• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপ্ৰকাশিত তথা সৰ্বজনবিদিত ভূপেন হাজৰিকাৰ সেই প্ৰেম কাহিনী, ৪৫ বৰ্ষীয় ভূপেনদাৰ প্ৰেমত পৰিছিল ১৭ বছৰীয়া…

অপ্ৰকাশিত তথা সৰ্বজনবিদিত ভূপেন হাজৰিকাৰ সেই প্ৰেম কাহিনী, ৪৫ বৰ্ষীয় ভূপেনদাৰ প্ৰেমত পৰিছিল ১৭ বছৰীয়া…

1 year ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

13 minutes ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

37 minutes ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

55 minutes ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

1 hour ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

2 hours ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

2 hours ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

3 hours ago
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

4 hours ago
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

4 hours ago
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

4 hours ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

6 hours ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অপ্ৰকাশিত তথা সৰ্বজনবিদিত ভূপেন হাজৰিকাৰ সেই প্ৰেম কাহিনী, ৪৫ বৰ্ষীয় ভূপেনদাৰ প্ৰেমত পৰিছিল ১৭ বছৰীয়া…

editor by editor
November 5, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিবিধ, বিশ্ব
0
অপ্ৰকাশিত তথা সৰ্বজনবিদিত ভূপেন হাজৰিকাৰ সেই প্ৰেম কাহিনী, ৪৫ বৰ্ষীয় ভূপেনদাৰ প্ৰেমত পৰিছিল ১৭ বছৰীয়া…
0
SHARES
596
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অপ্ৰকাশিত তথা সৰ্বজনবিদিত ভূপেন হাজৰিকাৰ সেই প্ৰেম কাহিনী, ৪৫ বৰ্ষীয় ভূপেনদাৰ প্ৰেমত পৰিছিল ১৭ বছৰীয়া…

ভাৰতৰত্ন, অসম ৰত্ন, পদ্মবিভূষণ, পদ্মভূষণ, পদ্মশ্ৰী, দাদাচাহেব ফাল্কে বঁটা, সংগীত নাটক একাডেমী আদি বঁটাৰে সন্মানিত ভাৰতৰ অন্যতম শ্ৰেষ্ঠ সংগীত শিল্পী ভূপেন হাজৰিকাৰ আজি ত্ৰয়োদশ মৃত্যুতিথি। ২০১১ চনত আজিৰ ৫ নৱেম্বৰ দিনটোতে ৮৫ বছৰ বয়সত মৃত্যু হৈছিল হাজৰিকাৰ।

তেখেতে নিজৰ অনন্য সুমধুৰ কণ্ঠৰে বহুদিন ধৰি লাখ লাখ সংগীতপ্ৰেমীৰ হৃদয় জয় কৰি ৰাখিছিল। অসমৰ লগতে হিন্দী চিনেমা আৰু সংগীতৰ প্ৰতি ভূপেন হাজৰিকাৰ অৱদান সদায় স্মৰণীয় হৈ আছে। ছবি আৰু সংগীতৰ উপৰিও ব্যক্তিগত জীৱনৰ বাবেও তেওঁ সদায়ে বাতৰিৰ শিৰোনাম দখল কৰিছিল। অভিনেত্ৰী কল্পনা লাজমীৰ সৈতে ভূপেন হাজৰিকাৰ প্ৰেম কাহিনীও অতি সুন্দৰ।

১৯৫০ চনত প্ৰিয়ম্বদা পেটেলৰ সৈতে প্ৰেম বিবাহ হৈছিল ভূপেন হাজৰিকাৰ। গুজৰাটৰ প্ৰিয়ম্বদাক এক অনুষ্ঠানত লগ পাইছিল ভূপেনদাই। প্ৰিয়ম্বদা পেটেল আছিল এগৰাকী নৃত্যশিল্পী। সেই প্ৰেমে ১৯৫০ চনত বিবাহৰ ৰূপ লয়। বিবাহৰ দুটা বছৰ পাছত ১৯৫২ চনতজন্ম পায় ভূপেন-প্ৰিয়ম্বদাৰ একমাত্ৰ সন্তান তেজপ্ৰতাপ হাজৰিকাৰ। কিন্তু সংসাৰত আউল লগাত ভূপেন হাজৰিকাক অকলে এৰি থৈ তেজৰ সৈতে আঁতৰি যায় পত্নী প্ৰিয়ম্বদা।

প্ৰিয়ম্বদাৰ সৈতে বিচ্ছেদৰ পাছতে ভূপেনদাই লিখিছিল- মই যেতিয়া এই মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম,
আশাকৰো মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম,
নেলাগে মোৰ সোঁৱৰণি সভা নেলাগে মিছা নাম,
তোমাৰ এটুপি চকুলো পালেই মই পাম মোৰ দাম। ….কিন্তু কোনোদিনে উভতি নাহে প্ৰিয়ম্বদা।

তাৰ পাছতে ৪৫ বছৰীয়া অকলশৰীয়া ভূপেনদাই লগ পাইছিল ১৭ বছৰীয়া কল্পনাক। ১৭ বছৰীয়া কল্পনা প্ৰেমত পৰিছিল ৪৫ বছৰীয়া ভূপেনদাৰ। কল্পনা লাজমীয়ে তেওঁৰ জীৱনী ‘ভূপেন হাজৰিকা: যিদৰে জানিছিলোঁ’ত ভূপেন হাজৰিকাৰ সৈতে তেওঁৰ প্ৰেম কাহিনী বিতংভাৱে বৰ্ণনা কৰিছে। য’ত কল্পনা লাজমীয়ে কৈছে যে তেওঁ আৰু ভূপেন হাজৰিকাই ইজনে সিজনৰ সংগী আৰু পথ প্ৰদৰ্শক হিচাপে প্ৰায় ৪০ বছৰ একেলগে বাস কৰিছিল। কল্পনা লাজমীৰ গ্ৰন্থ অনুসৰি ভূপেন হাজৰিকাক প্ৰথম লগ পাইছিল ১৭ বছৰ বয়সত, তেতিয়া প্ৰবীণ গায়িকাগৰাকীৰ বয়স আছিল ৪৫ বছৰ।

কল্পনাৰ সৈতে থাকিলেও কিন্তু কোনোদিনে কল্পনাৰ সৈতে বিবায় নবহিল ভূপেন হাজৰিকা। কল্পনা লাজমীয়েও সকলো মানি একেলগে থাকিও আঁতৰে আঁতৰে নিস্বাৰ্থ ভাৱে ভাল পাই থাকিল ভূপেনদাক।

কল্পনা লাজমীয়ে তেওঁৰ গ্ৰন্থত লিখিছে, ‘আমি প্ৰথম লগ পাইছিলো। সেই প্ৰথম সাক্ষাততে মই তেওঁক ভাল পাবলৈ ধৰিলোঁ। ৪০ বছৰৰ পাছতো যেতিয়া তেওঁৰ জীৱনৰ পোহৰ নিৰ্বাপিত হ’বলৈ ওলাইছিল তেতিয়াও ভূপেনদাৰ চকুত আমাৰ প্ৰথম লগ পোৱাৰ প্ৰতিফলন দেখিছিলো। যৌৱনৰ পৰা বৃদ্ধাৱস্থালৈকে আমাৰ জীৱনৰ এক অবিৰত যাত্ৰা আছিল পাৰস্পৰিক প্ৰেম আৰু আবেগ। আমাৰ জীৱনত বহুতো অধ্যায় আহিল। কিছুমান আমি লালন-পালন কৰিছিলোঁ আৰু কিছুমান আছিল যিবোৰ আমি পাহৰিব বিচাৰিছিলো।

কল্পনা লাজমীয়ে কিতাপখনত লিখিছে, ‘ভূপেন হাজৰিকাৰ সৈতে মোৰ প্ৰেম কাহিনী বেলেগ আছিল। ভূপেনদাৰ সৈতে ৪০ বছৰীয়া এক সুখী, ব্যক্তিগত আৰু অশান্ত যাত্ৰাই আমাৰ চৰিত্ৰসমূহৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে। গ্ৰন্থখনৰ মতে, কল্পনা লাজমী আৰু ভূপেন হাজৰিকাৰ প্ৰথম সাক্ষাৎ হৈছিল গায়িকাগৰাকীৰ আত্মীয়ৰ ঘৰত। ইয়াৰ পিছত দুয়োজনে সঘনাই লগ হৈছিল। ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছতো কল্পনা লাজমীয়ে ভূপেন হাজৰিকাৰ সংগীতৰ উত্তৰাধিকাৰ সংৰক্ষণ কৰি ৰাখিছিল।

সেই কল্পনাৰ সৈতেই জীৱনৰ অন্তিম মূহুৰ্ত পাৰ কৰিছিল ভূপেন হাজৰিকাই। অৱশ্যে মৃত্যুৰ পাছত পুত্ৰ তেজপ্ৰতাপ গুৱাহাটীলৈ আহি পুত্ৰ হিচাপে সকলো কৰ্তব্য সমাপন কৰি থৈ গৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Assam RatnaBharat Ratnabhupen hazarikaBhupen Hazarika Death anniversaryBhupen Hazarika Love Story
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক
জীৱনশৈলী

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

March 30, 2026
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা
জীৱনশৈলী

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

March 30, 2026
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ
জীৱনশৈলী

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

March 30, 2026
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ
জীৱনশৈলী

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

March 30, 2026
Next Post
পুনৰ কলিকতা সদৃশ ঘটনা, নাৰ্চিঙৰ ছাত্ৰীক হাস্পতালতে আৱদ্ধ কৰি ৰাখি…

পুনৰ কলিকতা সদৃশ ঘটনা, নাৰ্চিঙৰ ছাত্ৰীক হাস্পতালতে আৱদ্ধ কৰি ৰাখি...

আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন, কোনে মাৰিব শেষ হাঁহি, কেতিয়া আহিব ৰিজাল্ট

আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন, কোনে মাৰিব শেষ হাঁহি, কেতিয়া আহিব ৰিজাল্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.