• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ নিজৰ দুৰ্ঘটনাক লৈ ‘কাচা বাদাম’ৰ গায়ক ভুৱন বাদ্যকাৰৰ নতুন গান

এইবাৰ নিজৰ দুৰ্ঘটনাক লৈ ‘কাচা বাদাম’ৰ গায়ক ভুৱন বাদ্যকাৰৰ নতুন গান

4 years ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

3 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

4 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

5 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

5 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

6 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

6 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

7 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

7 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

8 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

9 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

10 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এইবাৰ নিজৰ দুৰ্ঘটনাক লৈ ‘কাচা বাদাম’ৰ গায়ক ভুৱন বাদ্যকাৰৰ নতুন গান

editor by editor
March 7, 2022
in বিনোদন, ভাৰত, সংগীত
0
এইবাৰ নিজৰ দুৰ্ঘটনাক লৈ ‘কাচা বাদাম’ৰ গায়ক ভুৱন বাদ্যকাৰৰ নতুন গান
0
SHARES
306
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘কাচা বাদাম’ গানেৰে ইন্টাৰনেটত ব্যাপকভাৱে ভাইৰেল হৈ পৰা ভুৱন বাদ্যকাৰ এতিয়া এজন বাদাম ফেৰীৱালা নহয়৷ তেওঁ ইতিমধ্যে চেলিব্ৰেটিলৈ পৰিণত হৈছে৷

কাচা বাদাম বিক্ৰী কৰিবলৈ এৰি ভুৱন বাদ্যকাৰে পঞ্চতাৰকা হোটেলত গীত পৰিৱেশন কৰি সুন্দৰী যুৱতীৰ সৈতে কঁকাল ভাঙি গানৰ তালে তালে ৰোমাঞ্চকৰ নৃত্যও কৰে৷

ষোড়নাই চেলিব্ৰেটিৰ জীৱন যাপন কৰিবলৈ নতুন আদৱ কায়দাক অনুসৰণ কৰা ভুৱন বাদ্যকাৰে কিছুদিন পূৰ্বে গাড়ী চলোৱাৰ প্ৰশিক্ষণ ল’বলৈ গৈ দুৰ্ঘটনাটো পতিত হয়৷

লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : সৰ্বকালৰ অভিলেখ ভংগ কৰিব খাৰুৱা তেলৰ মূল্যই!

উল্লেখ্যে ইউটিউবৰ পৰা ৰয়েলিটি হিচাপে কে’বালাখো টকা আৰু বিভিন্ন অনুষ্ঠানসমূহৰ পৰা লাভ কৰাৰ ধনেৰে ভুৱন বাদ্যকাৰে এখন ছেকেণ্ড হেণ্ড বাহনো ক্ৰয় কৰে৷ এই বাহনখনতে গাড়ী চলোৱা শিকিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ ভুৱন বাদ্যকাৰ চিকিৎসালয়তো ভৰ্তি হ’বলগীয়া হয়৷

এই ভুৱন বাদ্যকাৰে এইবাৰ নিজৰ বাহন দুৰ্ঘটনাৰ ওপৰতে এটা গীত ৰচনা কৰিছে৷ হাস্পতালত চিকিৎসাধীন অৱস্থাতে ভুৱন বাদ্যকাৰে তেওঁৰ নিজৰ দুৰ্ঘটনাৰ ওপৰত এটা গান ৰচনা কৰিছে৷

লগতে পঢ়ক এই লক্ষণ দেখিলেই বুজিব স্ত্ৰী তৃতীয় ব্যক্তিৰ প্ৰতি আসক্ত! সেই লক্ষণসমূহ কি কি?

উক্ত গানটোত ভুৱন বাদ্যকাৰে নিজে কণ্ঠদান কৰাৰ লগতে ভিডিঅ’ও কৰিছে৷ গীতটোত ভুৱন বাদ্যকাৰে নিজা ভংগীৰে নৃত্য কৰি কৰি কণ্ঠদান কৰা বুলি জানিব পৰা গৈছে৷

অৱশ্যে গীতটো এইবাৰ সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়া নহয়৷ গীতটো নিৰ্দিষ্ট সময়ত প্ৰথমতে এক নিৰ্দিষ্ট প্লেটফৰ্মত মুকলি কৰি দিয়া হ’ব৷

‘কাচা বাদাম’ৰ দৰেই ভুৱন গামৰ নতুন গীত ‘আমাৰ নতুন গাড়ী’তে ’কাচা বাদাম’ৰ দৰে জনপ্ৰিয় হয় নে নহয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBhuban BaidyakarKacha Badam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ
ভাৰত

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

March 20, 2026
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী
বিনোদন

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

March 20, 2026
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…
বিনোদন

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

March 20, 2026
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
জীৱনশৈলী

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

March 20, 2026
Next Post
ৰাছিয়া-ইউক্ৰকেইন যুদ্ধৰ কুফল ভুগিব ভাৰতবাসীয়ে : ২০ টকা পৰ্যন্ত বৃদ্ধি হ’ব ইন্ধনৰ মূল্য!

ৰাছিয়া-ইউক্ৰকেইন যুদ্ধৰ কুফল ভুগিব ভাৰতবাসীয়ে : ২০ টকা পৰ্যন্ত বৃদ্ধি হ’ব ইন্ধনৰ মূল্য!

ৰাজধানী কীয়েভসহ চাৰি চহৰত যুদ্ধবিৰতি ৰাছিয়াৰ; নাটক আখ্যা ইউক্ৰকেইনৰ

ৰাজধানী কীয়েভসহ চাৰি চহৰত যুদ্ধবিৰতি ৰাছিয়াৰ; নাটক আখ্যা ইউক্ৰকেইনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.