান পৰাগে

1 year ago
আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

38 minutes ago
প্ৰথম মাতৃ দিৱস কেতিয়া পালন কৰা হৈছিল? ইতিহাস, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক

1 hour ago
তামিলনাডুত ‘বিজয়’ৰ ৰাজ! অভিনেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ থালাপতি বিজয়ৰ যাত্ৰা

2 hours ago
ৰাজ্যৰ ৰাজসিংহাসনত হিমন্ত বিশ্ব শৰ্মা! সৰ্বসন্মতি ক্ৰমে মুখ্যমন্ত্ৰী নিৰ্বাচন

3 hours ago
IPL ত নোৱাৰে প্ৰেয়সী ৰাখিব! BCCI এ বান্ধি দিলে নতুন নিয়ম

4 hours ago
টোপনিৰ পৰা উঠিয়েই আইনাত মুখ চোৱাটো অভ্যাস নেকি? নকৰিব জীৱন বৰ্বাদ!

16 hours ago
ছালৰ সমস্যাত ভুগিছে নেকি? হ’ব পাৰে কুণ্ডলীৰ কোনো গ্ৰহৰ দোষ!

গাখীৰ চাহ প্ৰিয় নেকি? এদিনত কিমান কাপ খোৱা উচিত জানক

17 hours ago
ফেটি লিভাৰত শৰীৰৰ কোনবোৰ অংগ প্ৰভাৱিত হ’ব পাৰে? বিশেষজ্ঞৰ পৰা জানক

আপোনাৰ Ovarian cyst আছে নেকি? অস্ত্ৰোপচাৰ কৰাৰ পূৰ্বে সাৱধান!

18 hours ago
যান-বাহন চলাচলক লৈ আহিছে নতুন নিৰ্দেশনা, ১২ মে’ত কোনফালেৰে যাব আপুনি?

কষ্টাৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ভাৰতক প্ৰতিনিধিত্ব পবিত্ৰ মাৰ্ঘেৰিটাৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অসম সন্তান ৰিয়ানৰ কান্ধত গুৰুদায়িত্ব! IPLৰ প্ৰথম তিনিখন মেচত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিব ৰিয়ান পৰাগে

অসম সন্তান ৰিয়ানৰ কান্ধত গুৰুদায়িত্ব! IPLৰ প্ৰথম তিনিখন মেচত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিব ৰিয়ান পৰাগে

editor by editor
March 20, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, ভাৰত
0
অসম সন্তান ৰিয়ানৰ কান্ধত গুৰুদায়িত্ব! IPLৰ প্ৰথম তিনিখন মেচত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিব ৰিয়ান পৰাগে
0
SHARES
327
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আইপিএল আৰম্ভ হোৱাৰ পূৰ্বেই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজস্থান ৰয়েলছে৷ অধিনায়ক সঞ্জু ছেমছনক এইবাৰ নেদেখিব অধিনায়কৰ ৰূপত৷ সঞ্জু ছেমছনৰ পৰিবৰ্তে অধিনায়কৰ দায়িত্ব ল’ব অসম সন্তান ৰিয়ান পৰাগে৷ অৱশ্যে আটাইকেইখন মেচৰ দায়িত্ব লোৱা নাই ৰিয়ানে৷ কেৱল প্ৰথম তিনিখন মেচত ৰাজস্থানক নেতৃত্ব দিব ৰিয়ান পৰাগে৷ বৃহস্পতিবাৰে এই ঘোষণা কৰা হৈছে৷ এই তিনিখন মেচত ৰাজস্থানে খেলিব ক্ৰমে হায়দৰাবাদ, কলকাতা আৰু চেন্নাইৰ সৈতে৷

ৰাজস্থান ৰয়েলছে জনাইছে যে এই তিনিখন মেচত সঞ্জুৱে কেৱল বেটাৰ হিচাপে খেলিব৷ উইকেটকিপিঙো নকৰে৷ ধাৰণা কৰা হৈছে বেটিঙৰ সময়ত তেওঁক ইমপেক্ট প্লেয়াৰ হিচাপে ৰখা হব পাৰে৷ সেয়ে অধিনায়ক হিচাপে তেওঁক ৰখা হোৱা নাই৷ বৃহস্পতিবাৰে সঞ্জুৱে কৈছে, ‘মই পাছৰ তিনিখন মেচত সম্পূৰ্ণ ফিট হৈ থাকিব পাৰিম৷ আমাৰ দলত বহু নেতা আছে৷ বিগত বছৰো আমি ভাল পাৰ্ফৰমেন্স দেখুৱাইছো৷ ৰিয়ানেও ভাল খেলিছে৷ সেয়ে প্ৰথম তিনিখন মেচত ৰিয়ানে দলক নেতৃত্ব দিব৷ তেওঁৰ মাজত সেই ক্ষমতা আছে৷ আশা কৰো দলৰ বাকীসকলেও তেওঁক সংগ দিব৷’

ৰাজস্থান ৰয়েলছৰ তৰফৰ পৰা এক বিবৃত্তিত কোৱা হৈছে, ‘সঞ্জু ছেমছন ৰাজস্থান দলৰ অবিচ্ছেদ্য অংগ৷ উইকেটকিপিং আৰু ফিল্ডিঙৰ অনুমতি নোপোৱালৈকে কেৱল বেটিঙেৰেই সকলোকো চমক দেখুৱাই থৈছে৷ এইবাৰো বেটাৰ হিচাপেই চমক দিব বুলি আমি আশাবাদী৷ ৩খন খেলৰ পাছত সঞ্জুৱেই আকৌ অধিনায়ক হব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং
জীৱনশৈলী

May 10, 2026
প্ৰথম মাতৃ দিৱস কেতিয়া পালন কৰা হৈছিল? ইতিহাস, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক
জীৱনশৈলী

প্ৰথম মাতৃ দিৱস কেতিয়া পালন কৰা হৈছিল? ইতিহাস, তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে জানক

May 10, 2026
তামিলনাডুত ‘বিজয়’ৰ ৰাজ! অভিনেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ থালাপতি বিজয়ৰ যাত্ৰা
ভাৰত

তামিলনাডুত ‘বিজয়’ৰ ৰাজ! অভিনেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ থালাপতি বিজয়ৰ যাত্ৰা

May 10, 2026
ৰাজ্যৰ ৰাজসিংহাসনত হিমন্ত বিশ্ব শৰ্মা! সৰ্বসন্মতি ক্ৰমে মুখ্যমন্ত্ৰী নিৰ্বাচন
অসম

Next Post
মাৰ্চেণ্ট নেভি অফিচাৰৰ সৈতে পত্নীয়ে কিয় কৰিলে এই কাণ্ড, কেনেকৈ ৰচিছিল পৰিকল্পনা, সবিশেষ স্বীকাৰোক্তি

মঙ্গল গ্ৰহত কেতিয়াৰে পৰা বাস কৰিব মানুহে? এলন মাস্কে জনাই দিলে সময়, মঙ্গলত বসতি স্থাপনক লৈ কি কি ক’লে মাস্কে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন