• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩১ মাৰ্চৰ পূৰ্বে এইবোৰ কাম সম্পন্ন নকৰিলে বন্ধ হ’ব আপোনাৰ SBIৰ বেংক একাউন্ট!

৩১ মাৰ্চৰ পূৰ্বে এইবোৰ কাম সম্পন্ন নকৰিলে বন্ধ হ’ব আপোনাৰ SBIৰ বেংক একাউন্ট!

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৩১ মাৰ্চৰ পূৰ্বে এইবোৰ কাম সম্পন্ন নকৰিলে বন্ধ হ’ব আপোনাৰ SBIৰ বেংক একাউন্ট!

editor by editor
March 23, 2022
in অসম, বিবিধ, ভাৰত
0
৩১ মাৰ্চৰ পূৰ্বে এইবোৰ কাম সম্পন্ন নকৰিলে বন্ধ হ’ব আপোনাৰ SBIৰ বেংক একাউন্ট!
0
SHARES
550
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশত বহুতো বেংক চলিত বিত্তীয় বৰ্ষত বেংকৰ নিয়মবোৰত একাধিক পৰিৱৰ্তন কৰিছে। ভাৰতৰ অন্যতম বৃহৎ বেংক ভাৰতীয় ষ্টেট বেংক (এছবিআই)ও কেতবোৰ নিয়ম সলনি কৰিছে। চলিত বছৰ এছবিআই-এ ইয়াৰ গ্ৰাহকসকলৰ বাবে কেইবাটাও নতুন নিয়মৰ সৃষ্টি কৰিছে।

প্ৰতিজন গ্ৰাহকে এই নিয়মবোৰৰ বিষয়ে অৱগত হোৱা উচিত। যদি তেওঁলোকে স্বাভাৱিকতে নিয়মবোৰ অনুসৰণ নকৰে, তেন্তে ভৱিষ্যতে তেওঁলোক হয়তো বিপদতো পৰিব পাৰে।

ইয়াৰ নিয়মবোৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ নিয়মটো হৈছে এছবিআই গ্ৰাহকৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড বেংকৰ সৈতে সংযোগ কৰা।

লগতে পঢ়ক মুছলমান যুৱকক বিয়া কৰাবলৈ অসন্মত : পাকিস্তানত হিন্দু যুৱতীক অপহৰণ কৰি নি হত্যা

কেৱল পান কাৰ্ড আৰু আধাৰ লিংক নহয়, যিসকল গ্ৰাহকে এবছৰতকৈ অধিক সময় KYC দাখিল কৰা নাই বা একাউণ্টত কোনো লেনদেন কৰা নাই তেওঁলোকে নতুনকৈ KYC দাখিল কৰিব লাগিব।

We advise our customers to link their PAN with Aadhaar to avoid any inconvenience and continue enjoying a seamless banking service.#ImportantNotice #AadhaarLinking #Pancard #AadhaarCard #AmritMahotsav #AzadiKaAmritMahotsavWithSBI pic.twitter.com/Qp9ZBqG4Xh

— State Bank of India (@TheOfficialSBI) February 18, 2022

যদি সংশ্লিষ্ট গ্ৰাহকসকলে মাৰ্চৰ ভিতৰত এই একত্ৰীকৰণ নকৰে, তেওঁলোকৰ বেংক সেৱাৰ পৰা বঞ্চিত হ’বও পাৰে।

কেৱল এয়াই নহয়, নিৰ্ধাৰিত সময়ৰ ভিতৰত পান আৰু আধাৰ কাৰ্ড সংযোগ নকৰা গ্ৰাহকসকলকো এছবিআইৰ বেংক সেৱাৰ পৰা বঞ্চিত কৰা হ’ব পাৰে।

লগতে পঢ়ক কোনসকল লোক পৰকীয়া প্ৰেমৰ প্ৰতি আগ্ৰহী হয়? গৱেষণাই কি কয়?

সেয়ে গ্ৰাহকসকক ৩১ মাৰ্চৰ ভিতৰত পান কাৰ্ড আৰু আধাৰৰ লিংকটো সংযোগ কৰিবলৈ কোৱা হৈছে। আৰু যিসকলে এবছৰতকৈ অধিক সময় বেংকেৰে কোনো লেনদেন কৰা নাই, তেওঁলোকে তেওঁলোকৰ একাউণ্টত KYC আপডেট কৰিব লাগিব।

ইয়াৰ উপৰিও, যদি এজন ব্যক্তিয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত পান কাৰ্ড আৰু আধাৰ লিংক সংযোগ কৰিবলৈ সক্ষম নহয়, তেন্তে ব্যক্তিজনক ১,০০০ টকালৈকে জৰিমনা ভৰিবলগীয়া হ’ব পাৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aadhar cardasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assampan cardsbi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
প্ৰেমিকৰ আগত পদা নিষিদ্ধ! পাদিব নোৱাৰি চিকিৎসালয়ত ভৰ্তি হ’ল জনপ্ৰিয় গায়িকা প্ৰেমিকা

প্ৰেমিকৰ আগত পদা নিষিদ্ধ! পাদিব নোৱাৰি চিকিৎসালয়ত ভৰ্তি হ’ল জনপ্ৰিয় গায়িকা প্ৰেমিকা

মাধুৰী দীক্ষিতৰ ফ্লেটৰ ভাৰা কিমান জানেনে? জানিলে আপোনাৰ চকু কপালত উঠিব!

মাধুৰী দীক্ষিতৰ ফ্লেটৰ ভাৰা কিমান জানেনে? জানিলে আপোনাৰ চকু কপালত উঠিব!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.