আহি আছে ক’ৰোনাৰ তৃতীয় লহৰ। ছেপ্টেম্বৰত আৰম্ভণি হোৱাৰ আশংকা। aiimsৰ মুৰব্বীৰ সতৰ্কবাণী। ডাঃ ৰণদ্বীপ গুলেৰিয়াই জনাইছে সংবাদ মাধ্যমক।