• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাৰফেক্ট জীৱনসংগী বাচি লওক ৰাশি মানি! সাতোজন্মলৈকে অটুত থাকিব সম্পৰ্ক

পাৰফেক্ট জীৱনসংগী বাচি লওক ৰাশি মানি! সাতোজন্মলৈকে অটুত থাকিব সম্পৰ্ক

3 years ago
বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

2 hours ago
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

3 hours ago
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

4 hours ago
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

5 hours ago
ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

5 hours ago
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

6 hours ago
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

7 hours ago
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

7 hours ago
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

8 hours ago
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

9 hours ago
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

10 hours ago
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পাৰফেক্ট জীৱনসংগী বাচি লওক ৰাশি মানি! সাতোজন্মলৈকে অটুত থাকিব সম্পৰ্ক

editor by editor
February 8, 2024 - Updated on April 1, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
পাৰফেক্ট জীৱনসংগী বাচি লওক ৰাশি মানি! সাতোজন্মলৈকে অটুত থাকিব সম্পৰ্ক
0
SHARES
11k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ স্কুলৰ পৰা বন্ধুত্ব, তাৰপাছতেই প্ৰেম-ভালপোৱা, সম্পৰ্ক ইয়াতকৈয়ো এঢাপ আগুৱাই আকৌ বিবাহ বান্ধোন। এই সকলোবোৰ কথাৰেই আমাৰ জীৱনশৈলীৰ সৈতে এৰাব নোৱাৰা সম্পৰ্ক আছে। স্কুল কলেজৰ বন্ধুত্ব কেতিয়াবা শেষ হৈ যায় কিন্তু প্ৰেমৰ সম্পৰ্ক বা বিবাহৰ সম্পৰ্ক বিচ্ছেদ আমি নিবিচাৰো। বিবাহৰ পাছতেই সংগীৰ সৈতে হঠাৎ বিচ্ছেদ হোৱাৰ ঘটনা দিনকদিনে বাঢ়ি আহিছে। এয়া অস্বাভাৱিক ঘটনা নহ’লেও আমাৰা সমাজ জীৱনত বিচ্ছেদ আজিও সহজভাৱে ল’ব পৰা বিষয় নহয়। জ্যোতিষীয়ে জনোৱা অনুসৰি প্ৰেম, বিবাহ এই সকোলোবোৰ এক ৰাশিচক্ৰৰ ভিতৰতেই ঘটি থকা ঘটনা। ৰাশি মানি জীৱনসংগী বিচাৰি ল’লে আজীৱন এই সম্পৰ্ক অটুত থাকে বুলি দাবী কৰে জ্যোতিষ শাস্ত্ৰই।

যদি প্ৰেম, বিবাহ ৰাশিচক্ৰৰ বিপৰীতে ঘটে তেন্তে বিবাহিত জীৱনত অশান্তিৰ সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে।  আপোনাৰ ভাললগা ব্যক্তিগৰাকীৰ ৰাশি কি পূৰ্বেই জানি ল’লে পাছলৈ কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয়।

কোন ৰাশিৰ জাতকৰ সৈতে কোন ৰাশিৰ জাতকৰ যুঁটি শুভ হয় এতিয়াই জানি থওক

১) মেষ ৰাশিৰ জাতকৰ বাবে ভাল জীৱনসংগী হয় কুম্ভ ৰাশিৰ জাতকসকল।
২) বৃষ ৰাশিৰ জাতকৰ বাবে শুভ সংগী হৈছে কন্যা ৰাশিৰ জাতকসকল।
৩) মিথুন ৰাশিৰ জাতকৰ বাবে ভাল জীৱনসংগী হৈছে তুলা ৰাশিৰ জাতকসকল।
৪) কৰ্কট ৰাশিৰ জাতকৰ বাবে ভাল সংগী হৈছে মীন ৰাশিৰ জাতক।
৫) ধনু ৰাশিৰ জাতকৰ বাবে সিংহ ৰাশিৰ জাতকসকল ভাল সংগী।
৬) কন্যা ৰাশিৰ জাতকৰ বাবে ভাল সংগী সৈতে মেষ ৰাশিৰ জাতকসকল।
৭) মিথুন ৰাশিৰ জাতকৰ বাবে ভাল সংগী হ’ব পাৰে তুলা ৰাশিৰ জাতকসকল।
৮) সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বৃশ্চিক ৰাশিৰ জাতকসকল ভাল সংগী হ’ব পাৰে।
৯) ধনু ৰাশিৰ জাতকৰ বাবে ভাল সংগী হৈছে সিংহ ৰাশিৰ জাতকসকল।
১০) মকৰ ৰাশিৰ জাতকসকলৰ বাবে ভাল সংগী হৈছে বৃষ আৰু কৰ্কট ৰাশিৰ জাতক।
১১) কুম্ভ ৰাশিৰ জাতকৰ বাবে মেষেই উত্তম সংগী।
১২) মীন ৰাশিৰ জাতকৰ বাবে কৰ্কট ৰাশিৰ জাতকেই ভাল সংগী।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ
অসম

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

October 30, 2026
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!
অসম

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

October 30, 2026
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা
বাণিজ্য

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

October 30, 2026
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!
জীৱনশৈলী

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

October 30, 2026
Next Post
প্ৰধানমন্ত্ৰী মোদীয়ে নিজকে OBC বুলি আভুৱা ভাৰিছে, মোদী কিয় OBC নহয় প্ৰমাণ দাঙি ধৰিলে ৰাহুল গান্ধীয়ে

প্ৰধানমন্ত্ৰী মোদীয়ে নিজকে OBC বুলি আভুৱা ভাৰিছে, মোদী কিয় OBC নহয় প্ৰমাণ দাঙি ধৰিলে ৰাহুল গান্ধীয়ে

কাইলৈৰ পৰা আৰম্ভ মাঘ গুপ্ত নৱৰাত্ৰি! মা দুৰ্গাৰ আশীৰ্বাদত ভাগ্যোদয় হ’ব ৫ৰাশিৰ জাতকৰ

কাইলৈৰ পৰা আৰম্ভ মাঘ গুপ্ত নৱৰাত্ৰি! মা দুৰ্গাৰ আশীৰ্বাদত ভাগ্যোদয় হ’ব ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.