• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কাণত ধৰি ক্ষমা খোজক কংগনাই’- কংগনাৰ মন্তব্যৰ ওপৰত জাঙুৰ খাই উঠিল কংগ্ৰেছ

‘কাণত ধৰি ক্ষমা খোজক কংগনাই’- কংগনাৰ মন্তব্যৰ ওপৰত জাঙুৰ খাই উঠিল কংগ্ৰেছ

2 years ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

11 minutes ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

23 minutes ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

41 minutes ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

1 hour ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

2 hours ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

2 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

3 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

4 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

4 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

5 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

7 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘কাণত ধৰি ক্ষমা খোজক কংগনাই’- কংগনাৰ মন্তব্যৰ ওপৰত জাঙুৰ খাই উঠিল কংগ্ৰেছ

editor by editor
August 25, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
‘কাণত ধৰি ক্ষমা খোজক কংগনাই’- কংগনাৰ মন্তব্যৰ ওপৰত জাঙুৰ খাই উঠিল কংগ্ৰেছ
0
SHARES
299
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘কাণত ধৰি ক্ষমা খোজক কংগনাই’- কংগনাৰ মন্তব্যৰ ওপৰত জাঙুৰ খাই উঠিল কংগ্ৰেছ

বলীউডৰ অভিনেত্ৰী তথা বিজেপিৰ সাংসদ কংগনা ৰানাউটে শেহতীয়াকৈ দিয়া এক মন্তব্যৰ ওপৰত জাঙুৰ খাই উঠিছে কংগ্ৰেছ। অভিনেত্ৰীৰ গৰাকীৰ মন্তব্যক অতিকে নিম্ন মানৰ বুলি উল্লেখ কৰি আনকি কাণত ধৰি ক্ষমা খোজাৰ বাবেও আহ্বান জনাই কংগ্ৰেছে।

কংগনাই এক সাক্ষাৎকাৰত কৃষক আন্দোলন সন্দৰ্ভত ভাষণ দি কৈছিল যে তেওঁলোকে মাত্ৰ আন্দোলনৰ নামত হিংসা বিয়পাইছে। অভিনেত্ৰী তথা সাংসদ কংগনা ৰানাৱটে কয় যে কেন্দ্ৰ সবল হৈ নাথাকিলে কৃষক আন্দোলনৰ সময়ত পঞ্জাৱ, বাংলাদেশলৈ ৰূপান্তৰিত হ’লহেঁতেন। বিজেপিৰ সাংসদগৰাকীৰ এই কৃষক সন্দৰ্ভত কৰা মন্তব্যৰ ওপৰতে ক্ষোভ প্ৰকাশ কংগ্ৰেছৰ।

কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনেটে কয় যে দিল্লীৰ সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰা কৃষকসকলক বিজেপি নেতাই গালি-গালাজ কৰিছে, এতিয়া তেওঁলোকৰ সাংসদসকলেও কৃষকসকলক হত্যাকাৰী আৰু ধৰ্ষণকাৰী বুলি অভিহিত কৰিছে। লগতে ইয়াকো কয় যে বিজেপিৰ এই কথাৰ উত্তৰ এতিয়া কিছুদিনৰ পাছতে হাৰিয়ানাই দিব। এনে পৰিস্থিতিত বিজেপি আৰু কেন্দ্ৰৰ শাসকীয় মোডী চৰকাৰে উত্তৰ দিব লাগিব। যদি তেনেকুৱা নহয়, তেন্তে সাংসদগৰাকীয়ে কৃষকসকলক কাণত ধৰি ক্ষমা খুজিব লাগে।

https://x.com/SupriyaShrinate/status/1827659642098348442

কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনেটে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ লিখিছে যে এয়া বিজেপি সাংসদ কংগনা ৰানাৱটৰ শেহতীয়া বক্তব্য। য’ত তেঁও কোৱা দেখা গৈছে যে “কৃষক আন্দোলনত দীৰ্ঘদিন ধৰি পৰিকল্পনা আছিল, ইয়াৰ আঁৰত বাংলাদেশ আৰু চীন আৰু আমেৰিকাৰ দৰে বিদেশী শক্তিয়ে কাম কৰি আছে।”

উল্লেখ্য যে, এটা ব্যক্তিগত চেনেলক দিয়া সাক্ষাৎকাৰত বিজেপিৰ সাংসদগৰাকীয়ে আন্দোলনকাৰী কৃষকক লক্ষ্য কৰি লৈছিল। কংগনাই কৈছিল যে পঞ্জাৱত কৃষক আন্দোলনৰ নামত হিংসা বিয়পি আছে, ইয়াৰ বাহিৰেও তাত ধৰ্ষণ, হত্যাৰ দৰে ঘটনাও সংঘটিত হৈ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bjpbjp mpBJP MP KanganaCongressfarmer protestIndian Politicskangana ranautMP Kanganapolitics
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!
বাণিজ্য

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

October 14, 2026
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…
বিনোদন

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

October 14, 2026
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প
বাণিজ্য

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

October 14, 2026
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?
জীৱনশৈলী

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 14, 2026
Next Post
কেনে যাব আজি জন্মাষ্টমিৰ দিনটো, ভগৱান কৃষ্ণই কৃপা কৰিব ৮ ৰাশিৰ লোকৰ ওপৰত

কেনে যাব আজি জন্মাষ্টমিৰ দিনটো, ভগৱান কৃষ্ণই কৃপা কৰিব ৮ ৰাশিৰ লোকৰ ওপৰত

আজি জন্মাষ্টমীত শ্ৰীকৃষ্ণক পূজা কৰাৰ বাবে আটাইতকৈ শুভ সময় কি? ইয়াৰ গুৰুত্ব কিমান?

আজি জন্মাষ্টমীত শ্ৰীকৃষ্ণক পূজা কৰাৰ বাবে আটাইতকৈ শুভ সময় কি? ইয়াৰ গুৰুত্ব কিমান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.