• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্নাতকোত্তৰত সোণৰ পদক, বলিউদৰ ছবিত অভিনয়, UPSCৰ প্ৰথম প্ৰচেষ্টাতে সফলতা সুন্দৰী ছিমলাৰ

স্নাতকোত্তৰত সোণৰ পদক, বলিউদৰ ছবিত অভিনয়, UPSCৰ প্ৰথম প্ৰচেষ্টাতে সফলতা সুন্দৰী ছিমলাৰ

3 years ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

13 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

14 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

15 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

15 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

16 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

18 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

19 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

19 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

19 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

20 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

1 day ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

স্নাতকোত্তৰত সোণৰ পদক, বলিউদৰ ছবিত অভিনয়, UPSCৰ প্ৰথম প্ৰচেষ্টাতে সফলতা সুন্দৰী ছিমলাৰ

editor by editor
September 3, 2022
in চিনেমা, ভাৰত
0
স্নাতকোত্তৰত সোণৰ পদক, বলিউদৰ ছবিত অভিনয়, UPSCৰ প্ৰথম প্ৰচেষ্টাতে সফলতা সুন্দৰী ছিমলাৰ
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোনো কোচিং গ্ৰহণ নকৰাকৈ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ইউ পি এছ চি পৰীক্ষাত যোগ্যতা অৰ্জন কৰি এজন আই পি এছ বিষয়াৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাটো সাধাৰণ কাম নহয়। কিন্তু মধ্যপ্ৰদেশৰ ভোপালৰ আই পি এছ বিষয়া ছিমলা প্ৰসাদে নিজৰ মেধাৰ বলত কৃতিত্ব অৰ্জন কৰিলে। ইয়াৰ বাহিৰেও তেওঁ বলীউডৰ ছবিত অভিয়ন কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিছে।

অতি ব্যস্ত এগৰাকী আই পি এছ বিষয়াই তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ বলীউডৰ ছবিত অভিনয় কৰাটো অতি প্ৰত্যাহ্বানজনক কাম৷ কিন্তু এই প্ৰত্যাহ্বানকো হেলাৰঙে অতিক্ৰম কৰি প্ৰতিভাৰ পৰিচয় দিছে ২০১০ চনৰ বেচৰ আই পি এছ বিষয়া সুন্দৰী ছিমলা প্ৰসাদে।

 

লগতে পঢ়ক ৭ পুত্ৰই গোচৰ তৰিলে আৰক্ষীক, পঞ্চম বিবাহ মণ্ডপৰ পৰাই গ্ৰেপ্তাৰ ৫৫ বছৰীয়া দৰাক!

আই পি এছ বিষয়া ছিমলা প্ৰসাদৰ বিষয়ে জানো আহক

শৈশৱৰ পৰাই নৃত্য-অভিনয়ৰ প্ৰতি আকৰ্ষিত ছিমলা প্ৰসাদৰ ১৯৮০ চনৰ ০৮ অক্টোবৰত মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত জন্ম হৈছিল। সৰুৰে পৰা নৃত্য-অভিনয়ৰ প্ৰতি আকৰ্ষিত আছিল ছিমলা প্ৰসাদৰ। স্কুলীয়া দিনত তেওঁ সদায় নৃত্য-অভিনয় অনুষ্ঠানত অংশ লৈছিল। ছিমলাই স্কুল-কলেজৰ দিনত বহু নাটকতো অভিনয় কৰিছিল। তেওঁৰ পিতৃ আই এ এছ বিষয়া তথা সাংসদ ড০ ভাগীৰথ প্ৰসাদ আৰু মাতৃ মেহৰুণনিছা পাৰভেজ সুপৰিচিত সাহিত্যিক।

ছিমলাৰ প্ৰাথমিক শিক্ষা ছেইণ্ট জোচেফ ক’ড স্কুলতে আৰম্ভ হৈছিল। ইয়াৰ পিছতে ষ্টুডেণ্ট ফৰ এক্সেলেন্স (IEHE)ৰ পৰা বি.কম আৰু ভোপালৰ বৰকতুল্লা বিশ্ববিদ্যালয়ৰ পৰা সমাজবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পৰীক্ষাত শীৰ্ষস্থান দখল কৰাৰ বাবে তেওঁক সোণৰ পদক প্ৰদান কৰা হয়। ইয়াৰ পিছতে মধ্যপ্ৰদেশ লোকসেৱা আয়োগৰ সাংসদ পি এছ চি পৰীক্ষাত যোগ্যতা অৰ্জন কৰে।

 

 

লগতে পঢ়ক Swiggy Instamartৰ জৰিয়তে কণ্ডম অৰ্ডাৰৰ ক্ষেত্ৰত দেশৰ কোন চহৰ শীর্ষত আছে?

পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ছিমলা প্ৰসাদৰ প্ৰথম পোষ্টিং ডি এছ পি হিচাপে হৈছিল। চাকৰিৰ সময়ছোৱাতে তেওঁ UPSC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই প্ৰথম প্ৰচেষ্টাতে কোচিং অবিহনে সফলতা লাভ কৰে। ছিমলাই আই পি এছ হ’বলৈ কোনো কোচিং ইনষ্টিটিউটৰ সহায় লোৱা নাছিল৷ নিজৰ অধ্যয়নৰ জৰিয়তে ইউ পি এছ চিৰ পৰীক্ষাত সফল হৈছিল। ছিমলাই কয় যে তেওঁ কেতিয়াও ভবা নাছিল যে তেওঁ অসামৰিক সেৱাত যোগদান কৰিব, কিন্তু তেওঁৰ ঘৰৰ পৰিৱেশে তেওঁক আই পি এছ হোৱাৰ ইচ্ছা জগাই তুলিছিল।

 

 

ছিমলাপ্ৰসাদৰ সৰলতা আৰু সৌন্দৰ্য দেখি দিল্লীত এক অনুষ্ঠানৰ সময়ত পৰিচালক জঘম ইমামে তেওঁৰ সৈতে এপইণ্টমেণ্ট বিচাৰিছিল। সেই বৈঠকত ইমামে নিজৰ ছবি ‘আলিফ’ৰ চিত্ৰনাট্য ছিমলাক বর্ণনা কৰি ছিমলাক ছবিখনত অভিনয়ৰ প্রস্তাৱ দিছিল৷

‘আলিফ’ আছিল ছিমলাৰ প্ৰথম ছবি আৰু ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত মুক্তি লাভ কৰিছিল। ইয়াৰ পিছত ২০১৯ চনত মুক্তি পোৱা ‘নক্কাছ’ ছবিতো কাম কৰিছিল ছিমলাই।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamBollywoodbollywood actressIPS Officer Simala Prasad
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

January 16, 2026
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ
বিবিধ

উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

January 15, 2026
Next Post
৬৪ বছৰত অৱসৰপ্ৰাপ্ত যৌনকৰ্মী বিট্ৰিছ; ৫ লাখ ‘সন্তুষ্ট গ্ৰাহক’ৰ মাজত আছে ৪ আমেৰিকান ৰাষ্ট্ৰপতি!

৬৪ বছৰত অৱসৰপ্ৰাপ্ত যৌনকৰ্মী বিট্ৰিছ; ৫ লাখ ‘সন্তুষ্ট গ্ৰাহক’ৰ মাজত আছে ৪ আমেৰিকান ৰাষ্ট্ৰপতি!

মাত্ৰ ডেৰ মাহতে ভাঙিল ললিত-সুস্মিতাৰ সম্পৰ্ক! সামাজিক মাধ্যমত সৰৱ চৰ্চা কিয়?

মাত্ৰ ডেৰ মাহতে ভাঙিল ললিত-সুস্মিতাৰ সম্পৰ্ক! সামাজিক মাধ্যমত সৰৱ চৰ্চা কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.