বেংক সংক্ৰান্তিয় লেনদেনৰ বাবে এটিএম কাৰ্ড খুবেই গুৰুত্বপূৰ্ণ৷ এই কাৰ্ড ভালকৈ ৰখাটো একান্তই আৱশ্যক৷ এই কাৰ্ডৰ তথ্য প্ৰতাৰকৰ হাতত পৰিলে মুহূৰ্ততে খালী হৈ পৰিব পাৰে বেংক একাউণ্ট৷ সেয়ে কোনো কাৰণত যদি এটিএম কাৰ্ড চুৰি হৈ যায় বা হেৰাই যায় তেতিয়া দ্ৰুততৰভাৱে ব্লক কৰিব লাগে৷ কাৰণ হেৰুৱা কাৰ্ড ভুল মানুহৰৰ হাতত পৰিলে বিপদৰ সম্ভাৱনা বাঢ়ি যায়৷ জানি থওক এটিএম কাৰ্ড হেৰাই গ’লে কেনেকৈ ব্লক কৰিব?
বেংকৰ ব্ৰাঞ্চত গৈ এটিএম কাৰ্ড ব্লক কৰিব আপুনি নিশ্চয় জানে৷ কিন্তু বেংক যদি বন্ধ থাকে তেন্তে খোলালৈকে অপেক্ষা কৰাৰ সলনি নিজেই কেনেকৈ ব্লক কৰিব? বিভিন্ন মাধ্যমেৰে আপুনি আপোনাৰ এটিএম কাৰ্ড ব্লক কৰিব পাৰে৷
প্রথমেই বেংকিং এপৰ মাধ্যমেৰে
মোবাইল বেংকিং নম্বৰেৰে ফোন কৰি
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ