• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰকাশ পালে কোভিডৰ নতুন SOP, পূৰ্বৰকৈ কিছু শিথিল কৰা হয় নীতি-নিৰ্দেশনা। কি কি আছে SOPত?

প্ৰকাশ পালে কোভিডৰ নতুন SOP, পূৰ্বৰকৈ কিছু শিথিল কৰা হয় নীতি-নিৰ্দেশনা। কি কি আছে SOPত?

5 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

6 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

6 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

6 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

6 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

6 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

6 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

7 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

7 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

7 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 week ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 week ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 week ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

প্ৰকাশ পালে কোভিডৰ নতুন SOP, পূৰ্বৰকৈ কিছু শিথিল কৰা হয় নীতি-নিৰ্দেশনা। কি কি আছে SOPত?

editor by editor
August 17, 2021
in অসম, ক'ভিড-১৯, গুৱাহাটী
0
প্ৰকাশ পালে কোভিডৰ নতুন SOP, পূৰ্বৰকৈ কিছু শিথিল কৰা হয় নীতি-নিৰ্দেশনা। কি কি আছে SOPত?
0
SHARES
278
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ প্ৰকাশ পালে কোভিড সন্দৰ্ভত ৰাজ্য চৰকাৰৰ নতুন SOP। মঙলবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেলযোগে ঘোষণা কৰে নতুন নীতি-নিৰ্দেশনা। ১৮ আগষ্টৰ পুৱা ৫ বজাৰ পৰা বলৱৎ হ’ব নতুন SOP ৰাজ্যৰ সাম্প্ৰতিক কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বতকৈ কিছু শিথিল কৰা হৈছে কোভিড বিধি। আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত থকা পূৰ্বৰ নিষেধাজ্ঞা শিথিল। কেৱল কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰতহে অহা-যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বিবাহ, অন্তিম সৎকাৰ আদিত ২৫ জনৰ অনুমতি প্ৰদান। সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ বাহাল থাকিব। যুগ্ম-অযুগ্ম বাহনৰ চলাচল নিয়ম প্ৰত্যাহাৰ। যাত্ৰীবাহী বাছৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল থাকিব। ৫০ শতাংশ যাত্ৰীৰে চলাচল কৰিব লাগিব যাত্ৰীবাহী বাছ। সন্ধিয়া ৬ বজালৈ দোকান-পোহাৰ খোলাৰ অনুমতি প্ৰদান। ৰাজহুৱা সভা-সমিতিত দুয়োপালি ভেকচিন লোৱা লোকহে উপস্থিত থাকিব পাৰিব। মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত ১ ঘণ্টাত ২০ জন লোকৰহে প্ৰৱেশৰ অনুমতি। ধৰ্মীয় অনুষ্ঠানত ১০ জন লোকৰ সমাগমৰ অনুমতি। ১৮ আগষ্টৰ পৰা সকলো নামঘৰ মুকলি থাকিব। নামঘৰত অংশগ্ৰহণ কৰিব পাৰিব ৫০ শতাংশ লোকে। হোটেল-ৰেষ্টোৰাঁৰ ক্ষেত্ৰতো ৫০ শতাংশ লোকৰ অনুমতি প্ৰদান। বন্ধ থাকিব চিনেমা হল। শীঘ্ৰেই আৰম্ভ হ’ব MBBS, engineering, GNM আদিৰ চূড়ান্ত বৰ্ষৰ পাঠদান। ইয়োৰোপৰি দুয়োপালি ভেকচিন লোৱা লোকক চৰকাৰী কাৰ্যালয়লৈ যোৱাৰ অনুমতি প্ৰদান কৰে ৰাজ্য চৰকাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid new sopkeshab mahanta
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
Next Post
ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ গতিবেগ বৃদ্ধি, জৰিমনা সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ গতিবেগ বৃদ্ধি, জৰিমনা সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

ভাৰতবর্ষৰ ৰাজ্যসমূহৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী কোন?

ভাৰতবর্ষৰ ৰাজ্যসমূহৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.