প্ৰতিমাহে হাজাৰ হাজাৰ টকা বিনিয়োগ কৰক৷ অৱসৰৰ পাছত আপুনিও কোটিপতি হ’ব৷ মিউছুৱেল ফাণ্ডৰ অন্তৰ্গত এই কৰপাছ প্লেনৰ মাধ্যমেৰে প্ৰতি মাহত ১ হাজাৰকৈ টকা বিনিয়োগ কৰিলে আপুনি অৱসৰৰ সময়ত প্ৰায় কোটি টকাৰ মালিক হ’ব৷
মিউছুৱেল ফাণ্ডক অন্তৰ্গত এই কৰপাছ প্লেনৰ মাধ্যমেৰে প্ৰতিমাহে ১ হাজাৰলৈ বিনিয়োগ কৰিলে আপুনি অৱসৰৰ সময়ত কোটি টকা লাভ কৰিব৷ বিনিয়োগ যিমানেই দ্ৰুত কৰা যায় সিমানেই ভাল৷ অন্তত ৬০বছৰ বয়স হোৱালৈকে তেতিয়া আপুনি কোটিপতি হ’ব৷ আপুনি বিনিয়োগ আৰম্ভ কৰিব পাৰে ২০বছৰ বয়সৰ পৰা৷ অৱসৰৰ সময়ত ১ কোটি লাভ কৰা সম্ভৱ৷ যিমানেই দেৰী কৰিব সিমানেই কোটিপতি হোৱাৰ সুযোগ আপুনি হেৰুৱাব৷
ধৰক আপুনি ২০বছৰ বয়সৰ পৰা ১০০০ কৈ বিনিয়োগ কৰি আছে, তেন্তে আপোনাৰ হাতত আছে ৪০ বছৰ সময়৷ ১২ শতাংশ বাৰ্ষিক সুদৰ হাৰত আপুনি ৬০বছৰ বিনিয়োগ কৰিলে ৪লাখ ৮০ হাজাৰ টকা পাব৷ ৬০ বছৰত ৰিটাৰ্ণ পাব প্ৰায় ১কোটি ১৮লাখ টকা৷ অৰ্থাৎ ৪লাখ ৮০ হাজাৰ টকা বিনিয়োগ কৰি আপুনি পাব ১ কোটি ১৪লাখ টকা৷ আৰু হাতত নিশ্চিতভাৱে আহিব পাৰে ১ কোটি ১৮ লাখ টকা৷ সেয়ে দেৰী নকৰিব এতিয়াই বিনিয়োগ কৰক৷ কোটিপতি হোৱাৰ পৰা কোনোৱো ৰখাব নোৱাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















