• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ক্ষমা কৰক, মোৰ ভুল হ’ল’, এক কিশোৰক মৰিয়াই মৰিয়াই হত্যা তিনি যুৱকৰ

‘ক্ষমা কৰক, মোৰ ভুল হ’ল’, এক কিশোৰক মৰিয়াই মৰিয়াই হত্যা তিনি যুৱকৰ

4 years ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

4 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

4 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

4 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

5 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

5 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

5 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

6 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

6 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

7 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

7 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

8 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘ক্ষমা কৰক, মোৰ ভুল হ’ল’, এক কিশোৰক মৰিয়াই মৰিয়াই হত্যা তিনি যুৱকৰ

editor by editor
March 23, 2022
in অপৰাধ, ভাৰত
0
‘ক্ষমা কৰক, মোৰ ভুল হ’ল’, এক কিশোৰক মৰিয়াই মৰিয়াই হত্যা তিনি যুৱকৰ
0
SHARES
335
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমাজত যেন ক্ৰমশঃ মানুহৰ মানৱীয়তা হ্ৰাস পাবলৈ ধৰিছে৷ সৰু সৰু কথাতে মানুহক মানুহে হত্যা কৰাতো অতি সহজ ঘটনাত পৰিণত হৈছে৷ ইমানেই নহয়, মৰিয়াই মৰিয়াইও মানুহক হত্যা কৰাতো এতিয়া মানুহৰ বাবে তেনে সাধাৰণ ঘটনাত পৰিণত হৈছে৷

পুনৰ তেনে এক অতি নৃশংস ঘটনা পোহৰলৈ আহিছে৷ ঘটনাৰ স্থান বিজেপি শাসিত ৰাজ্য ৰাজস্থানৰ উদয়পুৰত৷

ঘটনাৰ বিৱৰণীৰ মতে তিনিজন যুৱকে ভায়া নামৰ এগকাৰী ১৬ বছৰীয়া কিশোৰক মৰিয়াই মৰিয়াই হত্যা কৰিছে৷

লগতে পঢ়ক নগাঁৱৰ বিলাসী হোটেল পীয়ূষ ৰিজেন্সীত যোৱ ৪ দিনে অভিজাত ব্যৱসায়ীৰে গোপনে কি চলি আছে?

কিশোৰগৰাকীয়ে ‘মোৰ ভুল হ’ল, মোক ক্ষমা কৰক, মোক নামাৰিব’ বুলি কান্দি কান্দি কৰা আহ্বানকো নেওচি তিনি যুৱকে মৰিয়াই মৰিয়াই হত্যা কৰে৷

প্ৰকাশ পোৱা অনুসৰি কিশোৰগৰাকী এজন অ’টো ড্ৰাইভাৰ আছিল৷ কিশোৰগৰাকীৰ অ’টোখনে ভুলক্ৰমে যুৱককেইজনৰ বাইকত সামান্য খুন্দা মাৰে৷ ইয়াৰ পিছতে কিশোৰগৰাকীয়ে অ’টোখন চলাই গুচি যায়৷ তিনি যুৱকে কিশোৰগৰাকীক খেদি খেদি গৈ এঠাইত ৰখাই লৈ মৰিয়াই মৰিয়াই হত্যা কৰে৷

যুৱক তিনিজনে কিশোৰগৰাকীক প্ৰহাৰ কৰি থকাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰিলেও কোনো পথচাৰীয়ে তেওঁক ৰক্ষা কৰাৰ বাবে এজনো লোকে আগবাঢ়ি নাহিল৷

লগতে পঢ়ক মাধুৰী দীক্ষিতৰ ফ্লেটৰ ভাৰা কিমান জানেনে? জানিলে আপোনাৰ চকু কপালত উঠিব!

ইয়াৰ পিছতে মুমূৰ্ষ অৱস্থাত কিশোৰগৰাকীক স্থানীয় চিকিৎসালয়লৈ নিয়া হৈ যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে আৰু পৰিয়াল আৰু স্থানীয় লোকে চিকিৎসালয়ৰ চৌহদ প্ৰতিবাদেৰে উত্তাল কৰি তোলে৷

স্থানীয় আৰক্ষীয়ে চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু ভাইৰেল হোৱা ভিডিঅ’ৰ ভিত্তিত হত্যাৰ অভিযোগত ওমপ্ৰকাশ ওৰফে পাপ্পু, মহেন্দ্ৰ সিঙসহ অন্য এক যুৱকক গ্ৰেপ্তাৰ কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest News Chanel of Assambest news channel in assamBest News Portal in Assammurderteenager murder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?
জীৱনশৈলী

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

April 6, 2026
Next Post
ৰূপহী মহাবিদ্যালয়ত হঠাৎ কিয় এই পৰিৱেশ?

ৰূপহী মহাবিদ্যালয়ত হঠাৎ কিয় এই পৰিৱেশ?

জনসংখ্যা নিয়ন্ত্ৰণ : পুৰুষাংগ আকৃতিৰ সঁজুলিত কণ্ডম পিন্ধাই গঞাৰ ৰোষত আশা কৰ্মী!

জনসংখ্যা নিয়ন্ত্ৰণ : পুৰুষাংগ আকৃতিৰ সঁজুলিত কণ্ডম পিন্ধাই গঞাৰ ৰোষত আশা কৰ্মী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.