• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উচ্চ স্তৰত ডিজে মিউজিক বজোৱাৰ বাবে মগজুৰ ৰক্তক্ষৰণ এজন ব্যক্তিৰ, আচৰিত হৈ পৰিছে চিকিৎসক

উচ্চ স্তৰত ডিজে মিউজিক বজোৱাৰ বাবে মগজুৰ ৰক্তক্ষৰণ এজন ব্যক্তিৰ, আচৰিত হৈ পৰিছে চিকিৎসক

2 years ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

11 minutes ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

31 minutes ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

1 hour ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

2 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

2 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

4 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

5 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

5 hours ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

5 hours ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

21 hours ago
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

22 hours ago
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

উচ্চ স্তৰত ডিজে মিউজিক বজোৱাৰ বাবে মগজুৰ ৰক্তক্ষৰণ এজন ব্যক্তিৰ, আচৰিত হৈ পৰিছে চিকিৎসক

editor by editor
September 14, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
উচ্চ স্তৰত ডিজে মিউজিক বজোৱাৰ বাবে মগজুৰ ৰক্তক্ষৰণ এজন ব্যক্তিৰ, আচৰিত হৈ পৰিছে চিকিৎসক
0
SHARES
131
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উচ্চ স্তৰত ডিজে মিউজিক বজোৱাৰ বাবে মগজুৰ ৰক্তক্ষৰণ এজন ব্যক্তিৰ, আচৰিত হৈ পৰিছে চিকিৎসক

এক বিৰল আৰু কুটিল পৰিঘটনাত ছত্তীশগড়ৰ সুৰগুজাত ডিজে সংগীতৰ হাই ডেচিবেল শব্দৰ বাবে এজন লোকৰ মগজুৰ ৰক্তক্ষৰণ হোৱাৰ অভিযোগ উত্থাপন হৈছে।

ৰাজ্যৰ সুৰগুজা সংমণ্ডলৰ বলৰামপুৰ জিলাত এই ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে, জিলাখনৰ সনাৱল অঞ্চলৰ বাসিন্দা সঞ্জয় জয়ছৱালে দুদিন পূৰ্বে হঠাতে মূৰ ঘূৰোৱা আৰু বমি হোৱাৰ অভিযোগ উত্থাপন কৰিছিল। লগে লগে সঞ্জয়ে চিকিৎসাৰ বাবে অম্বিকাপুৰৰ চিকিৎসকৰ ওচৰলৈ যায়।

চৰকাৰী জিলা চিকিৎসালয়ত ই এন টি বিশেষজ্ঞ ডাঃ শৈলেন্দ্ৰ গুপ্তাই যেতিয়া ৰোগীজনৰ চিটি স্কেন কৰাইছিল, তেতিয়া তেওঁ আচৰিত হৈ পৰে, কাৰণ লোকজনৰ মূৰৰ পিছফালৰ অংশত এডাল শিৰা ফাটি যোৱাৰ বাবে তেজ জমা হৈছিল, যিটো সাধাৰণতে উচ্চ ৰক্তচাপ, দুৰ্ঘটনা বা যুঁজৰ ফলকত হোৱা দেখা যায়। কিন্তু সঞ্জয় জয়ছৱালৰ কোনোদিনে বি পি বেছি হোৱা নাছিল তথা কোনো দুৰ্ঘটনাৰো ঘটনা সংঘটিত হোৱা নাছিল, যাৰ বাবে চিকিৎসকসকলক অধিক বিমোৰত পৰে।

জানিব পৰা মতে চিকিৎসাৰ সময়তো সঞ্জয়ৰ বি পি স্বাভাৱিক আছিল। সঞ্জয় আৰু তেওঁৰ পৰিয়ালৰ লোকে ডাক্তৰক জনাই যে তেওঁৰ ঘৰৰ ওচৰতে এক ডিজে অনুষ্ঠান আছিল। অনুষ্ঠানটোত বিকট শব্দৰে ডিজে বজাই থকাৰ সময়তে তেওঁৰ মূৰ ঘূৰোৱা যেন লাগিছিল।

পাছত সংকটজনক অৱস্থাৰ পৰিপ্ৰেক্ষিতত সঞ্জয়ক বিশেষ চিকিৎসাৰ বাবে ৰায়পুৰলৈ প্ৰেৰণ কৰা হৈছে। ডাঃ গুপ্তাই কয় যে প্ৰাথমিক নিদানৰ পৰা অনুমান কৰিব পাৰি যে ডিজে সংগীতৰ বিকট শব্দৰ বাবে ৰোগীজনৰ মগজুৰ ৰক্তক্ষৰণ হৈছে।

ডাঃ গুপ্তাই কয় যে যদি ডিজে বা যিকোনো শব্দ উচ্চ ভলিউমত বজোৱা হয় তেন্তে ইয়াৰ বেয়া প্ৰভাৱ পৰে। বধিৰতাৰ সমস্যাও আহি পৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Brain HemorrhageD J MusicjharkhandLoud Music
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

April 15, 2026
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?
জীৱনশৈলী

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

April 15, 2026
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?
জীৱনশৈলী

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

April 15, 2026
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব
জীৱনশৈলী

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

April 15, 2026
Next Post
‘মই চমৎকাৰী বাবা, মাটিৰ ইটা সোণৰ কৰি দিম’- কোটি কোটি টকা লৈ পলায়ন বাবাৰ

'মই চমৎকাৰী বাবা, মাটিৰ ইটা সোণৰ কৰি দিম'- কোটি কোটি টকা লৈ পলায়ন বাবাৰ

২৫০ জন দলিতক একেলগে সামাজিক বৰ্জন, আনকি গেলামালৰ দোকানতো প্ৰৱেশ নিষিদ্ধ

২৫০ জন দলিতক একেলগে সামাজিক বৰ্জন, আনকি গেলামালৰ দোকানতো প্ৰৱেশ নিষিদ্ধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.