• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বয়স ৩০ হোৱাৰ পূৰ্বেই আপুনিও ডিমেনছিয়াত আক্ৰান্ত হ’ব পাৰে, কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

বয়স ৩০ হোৱাৰ পূৰ্বেই আপুনিও ডিমেনছিয়াত আক্ৰান্ত হ’ব পাৰে, কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

1 year ago
যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

59 minutes ago
শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

1 hour ago
প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

1 hour ago
প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

2 hours ago
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

3 hours ago
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

3 hours ago
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

5 hours ago
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

5 hours ago
জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

6 hours ago
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

7 hours ago
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

8 hours ago
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বয়স ৩০ হোৱাৰ পূৰ্বেই আপুনিও ডিমেনছিয়াত আক্ৰান্ত হ’ব পাৰে, কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

বয়স ৩০ হোৱাৰ পূৰ্বেই আপুনিও ডিমেনছিয়াত আক্ৰান্ত হ’ব পাৰে, কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

editor by editor
June 20, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
বয়স ৩০ হোৱাৰ পূৰ্বেই আপুনিও ডিমেনছিয়াত আক্ৰান্ত হ’ব পাৰে, কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?
0
SHARES
40
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সৰু সৰু কথা যিকথা কিছু সময়ৰ পূৰ্বেই আপোনাৰ মনত আছিল আৰু হঠাৎ আপুনি একেবাৰেই পাহৰি গ’ল৷ হয়তো বিশেষ কামত ঘৰৰ পৰা ওলাইছিল কিন্তু ওলোৱাৰ পিছত কিয় ওলাই আহিছিল সেই কথা আপুনি পাহৰি গৈছে৷ বয়স ৬০ পাৰ কৰাৰ পিছত এই সমস্যা হলে আমি ধৰি লওঁ যে ব্যক্তিজন ডিমেনছিয়াত আক্ৰান্ত৷ কিন্তু বয়স যদি ৩০ বছৰতকৈয়ো তলত আৰু এই সমস্যাত ভূগিছে তেন্তে এয়া কিহৰ লক্ষণ?

৩০ বছৰ বয়সৰ পূৰ্বেও আপোনাৰ শৰীৰত ডিমেনছিয়া ৰোগে বাঁহ বান্ধিব পাৰে৷ ডিমেনছিয়াৰ নানান ভাগ আছে৷ তাৰমাজত সৰ্বাধিক পৰিচিত আৰু দুৰাৰোগ্য ডিমেনছিয়া হৈছে আলঝাইমাৰ্ছ৷ ইয়াৰমাজতো আছে প্ৰায় ২০০ টা ভাগ৷ যাৰ মাজত বহু সংখ্যক বংশগত৷ কোনোবাটো আকৌ জীৱনযাত্ৰাৰ কাৰণেও হব পাৰে৷ কম বয়সত অধিকাংশ লোকৰেই এই ৰোগ ধৰা নপৰে৷ কাৰণ ৩০ বছৰৰ পূৰ্বে ডিমেনছিয়া হব পাৰে বুলি বহুতেই ধাৰণাও নকৰে৷ ফলত উপসৰ্গসমূহ এৰাই চলে বহুতেই৷ যাৰ ফলত পৰবৰ্তীসময়ত বৃহৎ ক্ষতি হয়৷

ডিমেনছিয়াৰ উপসৰ্গসমূহ কি কি?

১. ভাষাৰ সমস্যা

ধৰক কোনোৱে কিবা কথা আপোনাক কৈছে৷ কিন্তু কোনো এটা শব্দও আপোনাপ মনত নাই বা আপুনি পাহৰি পেলাইছে৷ বা ধৰক এটা বাক্য কৈছে যি বাক্য আকৌ অসমাপ্তই কৰি থৈছে৷ ক্ৰমাগতভাৱে এই সমস্যা হলে বুজিব যে আপোনাৰ এয়া এক ৰোগেই৷

২. ব্যৱহাৰ বা মুড ছুইং

মাজে মাজে আপুনি মেজাজ হেৰুৱাই পেলাই৷ ঘনে ঘনে মুড চেঞ্জ বা মুড ছুইং ডিমেনছিয়াৰ লক্ষণ৷

৩. পৰিকল্পনাত সমস্যা

ধৰক কৰোবালৈ যোৱাৰ প্লেন আছে কিন্তু সেই প্লেনৰ কথা পাহৰিও পেলাইছে৷ বা কোনো কাম কৰাৰ কথা আছিল কিন্তু আপুনি সময় মেনেজ কৰিব নোৱাৰিলে৷ বাৰে বাৰে এই সমস্যা হলে বিষয়টো চিন্তনীয়৷

৪. স্থান কাল পাত্ৰ পাহৰি পেলোৱা

হয়তো আপুনি ফেমিলি গেট টুগেদাৰত আছে৷ তাৰমাজতেই আপুনি ভাবুক হৈ আছে বা আপুনি অন্য এখন পৃথিৱীত মানসিকভাৱে বিচৰণ কৰি আছে বা আপুনি অন্য কথা কৈ আছে যি কথা আপোনাৰ অনুষ্ঠানৰ সৈতে কোনো লিংক নাই৷

৫. স্মৃতিভ্ৰংশ

ডেইলী লাইফৰ সৰু সৰু গুৰুত্বপূৰ্ণ কথাসমূহ পাহৰি পেলাইছে৷ সংগীৰ জন্মদিন, এনিভাৰ্চাৰী, এই সকলোবোৰ কথা আপুনি যদি মনত ৰাখিব নোৱাৰে বা বাৰে বাৰে কোৱাৰ পাছতো আপোনাৰ মনত নৰয় এইসমূহ তাৰিখ তেন্তে আপুনি ৰোগী হোৱাৰ পথত৷

৬. কামত সমস্যা

হঠাৎ পাৰ্ফৰমেন্স বেয়া হৈছে৷ যি কাম পূৰ্বে সহজেই কৰি পেলায় কিন্তু এতিয়া আপুনি সেই কাম ইচ্ছা কৰিও কৰিব নোৱাৰে তেন্তে অনতিপলমে চিকিৎসকৰ পৰামৰ্শ লওক৷

বহু মানুহ আছে যিসকলে বছৰৰ পাছত বছৰ ধৰি উপৰোক্ত সমস্যাসমূহৰ সন্মুখীন হৈ আহিছে তেন্তে গুৰুত্ব দিয়ক৷ বিশেষজ্ঞই কৈছে আতংকিত নহৈ সতৰ্ক হওক৷ যদি ক্ৰমাগতভাৱে এই সমস্যা হৈ আছে তেন্তে স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ লওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ
ভাৰত

যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

September 17, 2026
শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?
অসম

শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

September 17, 2026
প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত
ৰাজনীতি

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

September 17, 2026
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়
বিনোদন

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

September 17, 2026
Next Post
নিশা টোপনি ভাল হ’লেও দিনটো ক্লান্ত অনুভৱেই হৈ থাকে? শৰীৰত কি কি ৰোগে দেখা দিলে ক্লান্তভাৱ আহে?

নিশা টোপনি ভাল হ’লেও দিনটো ক্লান্ত অনুভৱেই হৈ থাকে? শৰীৰত কি কি ৰোগে দেখা দিলে ক্লান্তভাৱ আহে?

গেংটকত উপস্থিত তীৰ্থযাত্ৰীৰ প্ৰথমটো দল, নাথুলা হৈ কৈলাশ-মানস সৰোবৰ পাবলৈ কিমানদিন সময় লাগিব? কিমান দিনলৈ খোলা থাকিব যাত্ৰাপথ?

গেংটকত উপস্থিত তীৰ্থযাত্ৰীৰ প্ৰথমটো দল, নাথুলা হৈ কৈলাশ-মানস সৰোবৰ পাবলৈ কিমানদিন সময় লাগিব? কিমান দিনলৈ খোলা থাকিব যাত্ৰাপথ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.