• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাবা ভাংগাৰ ভৱিষ্যতবাণী – ‘২০৪৩ চনৰ ভিতৰত সম্পূৰ্ণ মুছলমানৰ শাসন হ’ব ইউৰোপত’

বাবা ভাংগাৰ ভৱিষ্যতবাণী – ‘২০৪৩ চনৰ ভিতৰত সম্পূৰ্ণ মুছলমানৰ শাসন হ’ব ইউৰোপত’

2 years ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

28 minutes ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

1 hour ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

19 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

20 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

20 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

21 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

22 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

22 hours ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

23 hours ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

23 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

24 hours ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বাবা ভাংগাৰ ভৱিষ্যতবাণী – ‘২০৪৩ চনৰ ভিতৰত সম্পূৰ্ণ মুছলমানৰ শাসন হ’ব ইউৰোপত’

editor by editor
November 6, 2024
in বিবিধ, বিশ্ব, ভাৰত, লেখা
0
বাবা ভাংগাৰ ভৱিষ্যতবাণী – ‘২০৪৩ চনৰ ভিতৰত সম্পূৰ্ণ মুছলমানৰ শাসন হ’ব ইউৰোপত’
0
SHARES
187
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘২০৪৩ চনৰ ভিতৰত সম্পূৰ্ণ মুছলমানৰ শাসন হ’ব ইউৰোপত’- বাবা ভাংগাৰ ভৱিষ্যতবাণী কিমানদূৰ সত্য

বাবা ভাংগা, যাৰ সম্পূৰ্ণ নাম আছিল ভাংগেলিয়া পাণ্ডেভা গুষ্টেৰ’ভা, বিশ্বৰ পৰিঘটনাৰ বিষয়ে উল্লেখযোগ্য ভৱিষ্যদ্বাণীৰ বাবে এগৰাকী উল্লেখযোগ্য বুলগেৰিয়ান ক্লেয়াৰভয়েণ্ট আছিল। ১৯১১ চনৰ ৩১ জানুৱাৰীত তেতিয়াৰ অট্টোমান সাম্ৰাজ্যৰ অংশ ষ্ট্ৰুমিকাত জন্মগ্ৰহণ কৰা বাবা ভাংগাই কম বয়সতে দুৰ্ঘটনাৰ ফলত চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল।

পাছে দৃষ্টি শক্তি হেৰুৱালেও ইন্দ্ৰিয় অধিক সষ্টম হৈ উঠে বাবা ভাংগাৰ। লগতে ভৱিষ্যতৰ বহু কথাও কবলৈ ধৰে। যি বোৰ ভৱিষ্যতবাণীৰ বহুখিনি সঁচা বুলি প্ৰমাণিত হৈছেও।

বাবা ভাংগাৰ প্ৰভাৱশালী অন্তৰ্দৃষ্টি আৰু ভৱিষ্যতবাণীৰ বাবে তেখেতক “বাল্কনৰ নষ্ট্ৰাডামাছ” নামেৰে নামাকৰণ কৰা হৈছিল। ১৯৯৬ চনৰ ১১ আগষ্টত বাবা ভাংগাৰ মৃত্যু হয় যদিও আজিও তেঁওৰ ভৱিষ্যতবাণী বহু লোকে বিশ্বাস কৰে।

সেই বাবা ভাংগাই ২০২৫ বৰ্ষৰ বাবেও ভৱিষ্যতবাণী কৰি গৈছে। ইয়াৰ উপৰিও তেখেতে ২০৪৩ চনক লৈ এক বিশেষ ভৱিষ্যতবাণী কৰি গৈছে। তেখেতে কৈছিল- ২০৪৩ চনৰ ভিতৰত সম্পূৰ্ণ মুছলমান শাসনৰ অধীনলৈ যাব ইউৰোপ।

ভাংগাই কৈছিল যে ২০৪৩ চনৰ ভিতৰত ইউৰোপ মুছলমান শাসনলৈ পৰিৱৰ্তিত হ’ব। অৱশ্যে এই ভৱিষ্যদ্বাণীই জনগাঁথনি আৰু সাংস্কৃতিক পৰিৱৰ্তনৰ ওপৰত তেওঁৰ মতামত প্ৰতিফলিত কৰে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Baba VangaBaba Vanga PredictionBlind Mystic Baba VangapredictionPrediction 20৪৩
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ
অসম

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

October 12, 2026
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!
অপৰাধ

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

October 12, 2026
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী
শিক্ষা

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

October 11, 2026
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!
ৰাজনীতি

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

October 11, 2026
Next Post
অৰ্থনীতিৰ স্নাতক ড’নাল্ড ট্ৰাম্পে কৰাইছিল ৩খনকৈ বিবাহ, পৰিয়ালত এতিয়া কোন কোন !

অৰ্থনীতিৰ স্নাতক ড’নাল্ড ট্ৰাম্পে কৰাইছিল ৩খনকৈ বিবাহ, পৰিয়ালত এতিয়া কোন কোন !

কাইলৈ ধনু ৰাশিত শুক্ৰৰ ট্ৰেনজিট, ৫ ৰাশিৰ ইৰ্ষণীয় সাফল্য

কাইলৈ ধনু ৰাশিত শুক্ৰৰ ট্ৰেনজিট, ৫ ৰাশিৰ ইৰ্ষণীয় সাফল্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.