• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইউনুছ চৰকাৰৰ উপদেষ্টাৰ বিতৰ্কিত মন্তব্য আৰু মেপ- অসম-ত্ৰিপুৰা-পশ্চিমবংগ সোমাল বাংলাদেশত

1 year ago
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

4 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

5 hours ago
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

6 hours ago
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

7 hours ago
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

8 hours ago
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

9 hours ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ইউনুছ চৰকাৰৰ উপদেষ্টাৰ বিতৰ্কিত মন্তব্য আৰু মেপ- অসম-ত্ৰিপুৰা-পশ্চিমবংগ সোমাল বাংলাদেশত

editor by editor
December 18, 2024
in অসম, উত্তৰ-পূব, বিবিধ, ভাৰত, ৰাজনীতি
0
ইউনুছ চৰকাৰৰ উপদেষ্টাৰ বিতৰ্কিত মন্তব্য আৰু মেপ- অসম-ত্ৰিপুৰা-পশ্চিমবংগ সোমাল বাংলাদেশত
0
SHARES
326
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইউনুছ চৰকাৰৰ উপদেষ্টাৰ বিতৰ্কিত মন্তব্য আৰু মেপ- অসম-ত্ৰিপুৰা-পশ্চিমবংগ সোমাল বাংলাদেশত

মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ ‘উপদেষ্টা’ হিচাপে কাম কৰা মাহফুজ আলমে বিজয় দিৱস উপলক্ষে ভাৰত দখল কৰাৰ ভাবুকি দিছে। ১৯৭১ চনৰ বাংলাদেশ মুক্তি যুদ্ধত পাকিস্তানী সেনাৰ ওপৰত বাংলাদেশী সেনাই জয়লাভ কৰাৰ স্মৃতিত ১৬ ডিচেম্বৰত বিজয় দিৱস পালন কৰা হয়।

১৬ ডিচেম্বৰ সোমবাৰে ফেচবুকত পোষ্ট দি কঠোৰপন্থী ইছলামিক মাহফুজ আলমে প্ৰথমে উত্তৰ-পূব ভাৰত আৰু উত্তৰ ভাৰতত বসবাস কৰা লোকসকলৰ মাজত সংস্কৃতিৰ আধাৰত বিসংগতি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। লগতে এখন বিতৰ্কিত মেপ তথা মানচিত্ৰ প্ৰকাশ কৰে, য’ত পশ্চিম বংগ, ত্ৰিপুৰা আৰু অসমক বাংলাদেশৰ অংশ হিচাপে দেখুওৱাই। অৱশ্যে এই বিতৰ্ক তীব্ৰতৰ হোৱাৰ পিছতে মাহফুজে সেই পোষ্টটো নাইকিয়া কৰে।

মাহফুজ আলমে তেওঁৰ পোষ্টত লিখিছে যে উত্তৰ-পূব ভাৰত আৰু বাংলাদেশৰ জনসাধাৰণৰ সংস্কৃতি ধৰ্ম নিৰ্বিশেষে ‘একে’। তাৰ পিছত তেওঁ দাবী কৰিছিল যে উচ্চ জাতি আৰু ‘হিন্দু মৌলবাদী’ৰ ‘বংগ বিৰোধী মনোভাৱ’ৰ বাবেই পূব পাকিস্তানৰ সৃষ্টি হৈছে।

https://x.com/bdwatch2024/status/1868909966456999994

লগতে মাহফুজ আলমে সেই পোষ্টত প্ৰৰোচনামূলকভাৱে কয় যে, “ভাৰতে কণ্টেইনমেণ্ট আৰু গেট্টো কাৰ্যসূচী গ্ৰহণ কৰিছে…ভাৰতৰ পৰা প্ৰকৃত স্বাধীনতা নিশ্চিত কৰিবলৈ আমি ১৯৭৫ আৰু ২০২৪ চনৰ পুনৰাবৃত্তি কৰিব লাগিব।”

ইয়াকো কয়, ‘এই যুঁজখনৰ অন্ত পেলাবলৈ তেওঁলোক এতিয়াও নিজৰ প্ৰাণ দিবলৈ সাজু। বাংলাদেশ এটা আৰম্ভণিৰ বিন্দু, শেষ বিন্দু নহয়।”

মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ ‘উপদেষ্টা’ মাহফুজ আলমে ভাৰত দখল কৰাৰ নিজৰ কল্পনা শ্বেয়াৰ কৰাৰ ২ ঘণ্টাৰ ভিতৰতে পোষ্টটো ডিলিট কৰি দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Assam Tripura west BangalbangladeshBangladesh New MapMahfuj Alom
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ
জীৱনশৈলী

March 23, 2026
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?
জীৱনশৈলী

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

March 23, 2026
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?
জীৱনশৈলী

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

March 23, 2026
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?
জীৱনশৈলী

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

March 23, 2026
Next Post
২০ তাৰিখৰ পৰা সম্পূৰ্ণ সলনি হৈ পৰিব ৩ ৰাশিৰ লোকৰ ভাগ্য, বৃহস্পতি-শুক্ৰই কৰিব ওলট-পালট

ৰাছিয়াৰ দাবী- তেওঁলোকে তৈয়াৰ কৰিলে কেঞ্চাৰ ভেকচিন, নতুন বছৰৰ পৰা বিনামূলীয়াকৈ উপলব্ধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন