অসম লাইভ ২৪ঃ অসমৰ এটি সদ্যোজাতে গঢ়িছে অভিলেখ। শনিবাৰে শিলচৰত জন্ম হয় ৫.২ কেজি ওজনৰ এটি শিশু। ৰাজ্যখনত বৰ্তমানলৈকে জন্ম হোৱা সৰ্বাধিক ওজনৰ শিশুৰ অভিলেখ এয়া। শিলচৰৰ সতীন্দ্ৰ মোহন দেৱ চিভিল হাস্পতালত জন্ম গ্ৰহণ কৰে এই শিশুটিয়ে। চিকিৎসকসকলৰ মতে, অসমত সাধাৰণতে জন্ম হোৱা শিশুৰ গড় ওজন ২.৫ কেজি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ