• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এদিনত মাত্ৰ ৭টকা জমা কৰক, আৰু মাহে লাভ কৰক ৫হাজাৰ টকা…

এদিনত মাত্ৰ ৭টকা জমা কৰক, আৰু মাহে লাভ কৰক ৫হাজাৰ টকা…

3 years ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

19 minutes ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

27 minutes ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

1 hour ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

2 hours ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

4 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

5 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

5 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

6 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

14 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

14 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

14 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এদিনত মাত্ৰ ৭টকা জমা কৰক, আৰু মাহে লাভ কৰক ৫হাজাৰ টকা…

জানি লও আহক এই বিশেষ আচনিখনৰ বিষয়ে

editor by editor
December 25, 2023
in বিবিধ
0
এদিনত মাত্ৰ ৭টকা জমা কৰক, আৰু মাহে লাভ কৰক ৫হাজাৰ টকা…
0
SHARES
456
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ হাতত ধন থাকিলেই খৰচ হৈ যায় নেকি আপোনাৰ! যদিহে এনে হয়, তেন্তে কিছু সংযম ৰাশি দিনে জমা কৰক মাত্ৰ ৭টকা। দিনে ৭টকাকৈ জমা কৰিলে এক নিৰ্দিষ্টসময়ৰ মূৰত আপুনি মাহে লাভ কৰিব প্ৰায় ৫হাজাৰকৈ টকা। এয়া কোনো আচৰিত হব লগা আঁচনি নহয়, এই আঁচনি খন হৈছে কেন্দ্ৰীয় চৰকাৰৰ এখন অভিলাষী আঁচনি। Atal Pension Scheme নামেৰে এই আচঁনিখন কেন্দ্ৰীয় চৰকাৰে অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত মুকলি কৰিছিল।

এই বিশেষ স্কীমখনৰ যোগেদি এগৰাকী লোকে ১৮বছৰৰ পাছত যদিহে প্ৰতিদিনে ৭টকাকৈ জমা কৰে তেন্তে ৬০বছৰৰ পাছত তেওঁ লাভ কৰিব ১০০০টকাৰ পৰা ৫০০০টকা পৰ্যন্ত পেঞ্চন।  ২০১৫চনতে আৰম্ভ কৰা এই স্কীমখনৰ যোগেদি এতিয়ালৈকে দেশৰ প্ৰায় ৬কোটিৰো অধিক লোক লাভৱান হৈছে।  উল্লেখ কৰা প্ৰয়োজন যে, এগৰাকী ব্যক্তিয়ে কিমান টকাকৈ দিনে জমা কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব তেওঁ মাহিলী কিমান টকা পেঞ্চন হিচাপে লাভ কৰিব পাৰে।

পেঞ্চন ফাণ্ড ৰেগুলাৰেটী এণ্ড ডেভেলপমেন্ট অৰ্থৰিটীয়ে সদৰি কৰা অনুসৰি, এগৰাকী লোকে ১৮বছৰৰ পাছত দৈনিক ৭টকাকৈ জমা কৰিলেই লাভ কৰিব ৫হাজাৰ টকাৰ মাহিলী পেঞ্চন।  এদিনত ৭টকাকৈ মাহিলী আপুনি ২১০টকাকৈ জমা কৰিব লাগিব।  এগৰাকী ব্যক্তিয়ে ৪২বছৰৰ লৈকে এনেদৰে ধন জমা থলে ৬০বছৰৰ পাছত এগৰাকী ব্যক্তিয়ে লাভ কৰিব ৫হাজাৰ টকাৰ পেঞ্চন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ
অসম

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

October 8, 2026
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক
জীৱনশৈলী

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

October 8, 2026
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

October 8, 2026
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?
বিনোদন

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

October 8, 2026
Next Post
ধন-সম্পত্তি সকলোঃ  কংগ্ৰেছ-বিজেপিৰ ওচৰত আছে ৯হাজাৰ কোটি টকা…

ধন-সম্পত্তি সকলোঃ কংগ্ৰেছ-বিজেপিৰ ওচৰত আছে ৯হাজাৰ কোটি টকা...

সোন হেৰুৱাই হীৰা ক্ৰয় কৰিলে! হাৰ্দিকক কিমান কোটি টকাৰে ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে?

সোন হেৰুৱাই হীৰা ক্ৰয় কৰিলে! হাৰ্দিকক কিমান কোটি টকাৰে ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.