• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ক’ৰোনা ভেকচিনৰ দ্বিতীয় পালি ল’লেই ব্ৰেকআপ দিম’

‘ক’ৰোনা ভেকচিনৰ দ্বিতীয় পালি ল’লেই ব্ৰেকআপ দিম’

5 years ago
শান্তি চুক্তিৰ চৰ্চাৰ মাজতে ইৰানৰ বাবে ইউৰোপৰ ৪খন দেশে আনিছে ভাল খবৰ

শান্তি চুক্তিৰ চৰ্চাৰ মাজতে ইৰানৰ বাবে ইউৰোপৰ ৪খন দেশে আনিছে ভাল খবৰ

4 minutes ago
মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

41 minutes ago
সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

1 hour ago
উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

2 hours ago
এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

3 hours ago
শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

3 hours ago
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

5 hours ago
এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

6 hours ago
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

6 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

19 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

19 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘ক’ৰোনা ভেকচিনৰ দ্বিতীয় পালি ল’লেই ব্ৰেকআপ দিম’

প্ৰেমিকাক ভাবুকি প্ৰেমিকৰ

editor by editor
September 16, 2021
in বিবিধ
0
‘ক’ৰোনা ভেকচিনৰ দ্বিতীয় পালি ল’লেই ব্ৰেকআপ দিম’
0
SHARES
198
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক’ৰোনা ভাইৰাছৰ পৰা ৰক্ষা পাবৰ বাবে ভেকচিন লোৱাটো অত্যন্ত জৰুৰী। WHOৰ লগতে বিশ্বৰ প্ৰায় সকলো দেশে জনসাধাৰণক ভেকচিন প্ৰদানত গুৰুত্ব আৰোপ কৰিছে। কিন্তু তাৰ মাজতে পোহৰলৈ আহিছে এক হাস্যকৰ ঘটনা। ব্ৰিটেইনৰ এগৰাকী প্ৰমিকে প্ৰেমিকাক ভেকচিনৰ দ্বিতীয় ড’জ লোৱাত মানা কৰি দিছে। আৰু যদি ভেকচিন লয়, তেন্তে ব্ৰেকআপ দিয়াৰো ভাবুকি দিয়ে প্ৰেমিকে। ‘মিৰৰ ইউকে’ৰ বাতৰি অনুসৰি যুৱতীগৰাকীৰ নিজৰ বয়ফ্ৰেইণ্ডৰ এই কাহিনী ছ’চিয়েল মিডিয়া প্লেটফৰ্ম Redditত শ্বেয়াৰ কৰে। যুৱতীগৰাকীয়ে কয় যে বয়ফ্ৰেইণ্ডৰ সৈতে যোৱা এবছৰ ধৰি তেওঁ ৰিলেচনশ্বিপত আছে। তেওঁ ক’ৰোনা ভেকচিনৰ প্ৰথম ড’জ বহু আগতে লৈছে যদিও ভেকচিনৰ দ্বিতীয় ড’জ লোৱাৰ সময়ত বয়ফ্ৰেইণ্ডে অদ্ভুত ধৰণৰ ধমকি দিছে। যুৱতীগৰাকীয়ে কয় যে বয়ফ্ৰেইণ্ডে ভেকচিনৰ দ্বিতীয় ড’জ লোৱাত মানা কৰি দিছে। কেৱল সেয়াই নহয় ভেকচিন ল’লে মোক ব্ৰেকআপ দিব বুলিও কৈছে। এনে পৰিস্থিতিত যুৱতীগৰাকী দোমোজাত পৰিছে। যদি ভেকচিন নলয়, তেনেহ’লে তেওঁৰ পঢ়া এৰিব লাগিব আৰু যদি ভেকচিন লয়, তেনেহ’লে তেওঁক বয়ফ্ৰেইণ্ডে এৰিব। এতিয়া যুৱতীগৰাকীয়ে ভেকচিন ল’ব নে নল’ব, এই কথাক লৈ Redditত বন্ধুবৰ্গৰ মতামত বিচাৰিছে। বন্ধুবৰ্গয়ো নিজৰ নিজৰ মতামত প্ৰকাশ কৰিছে। গতিকে যুৱতীগৰাকীয়ে ভেকচিন লয় নে নলয়, সেই কথা পিছৰ সময়তহে জানিব পৰা যাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24boyfriend threatenscorona vaccine
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শান্তি চুক্তিৰ চৰ্চাৰ মাজতে ইৰানৰ বাবে ইউৰোপৰ ৪খন দেশে আনিছে ভাল খবৰ
বিশ্ব

শান্তি চুক্তিৰ চৰ্চাৰ মাজতে ইৰানৰ বাবে ইউৰোপৰ ৪খন দেশে আনিছে ভাল খবৰ

June 15, 2026
মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ
জীৱনশৈলী

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

June 15, 2026
সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম
বিনোদন

সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

June 15, 2026
উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো
বিনোদন

উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

June 15, 2026
Next Post
মায়ানগৰীত মায়াবী নিশা, বিনিময়ত ২০ হাজাৰ

মায়ানগৰীত মায়াবী নিশা, বিনিময়ত ২০ হাজাৰ

ৰাজ্যত ২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান

ৰাজ্যত ২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.