• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বন্ধ কোঠা বা হোটেল নহয়…! শ্মশানৰ ভিতৰত তৰুণীৰ সৈতে অৰ্ধনগ্ন অৱস্থাত ধৰা পৰিল বিজেপি নেতা, ক’ত এই ঘটনা?

বন্ধ কোঠা বা হোটেল নহয়…! শ্মশানৰ ভিতৰত তৰুণীৰ সৈতে অৰ্ধনগ্ন অৱস্থাত ধৰা পৰিল বিজেপি নেতা, ক’ত এই ঘটনা?

1 year ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

18 minutes ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

54 minutes ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

2 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

2 hours ago
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

3 hours ago
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

4 hours ago
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

4 hours ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

5 hours ago
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

5 hours ago
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

5 hours ago
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

6 hours ago
১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বন্ধ কোঠা বা হোটেল নহয়…! শ্মশানৰ ভিতৰত তৰুণীৰ সৈতে অৰ্ধনগ্ন অৱস্থাত ধৰা পৰিল বিজেপি নেতা, ক’ত এই ঘটনা?

বন্ধ কোঠা বা হোটেল নহয়...! শ্মশানৰ ভিতৰত তৰুণীৰ সৈতে অৰ্ধনগ্ন অৱস্থাত ধৰা পৰিল বিজেপি নেতা, ক’ত এই ঘটনা?

editor by editor
July 12, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
বন্ধ কোঠা বা হোটেল নহয়…! শ্মশানৰ ভিতৰত তৰুণীৰ সৈতে অৰ্ধনগ্ন অৱস্থাত ধৰা পৰিল বিজেপি নেতা, ক’ত এই ঘটনা?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উদ্দাম যৌনতাৰ মাজত এগৰাকী বিবাহিত তৰুণীৰ সৈতে বিজেপি নেতাক হাতেলোটে ধৰিছে জনতাই৷ কোনো বন্ধ কোঠা বা হোটেলত নহয়৷ শ্মশানৰ মাজত আপত্তিকৰ অৱস্থাত ধৰা পৰিছে বিজেপি নেতাগৰাকী৷ যোগীৰাজ্যৰ এই কাণ্ডক লৈ দেশজুৰি চলিছে চৰ্চা৷ নেতাগৰাকীৰ ভিডিঅ’ও ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত৷

শ্মশানৰ মাজত পাৰ্কিং কৰা আছিল এখন বাহন৷ সাধাৰণতে শ্মশানৰ মাজত গাড়ী ৰখাই থোৱা নিষিদ্ধ৷ কাৰ বাহন, কিয় সেই বাহন নিৰ্জন দুপৰীয়া শ্মশানত ৰখা হৈছে সেই কথা জানিবৰ বাবে স্থানীয় কেইগৰাকীমান লোকে বাহনখনৰ কাষলৈ গৈছিল৷ তাত উপস্থিত হোৱাৰ পাছতেই হতচকিত হৈ পৰে স্থানীয় লোকসকল৷ বাহনতেই আপত্তিকৰ অৱস্থাত এগৰাকী তৰুণীৰ সৈতে এলেকাৰ জনপ্ৰিয় বিজেপি নেতাক দেখা পায় গাওঁবাসীয়ে৷

মুহূৰ্তৰ ভিতৰতেই গাওঁৰ ক্ষিপ্ত জনতাই ঘটনাস্থলীত হাজিৰ হয়৷ কেইবাজনেও মোবাইল অন কৰি ভিডিঅ’ কৰিবলৈ আৰম্ভ কৰে৷ গাওঁবাসীয়ে দেখে যে প্ৰথমে আতংকৰ মাজত বাহনত চুপকৈ বহি আছিল বিজেপি নেতাগৰাকী৷ গাওঁবাসীৰ সংখ্যা বাঢ়ি অহাত বাহনৰ পৰা তেওঁ নামি আহে৷ অৰ্ধনগ্ন অৱস্থাতেই গাওঁবাসীৰ ভৰি চুই ক্ষমা বিচাৰে৷ শ্মশানৰ মাজতেই যৌনতাত লিপ্ত হোৱাৰ বাবে হাত যোৰ কৰি ক্ষমা খোজে তেওঁ৷

সৰ্বভাৰতীয় সংবাদমাধ্যম সূত্ৰৰ পৰা জনা গৈছে, ঘটনাটো ঘটিছে উত্তৰপ্ৰদেশৰ বুলন্দচহৰ জিলাত৷ সেই জিলাৰ শিকাৰপুৰ কোতালী এলেকাৰ কৈলাৱান গাওঁত ঘটনাটো ঘটিছে৷ বিজেপি নেতাগৰাকীৰ নাম ৰাহুল বাল্মিকী৷ স্থানীয় বিজেপি মৰ্চাৰ ডাঙৰ নেতা তেওঁ৷ সম্প্ৰতি তেওঁকেই এগৰাকী বিবাহিত তৰুণীৰ সৈতে আপত্তিকৰ অৱস্থান শ্মশানত হাতে লোটে ধৰে গাওবাসীয়ে৷

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পৰা বিজেপি নেতাই পৰিধান কৰি আছিল কেৱল অন্তৰ্বাস আৰু বুটাম খোলা চাৰ্ট৷ এই অৱস্থাতেই বাহনৰ পৰা নামি আহি সকলোৰে ওচৰত ক্ষমা খোজে৷ তেওঁ কয়, ‘প্লিজ ভিডিঅ’ নকৰিব৷ আমাক ক্ষমা কৰক৷’ বিজেপি নেতাৰ এই কাণ্ডৰ পাছতেই গাওঁবাসীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে৷ কিন্তু বিজেপি নেতাৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱা নাই আৰক্ষীয়ে৷ চিকাৰপুৰ থানাত আৰক্ষীয়ে সেই বিজেপি নেতাৰ বিৰুদ্ধে কোনো অভিযোগ গ্ৰহণ কৰা আনই৷ এই ঘটনাৰ পাছৰে পৰাই বিজেপি নেতাগৰাকী পলাতক হৈ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ
অসম

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

September 16, 2026
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম
জীৱনশৈলী

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

September 16, 2026
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা
ভাৰত

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

September 16, 2026
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!
অপৰাধ

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

September 16, 2026
Next Post
বোয়িং বিমানত ইন্ধনৰ ছুইচ লক কৰা নাই! ৭ বছৰ পূৰ্বেই এই বিসংগতিক লৈ সতৰ্ক কৰিছিল মাৰ্কিন সংস্থাই, কিয় গুৰুত্ব দিয়া নাছিল এয়াৰ ইণ্ডিয়াই?

বোয়িং বিমানত ইন্ধনৰ ছুইচ লক কৰা নাই! ৭ বছৰ পূৰ্বেই এই বিসংগতিক লৈ সতৰ্ক কৰিছিল মাৰ্কিন সংস্থাই, কিয় গুৰুত্ব দিয়া নাছিল এয়াৰ ইণ্ডিয়াই?

১ আগষ্ট ২০২৫ৰ পৰা UPIৰ নিয়মৰ সালসলনি, কি কি সলনি হ’ব UPI লেনদেনত?

১ আগষ্ট ২০২৫ৰ পৰা UPIৰ নিয়মৰ সালসলনি, কি কি সলনি হ’ব UPI লেনদেনত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.