• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গেংটকত উপস্থিত তীৰ্থযাত্ৰীৰ প্ৰথমটো দল, নাথুলা হৈ কৈলাশ-মানস সৰোবৰ পাবলৈ কিমানদিন সময় লাগিব? কিমান দিনলৈ খোলা থাকিব যাত্ৰাপথ?

গেংটকত উপস্থিত তীৰ্থযাত্ৰীৰ প্ৰথমটো দল, নাথুলা হৈ কৈলাশ-মানস সৰোবৰ পাবলৈ কিমানদিন সময় লাগিব? কিমান দিনলৈ খোলা থাকিব যাত্ৰাপথ?

1 year ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

34 minutes ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

2 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

2 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

2 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

10 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

10 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

11 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

11 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

12 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

13 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

14 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গেংটকত উপস্থিত তীৰ্থযাত্ৰীৰ প্ৰথমটো দল, নাথুলা হৈ কৈলাশ-মানস সৰোবৰ পাবলৈ কিমানদিন সময় লাগিব? কিমান দিনলৈ খোলা থাকিব যাত্ৰাপথ?

গেংটকত উপস্থিত তীৰ্থযাত্ৰীৰ প্ৰথমটো দল, নাথুলা হৈ কৈলাশ-মানস সৰোবৰ পাবলৈ কিমানদিন সময় লাগিব? কিমান দিনলৈ খোলা থাকিব যাত্ৰাপথ?

editor by editor
June 20, 2025
in জীৱনশৈলী
0
গেংটকত উপস্থিত তীৰ্থযাত্ৰীৰ প্ৰথমটো দল, নাথুলা হৈ কৈলাশ-মানস সৰোবৰ পাবলৈ কিমানদিন সময় লাগিব? কিমান দিনলৈ খোলা থাকিব যাত্ৰাপথ?
0
SHARES
70
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাঁচ বছৰৰ পাছতেই আকৌ আৰম্ভ হ’ব কৈলাশ আৰু মানস সৰোবৰ যাত্ৰা৷ ২০ জুন শুকুৰবাৰে ৩৬গৰাকী তীৰ্থযাত্ৰী গেংটকত উপস্থিত হৈছে৷ দিল্লী জৱাহৰলাল নেহৰু ভৱন আৰু গাজিয়াবাদৰ কৈলাশ মানস সৰোবৰ যাত্ৰা ভৱনৰ পৰা ২০২৫ চনৰ যাত্ৰা আৰম্ভ হৈছে৷ এইবছৰ ছিকিমৰ নাথুলা আৰু উত্তৰাখণ্ডৰ লিপুলেখ পাছ হৈ কৈলাশ আৰু মানস সৰোবৰ যাত্ৰা চলিব৷

প্ৰথম দলত আছে ৪৬গৰাকী তীৰ্থযাত্ৰী৷ কিন্তু স্বাস্ত্যজনিত সমস্যাৰ বাবে ৩৬ জনেহে কৈলাশ আৰু মানস সৰোবৰ যাত্ৰাৰ বাবে ৰাওনা হৈছে৷ ইয়াৰ মাজত ২৩ জন পুৰুষ আৰু ১৩গৰাকী মহিলা৷ তাৰমাজতেই দুগৰাকী চৰকাৰী কৰ্তাও আছে৷ শুকুৰবাৰে গেংটক উপস্থিত হোৱাৰ পাছত ছিকিম চৰকাৰৰ পক্ষৰ পৰা তীৰ্থযাত্ৰীসকলক স্বাগত জনোৱা হয়৷

প্ৰতিবছৰে জুনৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত চীন অধিকৃত তিব্বতত মানস সৰোবৰ আৰু কৈলাশ যাত্ৰা কৰিব পাৰে ভাৰতীয় পৰ্যটক আৰু তীৰ্থযাত্ৰীসকলে৷ কিন্তু ২০২০ চনৰ কভিড মহামাৰীৰ বাবে এই যাত্ৰা বন্ধ কৰা হৈছিল৷ আৰু সুদীৰ্ঘ ৫ বছৰৰ মূৰত আকৌ এই যাত্ৰা আৰম্ভ কৰা হৈছে৷

ছিকিমৰ নাথুলা আৰু উত্তৰাখণ্ডৰ লিপুলেখ পাছেৰে ভাৰত আৰু তিব্বতত প্ৰৱেশ কৰিব পাৰিব ভাৰতীয় পৰ্যটত আৰু তীৰ্থযাত্ৰীসকলে৷ উত্তৰাখণ্ডৰ লিপুলেখ পাছৰ তুলনাত ছিকিমৰ নাথুলাৰে কৈলাশ দৰ্শন কৰিলে শাৰীৰিক কষ্ট কম হয়৷ গেংটকত উপস্থিত হোৱাৰ পাছত তীৰ্থযাত্ৰীসকলে উচ্চতা আৰু পৰিবেশৰ সৈতে শৰীৰক খাপ খুওৱাৰ বাবে দুদিন সময় পায়৷ গেংটকৰ পৰা ১৫ মাইল যাত্ৰা কৰি শেৰাথাংত থাকিব পাৰি৷ ইয়াৰপাছতেই নাথুলা হৈ কাংমাত প্ৰৱেশ কৰিব পাৰে৷

নাথুলাৰে কৈলাশ আৰু মানস সৰোবৰ যাত্ৰা শেষ কৰিবলৈ মুঠ ২২ দিন সময় লাগে৷ লিপুলেখেৰে মানস সৰোবৰত উপস্থিত হবলৈকো প্ৰায় একেই সময় লাগে৷ কিন্তু কৈলাশ পৰ্বত দৰ্শন কৰি উভতাৰ পথক পিথোৰাগড়ৰ বুন্দি, চকৌৰি আৰু আলমোড়াতো এটা এটা নিশা কটাব পাৰে তীৰ্থযাত্ৰীয়ে৷

উল্লেখ কৰা প্ৰয়োজন যে চীনৰ অধীনত থকা তীব্বততেই আছে কৈলাশ আৰু মানস সৰোবৰ৷ এই দুই স্থানেই হিন্দুৰ বাবে অত্যন্ত পবিত্ৰ৷ হিন্দুসকলৰ ধৰ্মীয় বিশ্বাস যে কৈলাশত বাস কৰে মহাদেৱে৷ মানস সৰোবৰত স্নান কৰি কৈলাশ প্ৰদক্ষিণ কৰিলে মোক্ষ লাভ হয় বুলি বিশ্বাস৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

October 8, 2026
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
জীৱনশৈলী

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

October 7, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

October 7, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 7, 2026
Next Post
ৰথযাত্ৰাৰ সময়ত ৰাধা বা ৰুক্মিনী নহয়, প্ৰভু জগন্নাথৰ কাষত থাকে আন এগৰাকী মহিলা, তেওঁ কোন?

ৰথযাত্ৰাৰ সময়ত ৰাধা বা ৰুক্মিনী নহয়, প্ৰভু জগন্নাথৰ কাষত থাকে আন এগৰাকী মহিলা, তেওঁ কোন?

মেষ, সিংহসহ কেইবাটাও ৰাশিক কৃপা কৰিব স্বয়ং মঙ্গলে! জুনৰ কিমান তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ?

মেষ, সিংহসহ কেইবাটাও ৰাশিক কৃপা কৰিব স্বয়ং মঙ্গলে! জুনৰ কিমান তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.