• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডাৰভাংগা বিষ্ফোৰণত জড়িত দুই অপৰাধীক গ্ৰেপ্তাৰ

ডাৰভাংগা বিষ্ফোৰণত জড়িত দুই অপৰাধীক গ্ৰেপ্তাৰ

5 years ago
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

30 minutes ago
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

48 minutes ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

2 hours ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

3 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

4 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

4 hours ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

6 hours ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

7 hours ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

7 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

8 hours ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

9 hours ago
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ডাৰভাংগা বিষ্ফোৰণত জড়িত দুই অপৰাধীক গ্ৰেপ্তাৰ

editor by editor
July 1, 2021
in অপৰাধ, অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
ডাৰভাংগা বিষ্ফোৰণত জড়িত দুই অপৰাধীক গ্ৰেপ্তাৰ
0
SHARES
122
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ডাৰভাংগা বিষ্ফোৰণত জড়িত আছিল সংন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ। NIAৰ হাতত গ্ৰেপ্তাৰ হ’ল লস্কৰ-ই-তৈবাৰ দুই সন্ত্ৰাসবাদী। বুধবাৰে হায়দৰাবাদৰ পৰা NIAই গ্ৰেপ্তাৰ কৰে বিষ্ফোৰণ কাণ্ডৰ মূল অভিযুক্ত ইমৰাণ মালিক আৰু মহম্মদ নাছিৰ মালিকক। ঘটনা সন্দৰ্ভত প্ৰতিদিনে ন ন তথ্য উদঘাটন হৈ আছে। ইমৰাণ মালিক আৰু মহম্মদ নাছিৰ মালিক লস্কৰ-ই-তৈবাৰ সৈতে জড়িত থকাৰ তথ্য পোহৰলৈ আহিছিল তেলেংগানা আৰক্ষীৰ ইণ্টেলিজেন্স চেলৰ অনুসন্ধানত। আৰক্ষীৰ ভাষ্য অনুসৰি, সন্ত্ৰাসবাদীয়ে ট্ৰেইনখন সম্পূৰ্ণৰূপে ধ্বংসৰ কৰাৰ পৰিকল্পনা কৰিছিল। ট্ৰেইনত চেঞ্চৰ সংযোগ কৰিছিল। কিন্তু লোককেইজনৰ ভুলৰ বাবে পৰিকল্পনা অনুসৰি সংঘটিত নহ’ল বিষ্ফোৰণটো। সম্প্ৰতি দুই অপৰাধীক জেৰা অব্যাহত ৰাখিছে NIAৰ আদালতে। উল্লেখ্য, ১৭ জুনত বিহাৰৰ ডাৰভাংগা ৰেল ষ্টেচনত সংঘটিত হৈছিল এই বিষ্ফোৰণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24darbhanga blastlaskar-i-taibar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?
ভাৰত

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

July 11, 2026
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 
অপৰাধ

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

July 11, 2026
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য
বিনোদন

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 11, 2026
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা
জীৱনশৈলী

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

July 11, 2026
Next Post
HSLC, HS আৰু হাইমাদ্ৰাছা পৰীক্ষা সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ সংবাদমেল। কিদৰে হ’ব পৰীক্ষাৰ মূল্যায়ন?

HSLC, HS আৰু হাইমাদ্ৰাছা পৰীক্ষা সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ সংবাদমেল। কিদৰে হ’ব পৰীক্ষাৰ মূল্যায়ন?

উন্নত হৈছে দিলীপ কুমাৰৰ স্বাস্থ্য; টুইটযোগে সকলোকে ধন্যবাদ জনালে বন্ধু ফাইজল ফাৰুকে

উন্নত হৈছে দিলীপ কুমাৰৰ স্বাস্থ্য; টুইটযোগে সকলোকে ধন্যবাদ জনালে বন্ধু ফাইজল ফাৰুকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.