• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হতাশাত ভুগি ক’ৰোনা ৰোগীৰ আত্মহত‍্যা

হতাশাত ভুগি ক’ৰোনা ৰোগীৰ আত্মহত‍্যা

6 years ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

18 minutes ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

38 minutes ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

1 hour ago
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

2 hours ago
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

2 hours ago
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

3 hours ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

4 hours ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

5 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

5 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

6 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

6 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

হতাশাত ভুগি ক’ৰোনা ৰোগীৰ আত্মহত‍্যা

editor by editor
August 2, 2020
in ক'ভিড-১৯, ভাৰত
0
হতাশাত ভুগি ক’ৰোনা ৰোগীৰ আত্মহত‍্যা
0
SHARES
76
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ হাস্পতালত চিকিৎসাধীন ক’ৰোনা ৰোগীৰ হতাশগ্ৰস্ততাই লৈছে ভংয়কৰ ৰূপ৷ দেশৰ ভিন্নস্থানত আত্মহত‍্যা কৰিছে চিকিৎসাধীন কোভিড আক্ৰান্তই৷ দেওবাৰে পুৱাই চণ্ডীগড়ত এগৰাকী ক’ৰোনা ৰোগীৰ হাস্পতালৰ পঞ্চম মহলাৰ পৰা জঁপিয়াই আত্মহত‍্যা কৰে৷ ৬২বৰ্ষীয় চুন্নিলাল চণ্ডীগড়ৰ ‘GMCS 32’ত চিকিৎসাধীন হৈ আছিল৷ আনহাতে ত্ৰিপুৰাতো সংঘটিত হ’ল অনুৰূপ ঘটনা৷ এগৰাকী যুৱকে হাস্পতালৰ পৰা জঁপিয়াই আত্মহত‍্যা কৰে৷ ৰেপিড এণ্টিজেন টেষ্টত কোভিড ধৰা পৰাৰ পাছতে ত্ৰিপুৰাৰ গোবিন্দ বল্লভ পণ্ট চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যুৱকগৰাকীক৷ হতাশাত ভুগি যুৱকজনে হাস্পতালৰ তৃতীয় মহলাৰ পৰা জঁপিয়াই আত্মহত‍্যা কৰে৷ মৃত যুৱকজনৰ ঘৰ ত্ৰিপুৰাৰ মুহুৰীপুৰ গাঁৱত৷ ইয়াৰোপৰিও আন কেইবাগৰাকী ৰোগীও বিগত সময়ত আত্মহত‍্যা কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: coronacovid 19gmcssuicide case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?
জীৱনশৈলী

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

March 30, 2026
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?
জীৱনশৈলী

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

March 30, 2026
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য
জীৱনশৈলী

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

March 30, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
Next Post
নতুন শিক্ষা নীতি, EIA প্ৰত্যাহাৰৰ দাবী

নতুন শিক্ষা নীতি, EIA প্ৰত্যাহাৰৰ দাবী

UNLOCKৰ নতুন নিৰ্দেশনা

UNLOCKৰ নতুন নিৰ্দেশনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.