সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

অসমবাসীৰ বাবে সুখবৰ। গুৱাহাটীৰ বৰঝাৰত অৱস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেলত এতিয়া যাত্ৰীসকলৰ সুবিধাৰ বাবে অসমীয়া ভাষাতো ৰাজহুৱা...

Read more

অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ

ৰাজ্যত বতৰে লৈছে ভয়ংকৰ ৰূপ। প্ৰবল বৃষ্টিপাতৰ ফলৰ বিভিন্ন প্ৰান্তত ফেনে ফুটুকাৰে বাঢ়ি আহিছে নদ-নদীৰ পানী। অসম আৰু অৰুণাচল প্ৰদেশ...

Read more

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

ড্ৰাইভিং লাইচেন্স (DL) পোৱাৰ প্ৰক্ৰিয়া অধিক সহজ আৰু স্বচ্ছ কৰিবলৈ চৰকাৰে নতুন নিয়ম প্ৰৱৰ্তন কৰিছে। এতিয়া আহি গ'ল ড্ৰাইভিং লাইচেন্সৰ...

Read more

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

অম্বুবাচী মেলা অসমৰ তথা সমগ্ৰ ভাৰতবৰ্ষৰ অন্যতম বৃহৎ আধ্যাত্মিক সমাৱেশ। প্ৰতি বছৰে জুন মাহত গুৱাহাটীৰ কামাখ্যা মন্দিৰত অনুষ্ঠিত এই উৎসৱত...

Read more

অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

শীঘ্ৰে ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী Sanae Takaichi। প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এইটোৱেই হ’ব তেওঁৰ প্ৰথম আনুষ্ঠানিক ভাৰত ভ্ৰমণ। খবৰ অনুসৰি...

Read more

কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?

আজিৰে পৰা কামাখ্যা ধামত আৰম্ভ হৈছে অম্বুবাচী মেলা। ইতিমধ্যে সাধু-সন্ন্যাসীৰে ভৰি পৰিছে নীলাচলৰ বুকু। সম্পূৰ্ণ আধ্যাত্মিকতাত বিলীন হৈ পৰিছে নীলাচল...

Read more

মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

আজিৰে পৰা শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগ। এই উপলক্ষে দৰ্শনাৰ্থীক আদৰিবলৈ সাজু কামাখ্যা দেৱালয় পৰিচালনা সমিতিৰ লগতে কামৰূপ মহানগৰ জিলা...

Read more

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱী মন্দিৰ ৫১ টা শক্তিপীঠৰ ভিতৰত অন্যতম। ধৰ্মীয় আৰু পৌৰাণিক বিশ্বাস অনুসৰি দেৱী সতীৰ যোগীয় অংশ...

Read more

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

অসমৰ উচ্চশিক্ষা আৰু গৱেষণাক্ষেত্ৰলৈ এক গৌৰৱময় খবৰ কঢ়িয়াই আনিছে তেজপুৰ বিশ্ববিদ্যালয়ে। অসমৰ গৌৰৱৰ প্ৰতীক তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰাসায়নিক বিজ্ঞান বিভাগৰ তিনিগৰাকী...

Read more
Page 13 of 535 1 12 13 14 535

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]