• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অবিশ্বাস্য! ৭১ হাজাৰ টকীয়া এক্টিভাৰ স্কুটিৰ বাবে ১৫.৪ লাখ মূল্যৰ ফেন্সি নম্বৰ ক্ৰয়!

অবিশ্বাস্য! ৭১ হাজাৰ টকীয়া এক্টিভাৰ স্কুটিৰ বাবে ১৫.৪ লাখ মূল্যৰ ফেন্সি নম্বৰ ক্ৰয়!

4 years ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

8 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

8 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

9 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

10 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

10 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

11 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

11 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

12 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

12 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

13 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

14 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অবিশ্বাস্য! ৭১ হাজাৰ টকীয়া এক্টিভাৰ স্কুটিৰ বাবে ১৫.৪ লাখ মূল্যৰ ফেন্সি নম্বৰ ক্ৰয়!

editor by editor
April 18, 2022
in বাণিজ্য, বিবিধ, ভাৰত
0
অবিশ্বাস্য! ৭১ হাজাৰ টকীয়া এক্টিভাৰ স্কুটিৰ বাবে ১৫.৪ লাখ মূল্যৰ ফেন্সি নম্বৰ ক্ৰয়!
0
SHARES
466
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিছুমান মানুহৰ চকৰ বিষয়ে শুনিলে বা জানিলে আপোনাৰ হয় হাঁহি উঠিব নহয় আপুনিও চৰমভাৱে চকিত অথবা আচম্বিত হৈ পৰিব৷

আপোনাক ঠিক হচকিত তথা আচম্বিত কৰিব পৰা তেনে এটা খবৰে এইবাৰ সংবাদ মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰিছে৷

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি এজন লোকে তেওঁৰ ৭১ হাজাৰ টকাৰ মূল্যৰ এক্টিভা দুচকীয়া বাহনখনৰ বাবে ১৫.৪ লাখ টকা দি নিজৰ পচন্দৰ ফেন্সি নম্বৰটো ক্ৰয় কৰিছে৷

লগতে পঢ়ক হিন্দু যুৱতীক পলুৱাই নিয়া মুছলমান যুৱকৰ ঘৰত গণ আক্ৰমণ, আৰক্ষীৰ গোচৰ ৰুজু

ঘটনাটো পঞ্জাৱৰ ৰাজধানী চহৰ চণ্ডীগড়ৰ৷ উল্লেখ্য যে ভাৰতত বহু বাহনৰ গৰাকীয়ে বাহনখন পঞ্জীয়নৰ সময়ত নিজৰ পচন্দ নম্বৰটো ধনৰ বিনিময়ত ক্ৰয় কৰাতো নতুন কথা নহয়৷ এনে নম্বৰবোৰৰ বাবে সময়ে সময়ে নিলামৰো ব্যৱস্থা কৰা হয়৷

কিন্তু এখন ৭১ হাজাৰ টকাৰ মূল্যৰ দুচকীয়া বাহনৰ বাবে নিলাম অনুষ্ঠানত বৃহৎ পৰিমাণৰ ১৫.৪ লাখ টকা দি নিজৰ পচন্দৰ ফেন্সি নম্বৰ ক্ৰয় কৰাতো এয়াই প্ৰথম৷ যিটো সকলো লোককে আচৰিত কৰি তুলিছে৷

দিন্দুস্তান টাইমছৰ বাতৰি মতে চণ্ডীগড়ৰ ব্ৰিজ মোহন নামৰ লোকজনে তেওঁৰ দুচকীয়া এক্টিভা বাহনখনৰ বাবে ১৫ লাখ ৪৪ হাজাৰ টকাৰ বিনিময়ত ক্ৰয় কৰা ফেন্সি নম্বৰটো হৈছে চিএইচ০১- চিজে- ০০০১৷

লগতে পঢ়ক দেশৰ কে’বাখনো ৰাজ্যৰ উপ নিৰ্বাচনত মুখ থেকেচা বিজেপিৰ

‘‘মই এইটো নম্বৰ এতিয়া ক্ৰয় কৰা এক্টিভাখনত ব্যৱহাৰ কৰিম৷’’ হিন্দুস্তান টাইমছৰ আগত ব্ৰিজ মোহনে কয়৷

সাধাৰণতে এখন বাহনৰ ফেন্সি নম্বৰ ক্ৰয়ৰ মূল্যটোৰ ক্ষেত্ৰত সংশ্লিষ্ট বাহনখনৰ মূল্যৰ ওপৰত ভিত্তি কৰি আনুপাতিকভাৱে নিৰ্ধাৰণ কৰা হয়৷ ইয়াৰ পূৰ্বে ই ০০০১ নম্বৰটোৰ সৰ্বকালৰ সৰ্বোচ্চ মূল্যৰ নিবিদা আছিল ২৬.০৫ লাখ টকা৷ ২০১২ চনত এছ ছিৰিজ মাৰ্চিডিজ ব্ৰেঞ্জৰ এজন গৰাকীয়ে এই নম্বৰটো ২৬.০৫ লাখ টকাত ক্ৰয় কৰিছিল, যিটো সাধাৰণ ফেন্সি নম্বৰৰ মূল্যৰ তুলনাত চাৰিগুণ অধিক৷

লগতে পঢ়ক হৰভজন সিঙৰ মহানুভৱতা! কৃষকৰ কন্যাৰ শিক্ষাত ব্যয় কৰিব দৰমহাৰ ধন

চণ্ডিগড় ৰেজিষ্টাৰিং এণ্ড লাইচেঞ্চিং অথৰিটিয়ে যোৱা ১৪-১৬ এপ্ৰিলত চিএইচ ০১ চিজে শৃংখলাৰ ফেন্সি নম্বৰ আৰু অৱশিষ্ট নম্বৰৰ বাবে নিলাম অনুষ্ঠিত কৰিছিল৷ উক্ত নিলামত এই নম্বৰটোৰ ক্ষেত্ৰত সৰ্বাধিক ৩৭৮ টা হাতুৰীৰ কোব পৰে আৰু অৱশেষত ব্ৰিজ মোহনে ১৫ লাখ ৪৪ হাজাৰ টকাত এই নম্বৰটো লাভ কৰিবলৈ সক্ষম হয়৷

ইফালে নিলাম অনুষ্ঠানত চিএইচ ০১ চিজে-০০২ নম্বৰটো ৫.৪ লাখ টকাত বিক্ৰীৰে দ্বিতীয় সৰ্বাধিক মূল্য হিচাপে পৰিগণিত হৈছে৷ উল্লেখ্য যে চণ্ডিগড় ৰেজিষ্টাৰিং এণ্ড লাইচেঞ্চিং অথৰিটিয়ে নিলাম অনুষ্ঠানটোত চিএইচ ০১ শৃংখলা আৰু অৱশিষ্ট নম্বসমূহৰ বিক্ৰীৰে ১.৫ কোটি সংগ্ৰহ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamfancy number
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?
বাণিজ্য

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

April 9, 2026
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!
জীৱনশৈলী

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

April 9, 2026
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল
জীৱনশৈলী

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

April 9, 2026
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

April 9, 2026
Next Post
কৃষকক গাড়ীৰে মহটিয়াই হত্যা : কেন্দ্ৰীয় মন্ত্ৰী পুত্ৰৰ জামিন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ

কৃষকক গাড়ীৰে মহটিয়াই হত্যা : কেন্দ্ৰীয় মন্ত্ৰী পুত্ৰৰ জামিন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ

‘লাইফ অৱ পাই’, নাওৰ পৰাই জঁপিয়ালে ঢেকীয়াপতীয়া বাঘে, চাওক ভিডিঅ’

‘লাইফ অৱ পাই’, নাওৰ পৰাই জঁপিয়ালে ঢেকীয়াপতীয়া বাঘে, চাওক ভিডিঅ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.