• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ পথ দুৰ্ঘটনা! ৪০-৪৫গৰাকী যাত্ৰীক লৈ ২০০ফুট তলত পৰিল বৰযাত্ৰী কঢ়িওৱা বাহন

ভয়ংকৰ পথ দুৰ্ঘটনা! ৪০-৪৫গৰাকী যাত্ৰীক লৈ ২০০ফুট তলত পৰিল বৰযাত্ৰী কঢ়িওৱা বাহন

2 years ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

10 minutes ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

48 minutes ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

1 hour ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

2 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

2 hours ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

2 hours ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

3 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

4 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

5 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

5 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

6 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভয়ংকৰ পথ দুৰ্ঘটনা! ৪০-৪৫গৰাকী যাত্ৰীক লৈ ২০০ফুট তলত পৰিল বৰযাত্ৰী কঢ়িওৱা বাহন

ভয়ংকৰ পথ দুৰ্ঘটনা! ৪০-৪৫গৰাকী যাত্ৰীক লৈ ২০০ফুট তলত পৰিল বৰযাত্ৰী কঢ়িওৱা বাহন

editor by editor
October 5, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ভয়ংকৰ পথ দুৰ্ঘটনা! ৪০-৪৫গৰাকী যাত্ৰীক লৈ ২০০ফুট তলত পৰিল বৰযাত্ৰী কঢ়িওৱা বাহন
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিবাহথলী হঠাৎ নিজম পৰিল৷ আনন্দবোৰ বিষাদলৈ ৰূপান্তৰ হৈ গ’ল৷ বৰযাত্ৰী কঢ়িয়াই নিয়া বাছ  পৰিলগৈ ২০০ ফুট তলত৷ কমপক্ষেও ২৫-৩০গৰাকীকৈ যাত্ৰীৰ মৃত্যুৰ আশংকা কৰিছে প্ৰশাসনে৷ শুকুৰবাৰে নিশা দুৰ্ঘটনাটো সংঘটিত হৈছে৷ উত্তৰাখণ্ডৰ পাউৰি জিলাত এই দুৰ্ঘটনা৷ হৰিদ্বাৰৰ লালধাঙৰ পৰা পাউৰিৰ বিৰোনখাললৈ যাত্ৰা কৰিছিল বৰযাত্ৰীৰ দলটোৱে৷ দুৰ্ঘটনাত পতিত বাছখনত আছিল কমেও ৪০-৫০গৰাকী যাত্ৰী৷

শুকুৰবাৰে নিশা ৮মান বজাত সীমাণ্ডি গাওঁত এই দুৰ্ঘটনা সংঘটিত হৈছে৷ চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত গভীৰ খাদত পৰি যায় বাছখন৷ কইনা ঘৰৰ পৰা মাত্ৰ ২ কিঃমিঃ থকা অৱস্থাতেই এই দুৰ্ঘটনা সংঘটিত হৈছে৷ বাছখন খাদত পৰাৰ পাছতেই আহত যাত্ৰীৰ মাজত হোৱা আৰ্তনাদ শুনি লৱৰি আহে এলেকাটোৰ স্থানীয় বাসিন্দাসকল৷

দুৰ্ঘটনাৰ খবৰ লাভ কৰি স্থানীয় আৰক্ষী থানাৰ পুলিছ আৰু এছ ডি আৰ এফ টিমো সেই স্থানত উপস্থিত হয়৷ আহতসকলক উদ্ধাৰ কৰি স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ কমপক্ষেও ২৫-৩০গৰাকী লোকৰ মৃত্যু হোৱাৰ আশংকা কৰিছে স্থানীয় লোকে৷ অৱশ্যে দুৰ্ঘটনাত মৃতকৰ সংখ্যাক লৈ কোনোধৰণৰ তথ্য প্ৰকাশ কৰা নাই প্ৰশাসনে৷ আৰক্ষীয়ে জনাইছে যে তেওঁলোকে দুৰ্ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে৷ দুৰ্ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত হৈছে উত্তৰাখণ্ড বিধানসভাৰ স্পিকাৰ ৰীতু খানডুবি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

April 13, 2026
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!
জীৱনশৈলী

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

April 13, 2026
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!
খাদ্য

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

April 13, 2026
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা
জীৱনশৈলী

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

April 13, 2026
Next Post
TATA ৰ পৰা SBI, ইজৰাইলত থকা ১৪টা সংস্থাত পৰিব যুদ্ধৰ প্ৰভাৱ

TATA ৰ পৰা SBI, ইজৰাইলত থকা ১৪টা সংস্থাত পৰিব যুদ্ধৰ প্ৰভাৱ

দুই ৰাজ্যত আহি আছে কংগ্ৰেছ! এক্সিট প’লত জম্মু-কাশ্মীৰ, হাৰিয়ানাত কংগ্ৰেছৰ চৰকাৰ

দুই ৰাজ্যত আহি আছে কংগ্ৰেছ! এক্সিট প’লত জম্মু-কাশ্মীৰ, হাৰিয়ানাত কংগ্ৰেছৰ চৰকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.