• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৩১ টা বলত শূণ্য, ১ ৰান কৰিবলৈয়ো সক্ষম নহয় বিপক্ষ, আজিয়ো অক্ষত অৱস্থাত ভাৰতীয় খেলুৱৈৰ অভিলেখ

2 years ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

8 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

9 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

10 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

11 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

12 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

১৩১ টা বলত শূণ্য, ১ ৰান কৰিবলৈয়ো সক্ষম নহয় বিপক্ষ, আজিয়ো অক্ষত অৱস্থাত ভাৰতীয় খেলুৱৈৰ অভিলেখ

editor by editor
September 4, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
১৩১ টা বলত শূণ্য, ১ ৰান কৰিবলৈয়ো সক্ষম নহয় বিপক্ষ, আজিয়ো অক্ষত অৱস্থাত ভাৰতীয় খেলুৱৈৰ অভিলেখ
0
SHARES
809
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৩১ টা বলত শূণ্য, ১ ৰান কৰিবলৈয়ো সক্ষম নহয় বিপক্ষ, আজিয়ো অক্ষত অৱস্থাত ভাৰতীয় খেলুৱৈৰ অভিলেখ

বহু ভাৰতীয় খেলুৱৈয়ে ক্ৰিকেট জগতত নিজৰ প্ৰদৰ্শনেৰে এক সুকীয়া সুকীয়া চিন ৰাখিছে। এই খেলুৱৈসকলে সময়ে সময়ে এনে অভিলেখ গঢ়ি তুলিছে, যিবোৰ বহু বছৰ ধৰি ভংগ হোৱা নাই। এনে কিছুমান অভিলেখ আছে যিবোৰ আজিও ভাৰতীয় খেলুৱৈৰ নামত অক্ষত হৈ আছে। তেনেই এগৰাকী ভাৰতীয় খেলুৱৈ, যাৰ নামত আজিও এক আচৰিত তথা অভিলেখ অক্ষত হৈ আছে। সেই খেলুৱৈ গৰাকী হৈছে বাপু নাডকাৰ্ণী। যিয়ে এসময়ত একেৰাহে ২১টা মেডেন অভাৰত বলিং কৰি আলোড়নৰ সৃষ্টি কৰিছিল। ইতিমধ্যে বাপু নাডকাৰ্ণীয়ে এই ধৰাৰ পৰা চিৰ বিদায় মাগিছে।

ক্ৰিকেটৰ পথাৰত এই আচৰিত ঘটনা সংঘটিত হৈছিল ১৯৬৬ চনত। যেতিয়া প্ৰয়াত স্পিনাৰ নাডকাৰ্ণীয়ে একেৰাহে ১৩১টা ডট বল কৰি ইংৰাজ বেটছমেনক পৰাস্ত কৰিছিল। ভাৰত আৰু ইংলেণ্ডৰ এই খেলখন মাদ্ৰাজ (বৰ্তমান চেন্নাই)ত অনুষ্ঠিত হৈছিল।

আশ্চৰ্যজনক কথাটো হ’ল এই আকর্ষণীয় প্রদর্শন সত্ত্বেও সেই অভাৰত কোনো উইকেট দখল কৰা নাছিল, যদিও এক ৰানো কৰিব দিয়া নাছিল৷ সেই সময়ত মহা বিমোৰত পৰিছিল ইংৰাজ বেটছমেনসকলক। শতকৰ ঘৰত বল হেৰুৱাইয়ো ৰাণৰ ঘৰত শূণ্য।

নাডকাৰ্ণী কেৱল বলিঙতে সীমাবদ্ধ নাছিল, ফিল্ডিঙতো ফলপ্ৰসূ আছিল। টেষ্টত তেওঁৰ সৰ্বোত্তম স্ক’ৰ ১২২, যিয়ে প্ৰমাণ কৰে যে তেওঁৰ বেটিঙো শক্তিশালী আছিল। তেওঁৰ টেষ্ট কেৰিয়াৰত ১৪১৪ ৰান সংগ্ৰহ কৰিছিল, য’ত এটা শতক আৰু ৭টা পঞ্চাশ ৰান আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BAPU NADKARNICricketerIndian CricketerIndian Cricketer recordMR MISERLYworld record
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?
জীৱনশৈলী

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

April 11, 2026
Next Post
কন্যা ৰাশিত চন্দ্ৰ, লক্ষ্মীবাৰে লক্ষ্মীলাভৰ যোগ এই ৫ৰাশিৰ ভাগ্যত

আজি শিক্ষক দিৱস, শিক্ষক দিৱসৰ প্ৰাকক্ষণত জানি থওক ৰাধাকৃষ্ণণৰ এইকেইটা মহৎ বাণী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন