• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাজাখস্তানত ভাঙি পৰিল যাত্ৰীবাহী বিমান, বহু যাত্ৰীৰ মৃত্যুৰ আশংকা

12 months ago
শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে

13 hours ago
২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি

14 hours ago
বছৰৰ শেষত ৩ ৰাশিত শুভ সূচনা, মঙ্গল-আদিত্য যোগত ৪৫ দিন সুখেই সুখ

15 hours ago
Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?

16 hours ago
২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ!  লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ

RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?

17 hours ago
ফাইটাৰ জেট,  S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

18 hours ago
২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

19 hours ago
নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

20 hours ago
সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

5 days ago
ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, December 6, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাজাখস্তানত ভাঙি পৰিল যাত্ৰীবাহী বিমান, বহু যাত্ৰীৰ মৃত্যুৰ আশংকা

কাজাখস্তানত ভাঙি পৰিল যাত্ৰীবাহী বিমান, বহু যাত্ৰীৰ মৃত্যুৰ আশংকা

editor by editor
December 25, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
কাজাখস্তানত ভাঙি পৰিল যাত্ৰীবাহী বিমান, বহু যাত্ৰীৰ মৃত্যুৰ আশংকা
0
SHARES
218
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজাৰবাইজান এয়াৰলাইন্সৰ এখন যাত্ৰীবাহী বিমান কাজাখস্তানৰ আকতাউত ভাঙি পৰিছে৷ ইয়াৰপাছতেই দুৰ্ঘটনাগ্ৰস্থ বিমানখনৰ বিস্ফোৰণ ঘটে৷ কাজাখস্তান চৰকাৰৰ জৰুৰী মন্ত্ৰণালয়ৰ তৰফৰ পৰা এই খবৰ নিশ্চিত কৰা হৈছে৷ সেই বিমানত ৬৭ জন যাত্ৰী আছিল৷ ফলত বহু যাত্ৰীৰ মৃত্যুৰ আশংকা কৰা হৈছে৷

বিমানি আজাৰবাইজানৰ ৰাজধানী বাকুৰ পৰা ৰাছিয়াৰ চেচনিয়াৰ গ্ৰজোনিলৈ গৈছিল বিমানখন৷ জনা গৈছে যে ঘন কুঁৱলিৰ কাৰণে বিমানখনক অন্য পথেৰে ঘুৰোৱা হৈছিল৷ বিমানখনৰ পাইলটে জৰুৰী অৱতৰণৰ অনুৰোধ জনাই কেইবাবাৰো বিমানবন্দৰৰ আশে পাশে ঘূৰিও থাকে৷ কিন্তু শেষৰক্ষা নহ’ল৷ বিমানখন মাজপথতেই নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত বাগৰি পৰে৷ এটা ভিডিঅ২ত দেখা গৈছে যে বিমান বন্দৰৰ ওপৰত ঘূৰি আছিল বিমানখন৷

তাৰপাছতেই ক্ৰমশ সোঁপ্ৰান্তলৈ হালি পৰে৷ তাৰপাছতেই সেয়া ভাঙি পৰে৷ ভিডিঅ’টোত দুৰ্ঘটনাস্থলত এম্বুলেন্স অনাও দেখা গৈছে৷ কিছু লোকক উদ্ধাৰ কৰা হৈছে আৰু বিমানৰ পিছৰ প্ৰান্তত অৱস্থিত জৰুৰী প্ৰস্থানৰ পৰা তেওঁলোকক নমোৱা হৈছে৷ ভিডিঅ’ত দেখা গৈছে যে সেই বিমানৰ ৰেজিষ্ট্ৰেচন নম্বৰ 4K-AZ65, যি FlightRadar24ত উপলব্ধ ডাটাৰ সৈতে মিলি গৈছে৷

অনলাইন ফ্লাইট ট্ৰেকিং ৱেবচাইট FlightRadar24ৰ পৰা পোৱা তথ্য অনুসৰি বিমানখন কাস্পিয়ান সাগৰৰ ওপৰেৰে উৰিছিল আৰু চেচনিয়া সেই বিমানৰ গন্তব্যস্থান আছিল৷ বিমানখনে ৰাছিয়াৰ সীমনাত প্ৰৱেশ কৰিছিল আৰু জৰুৰী অৱতৰণৰ অনুৰোধ জনাই বিমানবন্দৰৰ কাষতেই ঘূৰি ফুৰিছিল৷ ভাৰতীয় সময় অনুসৰি পুৱা ৬.২৮মিনিটত বিনটি বিমানবন্দৰৰ পৰা কেইকিঃমিঃ দূৰৈৰ কাস্পিয়ান সাগৰৰ তীৰত ভাঙি পৰে৷

শেহতীয়া খবৰ অনুসৰি দুৰ্ঘটনাগ্ৰস্থ বিমানৰ ১৪ জন যাত্ৰীক আকাতাউ চহৰৰ হাস্পতালত ভৰ্তি কৰোৱা গৈছে৷ দুৰ্ঘটনাগ্ৰস্থ বিমানৰ ১৪জন যাত্ৰীক বৰ্তমান পৰ্যন্ত আকতাউ চহৰৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ এওঁলোকৰ ভিতৰত ১১ বছৰ বয়সীয়া এটি কিশোৰ আৰু ১৬ বছৰ বয়সীয়া এজন কিশোৰসহ পাঁচজনৰ অৱস্থা সংকটজনক৷ নিহতৰ সংখ্যা বৰ্তমানলৈ ৩৫গৰাকী বুলি জানিব পৰা গৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে
জীৱনশৈলী

December 5, 2025
২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি
জীৱনশৈলী

২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি

December 5, 2025
বছৰৰ শেষত ৩ ৰাশিত শুভ সূচনা, মঙ্গল-আদিত্য যোগত ৪৫ দিন সুখেই সুখ
জীৱনশৈলী

বছৰৰ শেষত ৩ ৰাশিত শুভ সূচনা, মঙ্গল-আদিত্য যোগত ৪৫ দিন সুখেই সুখ

December 5, 2025
Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?
জীৱনশৈলী

Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?

December 5, 2025
Next Post
নতুন বছৰৰ প্ৰথম সপ্তাহত তুংগত থাকিব এই ৪ৰাশিৰ ভাগ্য, য’তেই হাত দিয়ে সেয়াই হৈ পৰিব সোণ

আগতীয়াকৈয়ে জানি থওক ছুটীৰ দিন! ২০২৫ চনৰ ছুটীৰ তালিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন