লেখা

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

ইজৰাইললৈ যাত্ৰা কৰা FLY DUBAIৰ এখন বিমানত আক্ৰমণৰ চেষ্টা বিফল কৰি সাহসিকতাৰ পৰিচয় দিয়া ভাৰতীয় কেপ্টেইন স্মিট মাছাৰ এতিয়া বিশ্বজুৰি...

Read more

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

প্ৰশান্ত মহাসাগৰত সাগৰৰ পানীৰ উষ্ণতা স্বাভাৱিকতকৈ অধিক বৃদ্ধি পোৱাৰ ফলত সৃষ্টি হোৱা এল নিন’ (El Niño) পৰিঘটনা এইবাৰ অধিক শক্তিশালী...

Read more

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ দিৱেগৰ বিলত বৃহস্পতিবাৰে সংঘটিত এক শোকাৱহ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। সাগৰত সাঁতুৰিবলৈ গৈ পুনেৰ আলণ্ডিৰ...

Read more

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

হিন্দু ধৰ্মত শাৰদীয় নৱৰাত্ৰিক অন্যতম গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ হিচাপে গণ্য কৰা হয়। এই ৯ দিনত ভক্তসকলে দেৱী দুৰ্গাৰ নটা ৰূপ...

Read more

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

নিজৰ পত্নীৰ বিৰুদ্ধে ৮৫ বছৰীয়া শাহুৱেকক হ*ত্যাৰ অভিযোগ তুলি আহমেদাবাদ ক্ৰাইম ব্ৰাঞ্চৰ কাষ চাপিছিল এজন লোক। কিন্তু নিজে পতা জালত...

Read more

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বৰ্তমানৰ ব্যস্ত জীৱনত নতুন মানুহক লগ পোৱা আৰু প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলাৰ পদ্ধতিও যথেষ্ট সলনি হৈছে। আগতে পৰিচিত লোক, বন্ধু-বান্ধৱ...

Read more

জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

জুবিন গাৰ্গৰ ঘটনাক কেন্দ্ৰ কৰি চলি থকা তদন্ত আৰু আইনী প্ৰক্ৰিয়াৰ মাজতে চৰ্চালৈ আহিছে প্ৰৱাসী অসমীয়া তন্ময় ফুকনৰ নাম। ছিংগাপুৰৰ...

Read more

বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

দেশজুৰি ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আহিছে গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ড ব্যৱস্থাত ভুৱা হিতাধিকাৰী চিনাক্ত কৰাৰ লগতে অযোগ্য কাৰ্ড আঁতৰোৱাৰ উদ্দেশ্যে...

Read more

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

জ্যোতিষ শাস্ত্ৰৰ মতে ৰাশিফলত কলসৰ্প দোষ থাকিলে সকলোৱে সাৱধানে থকা উচিত। কালসৰ্প দোষ থকা ব্যক্তিয়ে আৰ্থিক সমস্যা, বিবাহত পলম বা...

Read more
Page 43 of 533 1 … 42 43 44 … 533

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]