• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ পথ দুৰ্ঘটনা! ৪০-৪৫গৰাকী যাত্ৰীক লৈ ২০০ফুট তলত পৰিল বৰযাত্ৰী কঢ়িওৱা বাহন

1 year ago
দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন!  ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

6 hours ago
শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

7 hours ago
গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

9 hours ago
ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

11 hours ago
৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

12 hours ago
ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

13 hours ago
হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?

1 day ago
এই ৪ ৰাশিৰ দুঃসময় শেষ, বুধ বক্ৰীৰ ফলত ২০ দিন শুভ সময় কটাব এইকেইটা ৰাশিয়ে

বৃহস্পতিৰ প্ৰিয় এই ৫ ৰাশিৰ জীৱনজুৰি সুখ! সাফল্য আৰু পদোন্নতি আহিব কাৰ কাৰ?

পিঠিৰ বিষ কোনো কাৰণতেই কমা নাই? জানি থওক মেৰুদণ্ডৰ টিবিৰ লক্ষণ, কেনেকৈ চিনি পাব স্পাইনেল টিউবাৰকুলোচিছ?

শৰীৰত পুষ্টিৰ ঘাটি, এই ৫ লক্ষণেই কৈ দিব পাৰে কি কি বিপদৰ সংকেত

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 12, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভয়ংকৰ পথ দুৰ্ঘটনা! ৪০-৪৫গৰাকী যাত্ৰীক লৈ ২০০ফুট তলত পৰিল বৰযাত্ৰী কঢ়িওৱা বাহন

ভয়ংকৰ পথ দুৰ্ঘটনা! ৪০-৪৫গৰাকী যাত্ৰীক লৈ ২০০ফুট তলত পৰিল বৰযাত্ৰী কঢ়িওৱা বাহন

editor by editor
October 5, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ভয়ংকৰ পথ দুৰ্ঘটনা! ৪০-৪৫গৰাকী যাত্ৰীক লৈ ২০০ফুট তলত পৰিল বৰযাত্ৰী কঢ়িওৱা বাহন
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিবাহথলী হঠাৎ নিজম পৰিল৷ আনন্দবোৰ বিষাদলৈ ৰূপান্তৰ হৈ গ’ল৷ বৰযাত্ৰী কঢ়িয়াই নিয়া বাছ  পৰিলগৈ ২০০ ফুট তলত৷ কমপক্ষেও ২৫-৩০গৰাকীকৈ যাত্ৰীৰ মৃত্যুৰ আশংকা কৰিছে প্ৰশাসনে৷ শুকুৰবাৰে নিশা দুৰ্ঘটনাটো সংঘটিত হৈছে৷ উত্তৰাখণ্ডৰ পাউৰি জিলাত এই দুৰ্ঘটনা৷ হৰিদ্বাৰৰ লালধাঙৰ পৰা পাউৰিৰ বিৰোনখাললৈ যাত্ৰা কৰিছিল বৰযাত্ৰীৰ দলটোৱে৷ দুৰ্ঘটনাত পতিত বাছখনত আছিল কমেও ৪০-৫০গৰাকী যাত্ৰী৷

শুকুৰবাৰে নিশা ৮মান বজাত সীমাণ্ডি গাওঁত এই দুৰ্ঘটনা সংঘটিত হৈছে৷ চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত গভীৰ খাদত পৰি যায় বাছখন৷ কইনা ঘৰৰ পৰা মাত্ৰ ২ কিঃমিঃ থকা অৱস্থাতেই এই দুৰ্ঘটনা সংঘটিত হৈছে৷ বাছখন খাদত পৰাৰ পাছতেই আহত যাত্ৰীৰ মাজত হোৱা আৰ্তনাদ শুনি লৱৰি আহে এলেকাটোৰ স্থানীয় বাসিন্দাসকল৷

দুৰ্ঘটনাৰ খবৰ লাভ কৰি স্থানীয় আৰক্ষী থানাৰ পুলিছ আৰু এছ ডি আৰ এফ টিমো সেই স্থানত উপস্থিত হয়৷ আহতসকলক উদ্ধাৰ কৰি স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ কমপক্ষেও ২৫-৩০গৰাকী লোকৰ মৃত্যু হোৱাৰ আশংকা কৰিছে স্থানীয় লোকে৷ অৱশ্যে দুৰ্ঘটনাত মৃতকৰ সংখ্যাক লৈ কোনোধৰণৰ তথ্য প্ৰকাশ কৰা নাই প্ৰশাসনে৷ আৰক্ষীয়ে জনাইছে যে তেওঁলোকে দুৰ্ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে৷ দুৰ্ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত হৈছে উত্তৰাখণ্ড বিধানসভাৰ স্পিকাৰ ৰীতু খানডুবি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন!  ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?
জীৱনশৈলী

November 12, 2025
শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?
জীৱনশৈলী

শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

November 12, 2025
গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?
জীৱনশৈলী

গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

November 12, 2025
ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?
জীৱনশৈলী

ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

November 12, 2025
Next Post
TATA ৰ পৰা SBI, ইজৰাইলত থকা ১৪টা সংস্থাত পৰিব যুদ্ধৰ প্ৰভাৱ

দুই ৰাজ্যত আহি আছে কংগ্ৰেছ! এক্সিট প’লত জম্মু-কাশ্মীৰ, হাৰিয়ানাত কংগ্ৰেছৰ চৰকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন