• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পেৰালিম্পিকৰ ২০ দিন পূৰ্বে মাতৃক হেৰুৱাইছিল, সোণৰ পদক মাতৃৰ নামৰ উৎসৰ্গা কৰি কি ক’লে হৰবিন্দৰে?

2 years ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

24 minutes ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

52 minutes ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

1 hour ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

2 hours ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

3 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

12 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

13 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

14 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

15 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পেৰালিম্পিকৰ ২০ দিন পূৰ্বে মাতৃক হেৰুৱাইছিল, সোণৰ পদক মাতৃৰ নামৰ উৎসৰ্গা কৰি কি ক’লে হৰবিন্দৰে?

পেৰালিম্পিকৰ ২০ দিন পূৰ্বে মাতৃক হেৰুৱাইছিল, সোণৰ পদক মাতৃৰ নামৰ উৎসৰ্গা কৰি কি ক’লে হৰবিন্দৰে?

editor by editor
September 5, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, ভাৰত
0
পেৰালিম্পিকৰ ২০ দিন পূৰ্বে মাতৃক হেৰুৱাইছিল, সোণৰ পদক মাতৃৰ নামৰ উৎসৰ্গা কৰি কি ক’লে হৰবিন্দৰে?
0
SHARES
54
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পেৰালিম্পিকত ভাৰতৰ পদকৰ সংখ্যা বৰ্তমানলৈকে হৈছেগৈ ২২৷ ৪ ছেপ্টেম্বৰত ক্ৰীড়াক্ষেত্ৰত আৰু এখ অভিলেখ ভাৰতীয় এথলিটৰ৷ এইবাৰ পদকৰ সংখ্যাৰেই নহয় সোণ জয়েৰেও আগুৱাইছে ভাৰতৰ পেৰালিম্পিকৰ খেলুৱৈ৷ পেৰালিম্পিকৰ সপ্তম দিনত আৰ্চাৰীত সোণৰ পদক আনিছে হৰবিন্দৰ সিঙে৷ অলিম্পিকত আৰ্চাৰীত ভাল ফলাফল নাহিলেও এইবাৰ পেৰালিম্পিকেই সলাইছে ভাৰতৰ ছবি৷ পেৰালিম্পিকত সোণ জয়ৰ এই যাত্ৰা সহজ মুঠেও নহয় হৰবিন্দৰৰ৷ শৈশৱতে ভৰি বিকল হৈ পৰা হৰবিন্দৰৰ আৰ্চাৰীত আগুৱাই যোৱা এই যাত্ৰা মুঠেও সহজ নহয়৷ এইবাৰ পেৰালিম্পিকৰ কেইদিনমান পূৰ্বেই মাতৃক হেৰুৱাইছে হৰবিন্দৰে৷

মাতৃৰ মৃত্যু

পেৰিছ পেৰালিম্পিকৰ ২০ দিনৰ পূৰ্বে মাতৃক হেৰুৱাইছে হৰবিন্দৰ সিঙে৷ এই দুখৰ মাজতো তেওঁৰ একাগ্ৰতাই এতিয়া মুগ্ধ কৰিছে বহুজনক৷ সোণ জয় কৰি পেৰিছৰ পৰা হৰবিন্দৰে কয়, ‘২০ দিন পূৰ্বে মাক হেৰুৱাইছো৷ মানসিকভাৱে বহু চাপত আছিলো৷ জীৱনত বহু কিবাই হেৰুৱাইছো৷ মোৰ মাৰ কঠোৰ পৰিশ্ৰম আৰু আশীৰ্বাদৰ কাৰণেই মই আজি সোণ জিকিব পাৰিছো৷

চিকিৎসকৰ ভুলৰ বাবে অচল হৈ পৰিল দুভৰি

হাৰিয়ানাৰ কৈথালৰ বাসিন্দা হৰবিন্দৰ সিং৷ ডেৰ বছৰ বয়সত হৰবিন্দৰৰ ডেংগি ধৰা পৰে৷ সেই সময়ত চিকিৎসকৰ ইঞ্জেকছনে হৰবিন্দৰক এনেকৈ প্ৰভাৱিত কৰিছিল যে তেওঁ ভৰি দুখনেই সম্পূৰ্ণ অচল হৈ পৰে৷ ইয়াৰপাছতেই এখন ভৰি লাহে লাহে কিছু সুস্থ হয় কিন্তু এখন ভৰি সম্পূৰ্ণৰূপে অচল হৈ পৰে৷

এখন ভৰিৰেই হৰবিন্দৰে চলাই যায় জীৱন সংগ্ৰাম৷ থমকি নৰ’ল হৰবিন্দৰ৷ নকমিল সাহসো৷ সফলতাৰ বাবে তেওঁ এনেকৈ পৰিশ্ৰম কৰিলে যে তেওঁ প্ৰথমগৰাকী এথলিট হিচাপে পেৰালিম্পিকৰ আৰ্চাৰীত দেখলৈ সোণৰ পদক আনিলে৷

ঘৰৰ কাষৰ কৃষিভূমিত চলাইছিল অনুশীলন

কৰ’নাৰ সময়ত সমগ্ৰ ফিল্ড আদি বন্ধ ৰখা হৈছিল৷ সেয়ে অনুশীলনৰ বাবে ঠাই নাছিল হৰবিন্দৰৰ৷ পুত্ৰৰ খেলৰ প্ৰতি আগ্ৰহ দেখি আগুৱাই আহে পিতৃ৷ নিজৰ কৃষিভুমিৰে অলপ স্থানত পিতৃয়ে পুত্ৰৰ বাবে আৰ্চাৰী ট্ৰেক বনাই দিলে৷ হৰবিন্দৰ সিঙে ফাইনেলত ৬-০ত জয়লাভ কৰিছে৷ পোলেণ্ডৰ লিকাছ ছিচজেকক পৰাস্ত কৰিছে হৰবিন্দৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?
জীৱনশৈলী

March 18, 2026
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ
জীৱনশৈলী

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

March 18, 2026
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

March 18, 2026
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই
জীৱনশৈলী

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

March 18, 2026
Next Post
বিশালক ক্লাইণ্ট যোগান ধৰি প্ৰতিদানত চুমিয়ে কি কি লৈছিল বিশালৰ পৰা? জানক সবিশেষ

ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তন! ২ ডিচেম্বৰলৈকে এই ৩ৰাশিৰ বাবে সোণালী সময়, ভাৱিব নোৱাৰা ধন আহিব ৩ ৰাশিৰ হাতলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন