ATMৰ পৰা টকা উলিয়াবলৈ গ’লে আপুনি ভৰিব লাগিব ধন
প্ৰত্যেক ট্ৰানজ্যেকশ্যনত ভৰিব লাগিব ১৯টকাকৈ ধন
১ মে’ৰ পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশনা
ATM ইণ্টাৰচেঞ্জ মাচুল বৃ্দ্ধিত মঞ্জুৰি দিছে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই
অইন বেংকৰ ATMত ধন উলিয়ালে পকেট খালী হ’ব আপোনাৰ
পূৰ্বে প্ৰত্যেকটো ট্ৰানজ্যেকশ্যনত গ্ৰাহকে ভৰিছিল ১৭টকাকৈ
১ মে’ৰ পৰা অইন বেংকৰ ATMত ধন উলিয়ালে ভৰিব লাগিব ১৯টকা
পূৰ্বে অইন বেংকৰ ATMত বেলেঞ্চ চেক কৰিলে গ্ৰাহকে ভৰিছিল ৬টকা
১ মে’ৰ পৰা অইন বেংকৰ ATMত বেলেঞ্চ চেক কৰিলে ভৰিব লাগিব ৭ টকাকৈ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ