• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কথাবোৰ গোপনেই আগবঢ়াইছিল দুয়ো! কে এল ৰাহুলৰ পাছতেই বিবাহপাশত আৱদ্ধ হ’ল ক্ৰিকেটাৰ অক্ষৰ পেটেলো…

কথাবোৰ গোপনেই আগবঢ়াইছিল দুয়ো! কে এল ৰাহুলৰ পাছতেই বিবাহপাশত আৱদ্ধ হ’ল ক্ৰিকেটাৰ অক্ষৰ পেটেলো…

3 years ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

2 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

3 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

3 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

3 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

4 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

4 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

5 hours ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

5 hours ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

5 hours ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

6 hours ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

6 hours ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কথাবোৰ গোপনেই আগবঢ়াইছিল দুয়ো! কে এল ৰাহুলৰ পাছতেই বিবাহপাশত আৱদ্ধ হ’ল ক্ৰিকেটাৰ অক্ষৰ পেটেলো…

editor by editor
January 27, 2023
in ক্ৰীড়া, জীৱনশৈলী
0
কথাবোৰ গোপনেই আগবঢ়াইছিল দুয়ো! কে এল ৰাহুলৰ পাছতেই বিবাহপাশত আৱদ্ধ হ’ল ক্ৰিকেটাৰ অক্ষৰ পেটেলো…
0
SHARES
6.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কেএল ৰাহুলৰ পাছতেই বিবাহপাশত আৱদ্ধ হ’ল আন এজন ভাৰতীয় ক্ৰিকেটাৰ। বিবাহৰ সম্পৰ্কত বান্ধ খালে ক্ৰিকেটাৰ অক্ষৰ পেটেলো। দীৰ্ঘদিনীয়া প্ৰেমিকা মেহা পেটেলৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল অক্ষৰ পেটেল। বিবাহৰ বিষয়টো গোপনেই ৰাখিব বিচাৰিছিল ভাৰতীয় দলৰ অন্যতম ক্ৰিকেটাৰ অক্ষৰে কিন্তু বিবাহৰ খবৰ শেষপৰ্যন্ত লুকুৱাই ৰাখিব নোৱাৰিলে ক্ৰিকেটাৰগৰাকীয়ে।

বৃহস্পতিবাৰে গুজৰাটত মুষ্টিমেয় কেইজনমান আত্মীয় তথা বন্ধু-বান্ধৱৰ উপস্থিতিত বিবাহ সম্পন্ন হয় অক্ষৰৰ। কেইবাজনো ক্ৰিকেটাৰক আমন্ত্ৰণ কৰা হৈছিল যদিও নিউজিলেণ্ডৰ বিৰুদ্ধে খেল চলি থকাৰ বাবে উপস্থিত থাকিব নোৱাৰিলে কোনো সতীৰ্থ ক্ৰিকেটাৰ। বিবাহৰ বাবেই কেএল ৰাহুলৰ দৰেকৈ নিউজিলেণ্ডৰ বিৰুদ্ধে চলি থকা চিৰিজত ভাগ লোৱা নাই অক্ষৰেও।

উল্লেখ্য যে বিগত বৰ্ষতেই অক্ষৰে বাগদান সম্পূৰ্ণ কৰিছিল। প্ৰেমৰ সম্পৰ্কক খুব বেছি ৰাজহুৱা কৰাৰ পক্ষপাতী নাছিল অক্ষৰ। বিগত ২০ জানুৱাৰীত মেহাৰ জন্মদিনতহে বাগদানৰ কথা পোনতে পোহৰলৈ আহে। অক্ষৰৰ পত্নী মেহা কিন্তু সামাজিক মাধ্যমত খুবেই সক্ৰিয়। মেহাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ফটোৰ পৰাহে তেওঁলোকৰ প্ৰেমৰ কথা পোনতে ৰাজহুৱা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ
জীৱনশৈলী

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

March 30, 2026
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই
জীৱনশৈলী

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

March 30, 2026
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়
জীৱনশৈলী

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

March 30, 2026
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে
জীৱনশৈলী

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

March 30, 2026
Next Post
শিক্ষা বিভাগৰ বৃহৎ সিদ্ধান্ত! শিক্ষাৰ্থীয়ে পঞ্চম শ্ৰেণীতেই দিব লাগিব এই পৰীক্ষা…

শিক্ষা বিভাগৰ বৃহৎ সিদ্ধান্ত! শিক্ষাৰ্থীয়ে পঞ্চম শ্ৰেণীতেই দিব লাগিব এই পৰীক্ষা...

হেৰুৱাবলৈ কংগনাই ভয় নকৰে! কিমান টকা লৈ মুম্বাইত ভৰি থৈছিল কংগনাই…

হেৰুৱাবলৈ কংগনাই ভয় নকৰে! কিমান টকা লৈ মুম্বাইত ভৰি থৈছিল কংগনাই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.