• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহিলাসকলে বজৰংবলীৰ পূজা কৰিব পাৰেনে? জানি থওক বজৰংবলীক আৰাধনা কৰাৰ নিয়ম

মহিলাসকলে বজৰংবলীৰ পূজা কৰিব পাৰেনে? জানি থওক বজৰংবলীক আৰাধনা কৰাৰ নিয়ম

10 months ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

8 minutes ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

49 minutes ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

1 hour ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

3 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

4 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

4 hours ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

4 hours ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

20 hours ago
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

21 hours ago
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

21 hours ago
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

22 hours ago
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহিলাসকলে বজৰংবলীৰ পূজা কৰিব পাৰেনে? জানি থওক বজৰংবলীক আৰাধনা কৰাৰ নিয়ম

মহিলাসকলে বজৰংবলীৰ পূজা কৰিব পাৰেনে? জানি থওক বজৰংবলীক আৰাধনা কৰাৰ নিয়ম

editor by editor
June 10, 2025
in জীৱনশৈলী
0
মহিলাসকলে বজৰংবলীৰ পূজা কৰিব পাৰেনে? জানি থওক বজৰংবলীক আৰাধনা কৰাৰ নিয়ম
0
SHARES
273
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দু ধৰ্মাৱলম্বীসকলৰ মাজত যি দেৱ-দেৱীৰ পূজা সকলোতকৈ বেছি প্ৰচলিত তেওঁলোকৰ মাজত অন্যতম হৈছে হনুমান৷ বজৰংবলী হৈছে শক্তি আৰু ভক্তিৰ প্ৰতীক৷ শ্ৰদ্ধা ভক্তিসহকাৰে তেওঁৰ আৰাধনা কৰিলে মনৰ সংকটমোচন হনুমানে মনৰ ইচ্ছা পূৰণ কৰে আৰু সকলো বিপদৰ পৰা ৰক্ষা কৰে৷

হিন্দুধৰ্মত সপ্তাহৰ এটা এটা দিন এজন এজন দেৱতাৰ উদ্দেশ্যি নিবেদিত৷ মঙলবাৰ হৈছে বজৰংবলীৰ দিন৷ জেঠ মাহৰ মঙলবাৰে হনুমানৰ আৰাধনা কৰাৰ বাবে বিশেষভাৱে উপযুক্ত৷ জেঠ মাহৰ মঙলবাৰসমূহ জয় মঙলবাৰ নামেৰে পৰিচিত৷ জয় মঙলবাৰে মহিলাসকলে বজৰংবলীৰ পূজা কৰাটো উচিত নে অনুচিত?

বজৰংবলী হৈছে চিৰকুমাৰ৷ সেয়ে মহিলাই তেওঁৰ পূজা কৰিব পাৰে নে নোৱাৰে সেই প্ৰশ্ন বহুতৰেই মনত আহে৷ শাস্ত্ৰই কয় যে মহিলাসকলে বজৰংবলীৰ পূজা কৰিব পাৰে৷ কিন্তু ইয়াৰ কিছু নিয়ম আছে৷ জানি থওক মহিলাসকলে বজৰংবলীৰ পূজাবিধি কেনেতৈ পালন কৰিব?

এই নিয়মেৰে বজৰংবলীৰ পূজা কৰক মহিলাসকলে

  • মহিলাসকলে বজৰংবলীৰ পূজা কৰক, কিন্তু তেওঁৰ মূৰ্তি স্পৰ্শ নকৰিব৷ দূৰৰ পৰা বজৰংবলীক প্ৰণাম কৰক৷
  • হনুমান মূৰ্তিৰ চৰণ স্পৰ্শ কৰা উচিত নহয়৷ হাত জোৰ কৰি দূৰৈৰ পৰা প্ৰণাম কৰাৰ উপদেশ শাস্ত্ৰই দিয়ে৷
  • বজৰংবলীক অভিষেক কৰোৱাত মহিলাসকলে ভাগ নলব৷ পঞ্চামৃত অৰ্থাৎ গাখীৰ, মৌ, দৈ, ঘিঁ, চেনী ব্যৱহাৰ কৰি হনুমানৰ অভিষেক কৰোৱাৰ যি ৰীতি প্ৰচলিত আছে সেয়া মহিলাসকলে কৰিব নোৱাৰিব৷
  • বজৰংবলীক সেন্দূৰ ঘঁহা হয়৷ মহিলাসকলে সেই সেন্দূৰ ঘঁহা কামত অংশ নল’ব৷
  • বজৰংবলীৰ পূজাত মহিলাসকলে উপবাসে থাকক কিন্তু মহিলাসকলৰ উপবাসৰ নিয়ম পুৰুষতকৈ কিছু পৃথক৷
  • পিৰিয়ড চলাৰ সময়ত হনুমান মন্দিৰলৈ মহিলাসকল নোযোৱাটোৱেই শ্ৰেয়৷
  • বজৰংবলীয়ে সকলো নাৰীক সীতা মাতাৰ ৰূপেৰে চাই৷ বজৰংবলীৰ সন্মুখত মহিলাসকলে ষাষ্টাংগে প্ৰণাম নকৰিব৷ কেৱল হাতযোৰ কৰি শ্ৰদ্ধা জনাওক৷
  • মহিলাসকলে হনুমান চালিছা আৰু সুন্দৰখণ্ড পাঠ কৰিব পাৰে৷ বজৰংবান মহিলাসকলে পাঠ নকৰাটোৱেই শ্ৰেয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন
জীৱনশৈলী

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

April 15, 2026
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?
জীৱনশৈলী

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

April 15, 2026
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?
জীৱনশৈলী

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

April 15, 2026
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব
জীৱনশৈলী

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

April 15, 2026
Next Post
২০ লাখত হৈছিল বন্দোবস্ত! গুৱাহাটীত আহি কৰিছিল এই কাম, ৰাজাক শেষ কৰাৰ বাবে সোনমে কৰা A-Z পৰিকল্পনাৰ তথ্য জনালে আৰক্ষীয়ে

২০ লাখত হৈছিল বন্দোবস্ত! গুৱাহাটীত আহি কৰিছিল এই কাম, ৰাজাক শেষ কৰাৰ বাবে সোনমে কৰা A-Z পৰিকল্পনাৰ তথ্য জনালে আৰক্ষীয়ে

উত্তৰ পূব ভাৰত সম্পৰ্কে জাতিবিদ্বেষী মন্তব্যৰ বাবে ক্ষমা খুজিব লাগিব, মেঘালয়ৰ নাগৰিক সমাজে কৰিছে কেইবাটাও দাবী

উত্তৰ পূব ভাৰত সম্পৰ্কে জাতিবিদ্বেষী মন্তব্যৰ বাবে ক্ষমা খুজিব লাগিব, মেঘালয়ৰ নাগৰিক সমাজে কৰিছে কেইবাটাও দাবী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.