• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপৰাধীক ধৰিবলৈ গৈছিল আৰক্ষী, ওলোটাই অপৰাধীয়ে কৰিলে এই কাম…

অপৰাধীক ধৰিবলৈ গৈছিল আৰক্ষী, ওলোটাই অপৰাধীয়ে কৰিলে এই কাম…

5 years ago
পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

29 minutes ago
চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

51 minutes ago
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

2 hours ago
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

2 hours ago
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

3 hours ago
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

4 hours ago
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

4 hours ago
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

6 hours ago
প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

7 hours ago
শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

7 hours ago
EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

8 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

১২ আগষ্টত বৃহস্পতি হ’ব উদয়, লাভৱান হ’ব নে সকলো হেৰুৱাব আপুনি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

অপৰাধীক ধৰিবলৈ গৈছিল আৰক্ষী, ওলোটাই অপৰাধীয়ে কৰিলে এই কাম…

editor by editor
April 10, 2021
in অপৰাধ, ভাৰত
0
অপৰাধীক ধৰিবলৈ গৈছিল আৰক্ষী, ওলোটাই অপৰাধীয়ে কৰিলে এই কাম…
0
SHARES
23.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ  আৰক্ষীয়ে অপৰাধীক ধৰা আপুনি দেখিছে। কিন্তু পশ্চিমবংগত অপৰাধীক ধৰিবলৈ গৈ মৃত্যুক সাৱটিবলগীয়া হৈছে এগৰাকী আৰক্ষী। হয় পশ্চিমবংগত অপৰাধীক ধৰিবলৈ যোৱা এগৰাকী আৰক্ষীক মৰিয়াই মৰিয়াই হত্যা কৰা হয়। দুৰ্বৃত্তৰ প্ৰহাৰত মৃত্যু হয় বিহাৰৰ আৰক্ষী বিষয়া অশ্বিনী কুমাৰৰ। পশ্চিমবংগৰ পঞ্জীপাৰা থানাৰ অন্তৰ্গত পন্তাপাৰা গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড। বিহাৰৰ পৰা পলায়ন কৰা এগৰাকী ‘ম’ষ্ট ৱাণ্টেড’ অপৰাধীক ধৰিবলৈ পশ্চিম বংগলৈ গৈছিল অশ্বিনী কুমাৰ। কিন্তু গাঁওবাসীৰ সহযোগত দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু হয় আৰক্ষী বিষয়াগৰাকীৰ। ঘটনা সন্দৰ্ভত পশ্চিমবংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এগৰাকী অপৰাধীক। সম্প্ৰতি অশ্বিনী কুমাৰৰ মৃতদেহ পশ্চিমবংগৰ ইছলামপুৰ হাস্পতালত ৰখা হৈছে। ঘটনা সন্দৰ্ভত বিহাৰ পুলিচ এচ’ছিয়েচনৰ অধ্যক্ষ মৃত্যুঞ্জয় কুমাৰ সিঙে ভুক্তভোগীৰ পৰিয়াললৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ২ কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24west bengal mob lynching
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য
প্ৰযুক্তি

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

August 7, 2026
এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?
বাণিজ্য

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

August 7, 2026
পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?
বাণিজ্য

পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

August 7, 2026
সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে
নিয়োগ

সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

August 7, 2026
Next Post
জ্বৰ-কাহ ন’হলেও সাৱধান হওক, ক’ৰোনাৰ নতুন লক্ষণসমূহ এনেধৰণৰ…

জ্বৰ-কাহ ন’হলেও সাৱধান হওক, ক’ৰোনাৰ নতুন লক্ষণসমূহ এনেধৰণৰ...

মাটিত পোত যোৱা ঘৰ এটা কেনেকৈ দাঙিব?

মাটিত পোত যোৱা ঘৰ এটা কেনেকৈ দাঙিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.