কাজিৰঙাত মাছ ধৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। বন বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ।