• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ বিৰুদ্ধে আদালতে জাৰি কৰিলে চমন, প্ৰৱঞ্চনাৰ সৈতে জড়িত গোচৰ

1 year ago
২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

10 minutes ago
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

20 minutes ago
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

30 minutes ago
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

11 hours ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

12 hours ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

14 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

15 hours ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

16 hours ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ বিৰুদ্ধে আদালতে জাৰি কৰিলে চমন, প্ৰৱঞ্চনাৰ সৈতে জড়িত গোচৰ

editor by editor
December 10, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ বিৰুদ্ধে আদালতে জাৰি কৰিলে চমন, প্ৰৱঞ্চনাৰ সৈতে জড়িত গোচৰ
0
SHARES
385
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ বিৰুদ্ধে আদালতে জাৰি কৰিলে চমন, প্ৰৱঞ্চনাৰ সৈতে জড়িত গোচৰ

শেহতীয়াকৈ দিল্লীৰ পাটিয়ালা হাউছ কোৰ্টে ‘গৰম ধৰ্ম ধাবা’ ফ্ৰেঞ্চাইজিৰ সৈতে জড়িত জালিয়াতিৰ গোচৰত বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ বিৰুদ্ধে চমন জাৰি কৰিছে। অভিনেতা ধৰ্মেন্দ্ৰৰ লগতে আৰু আন দুজন লোকৰ বিৰুদ্ধেও জাৰি কৰি চমন।

ন্যায়িক দণ্ডাধীশ যশদীপ চাহালে দিল্লীৰ ব্যৱসায়ী সুশীল কুমাৰে গৰম ধৰম ধাবাৰ ফ্ৰেঞ্চাইজিত বিনিয়োগ কৰিবলৈ প্ৰলোভিত কৰি প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি দাখিল কৰা এজাহাৰৰ ভিত্তিত জাৰি কৰা হৈছে এই চমন।

৫ ডিচেম্বৰত গৃহীত চমন অৰ্ডাৰত ন্যায়াধীশগৰাকীয়ে কয় যে, “প্ৰাইমা ফেচি, ৰেকৰ্ডত থকা প্ৰমাণে ইংগিত দিয়ে যে অভিযুক্ত ব্যক্তিসকলে অভিযোগকাৰীক তেওঁলোকৰ উমৈহতীয়া উদ্দেশ্যক আগুৱাই নিবলৈ প্ৰৰোচিত কৰিছিল আৰু প্ৰৱঞ্চনাৰ অপৰাধৰ উপাদানসমূহ যথাযথভাৱে প্ৰকাশ কৰা হৈছিল।”

আদালতে লগতে ইয়াকো কয় যে, ধাৰাবাহিক নং ১ (অভিনেতা ধৰম সিং দেউল তথা ধৰ্মেন্দ্ৰ), ২ আৰু ৩ৰ অভিযুক্ত ব্যক্তিসকলক ধাৰা ৩৪ আইপিচিৰ অধীনত আদালতত হাজিৰ হ’ব লাগিব। বিষয়টো সন্দৰ্ভত পৰৱৰ্তী শুনানি ২০২৫ চনৰ ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Actor Dharmendrabollywood actorDharmendra
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

March 20, 2026
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

March 20, 2026
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?
জীৱনশৈলী

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

March 20, 2026
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ
ভাৰত

March 19, 2026
Next Post
এটা সময়ত কোটি টকাৰ মালিকৰ আজি এটকাৰ বাবে হাহাকাৰ, মাহিলী উপাৰ্জন মাথো…

এটা সময়ত কোটি টকাৰ মালিকৰ আজি এটকাৰ বাবে হাহাকাৰ, মাহিলী উপাৰ্জন মাথো...

পূৰ্বৰে পৰা অৰুণোদয় হিতাধিকাৰী নেকি, তেন্তে হেৰুৱাব পাৰে ধন, কি কৰিব লাগিব ধন পাই থাকিবৰ বাবে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন