• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ পৰা ১২-১৪ বছৰীয়া কিশোৰ-কিশোৰীৰ কোভিড টিকাকৰণ, কেনেকৈ কৰিব পঞ্জীয়ন?

কাইলৈ পৰা ১২-১৪ বছৰীয়া কিশোৰ-কিশোৰীৰ কোভিড টিকাকৰণ, কেনেকৈ কৰিব পঞ্জীয়ন?

4 years ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

3 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

4 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

5 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

7 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

7 hours ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

8 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

8 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

23 hours ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

24 hours ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

1 day ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

1 day ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কাইলৈ পৰা ১২-১৪ বছৰীয়া কিশোৰ-কিশোৰীৰ কোভিড টিকাকৰণ, কেনেকৈ কৰিব পঞ্জীয়ন?

editor by editor
March 15, 2022
in অসম, ভাৰত, স্বাস্থ্য
0
কাইলৈ পৰা ১২-১৪ বছৰীয়া কিশোৰ-কিশোৰীৰ কোভিড টিকাকৰণ, কেনেকৈ কৰিব পঞ্জীয়ন?
0
SHARES
135
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অহা ১৬ মাৰ্চৰ পৰা দেশৰ ১২-১৪ বছৰীয়া কিশোৰ-কিশোৰীসকলৰ কোভিড টিকাকৰণ আৰম্ভ হ’ব৷ হায়দৰাবাদস্থিত বায়’ল’জিকেল ই’ভেন্স ক’ৰ্বেভাক্স-এ নিৰ্মাণ কৰা কোভিড ভেকচিনেৰে দেশৰ ১২ ৰপৰা ১৪ বছৰৰ কিশোৰ-কিশোৰীসকলক প্ৰদান কৰাৰ টিকাকৰণ কাৰ্যসূচী আৰম্ভ কৰা হ’ব৷

ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল মন্ত্ৰালয়ে এক বিজ্ঞপ্তি প্ৰকাশ কৰি কৈছিল যে বৈজ্ঞানিক সংস্থাসমূহৰ সৈতে আলোচনা কৰি ২০০৮, ২০০৯ আৰু ২০১০ বৰ্ষত জন্ম লাভ কৰা সকলো কিশোৰ-কিশোৰীকে কোভিড টিকাকৰণ প্ৰদানৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷

ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মানসুখ মাণ্ডব্যই দেশৰ শিশুসকলৰ সুৰক্ষাই দেশৰ সুৰক্ষা বুলি উল্লেখ কৰি কয় যে ১২-১৩ আৰু ১৩-১৪ বছৰীয়া কিশোৰ-কিশোৰীসকলক ১৬ মাৰ্চৰ ভেকচিন প্ৰদান কৰা হ’ব৷

লগতে পঢ়ক ‘অতি ভাল ছবি…’, ‘দ্য কাশ্মীৰ ফাইলছ’ চাবলৈ সকলোকে আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দেশৰ প্ৰাপ্তবয়স্কসকলক সম্পূৰ্ণৰূপে কোভিড ভেকচিন প্ৰদান কৰা হৈছে৷ আনহাতে ১৫ৰ পৰা ১৮ বছৰীয়া কিশোৰ-কিশোৰীসকলকো ভেকচিন প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰিছে মন্ত্ৰী মাণ্ডব্য-এ৷

সংবাদ সংস্থা পিটিআইৰ মতে দেশর ৭.১১ কোটি কিশোৰ-কিশোৰীক এই কাৰ্যসূচীৰ দ্বাৰা ভেকচিন প্ৰদান কৰা হ’ব৷

কেনেকৈ পঞ্জীয়ন কৰিব?

লগতে পঢ়ক ২৬ মাৰ্চৰ পৰা IPL : প্ৰৱৰ্তন কৰা হৈছে কে’বাটাও নতুন নিয়ম, সেই নিয়মসমূহ কি কি?

১. প্ৰথমে Co-WIN পৰ্টেলত গৈ www.cowin.gov.in খুলিব৷

২. তাৰ পিছত “Register/Sign In” ক্লীক কৰিব৷

৩. মোবাইললৈ এটা OTP আহিব আৰু OTP দি লগ ইন কৰিব৷

৪. যদি মোবাইল নম্বৰটোত আগতে কোভিড ভেকচিন গ্ৰহণৰ বাবে ব্যৱহাৰ কৰা হৈছিল, তেনে পৰ্টেলৰ সোঁফালে ওপৰত থকা এড মেম্বাৰ বুটামত ক্লীক কৰিব৷ যদি নতুন নম্বৰ হয় তেনে চিধাই এড মেম্বাৰ বুটামত টিপিব৷

৫. তাৰ পিছত পৰিচয় পত্ৰ আপলোড কৰিবলৈ আহিব৷ যদি তেওঁলোকৰ আধাৰ কাৰ্ড পানকাৰ্ড নাথাকে তেনে বিদ্যালয়ৰ পৰিচয় পত্ৰখন আপলোড কৰি পঞ্জীয়ন কৰিব পাৰিব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Channel of AssamBest News Channel min AssamBest News Portal in Assamcovid vaccinationTeenagers Covid Vaccination
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ
জীৱনশৈলী

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

February 5, 2026
Next Post
বিধানসভাত জুই বৰষি চৰকাৰক তুলাধুনা বিধায়ক অখিল গগৈৰ; নিস্তব্ধ সদন

বিধানসভাত জুই বৰষি চৰকাৰক তুলাধুনা বিধায়ক অখিল গগৈৰ; নিস্তব্ধ সদন

জেনেৰেল চোলেমানীৰ হত্যাৰ ভয়ংকৰ প্ৰতিশোধ : সংগমৰ সময়তে পুৰুষক ছুৰিকাঘাত যুৱতীৰ

জেনেৰেল চোলেমানীৰ হত্যাৰ ভয়ংকৰ প্ৰতিশোধ : সংগমৰ সময়তে পুৰুষক ছুৰিকাঘাত যুৱতীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.