• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীৱিত ব্যক্তি মৃত ঘোষণাৰ পাছত এইবাৰ মহিলাৰ পেটত এৰিলে টাৱেল, ঘটনা একে ৰাজ্যৰে

জীৱিত ব্যক্তি মৃত ঘোষণাৰ পাছত এইবাৰ মহিলাৰ পেটত এৰিলে টাৱেল, ঘটনা একে ৰাজ্যৰে

2 years ago
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

7 hours ago
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

7 hours ago
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

7 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

7 hours ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

8 hours ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

9 hours ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

10 hours ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

10 hours ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

12 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

12 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

13 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

জীৱিত ব্যক্তি মৃত ঘোষণাৰ পাছত এইবাৰ মহিলাৰ পেটত এৰিলে টাৱেল, ঘটনা একে ৰাজ্যৰে

editor by editor
November 25, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
জীৱিত ব্যক্তি মৃত ঘোষণাৰ পাছত এইবাৰ মহিলাৰ পেটত এৰিলে টাৱেল, ঘটনা একে ৰাজ্যৰে
0
SHARES
158
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জীৱিত ব্যক্তি মৃত ঘোষণাৰ পাছত এইবাৰ মহিলাৰ পেটত এৰিলে টাৱেল, ঘটনা একে ৰাজ্যৰে

সদ্যহতে দেশ জুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এটা ঘটনা। এগৰাকী জীৱিত ব্যক্তিক মৃত বুলি ঘোষণা কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰো ৰিপোৰ্ট দাখিল কৰে। লগতে ৪ ঘণ্টা ধৰি অতিকে শীতল মৰ্গতো ৰাখি থয় জীৱিত লোগগৰাকীক। পাছে এইবাৰ সেই ঘটনাৰ পাছত আন এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ।

এইবাৰ মহিলাৰ পেটত টাৱেল এৰিলে চিকিৎসকে। তাতোকৈ চাঞ্চল্যৰ কথা যে, এই দুয়োটাই ঘটনা ৰাজস্থানৰ।

ৰাজস্থানত ইটোৰ পিছত সিটোকৈ চিকিৎসকৰ গাফিলতিৰ ঘটনা পোহৰলৈ। জীৱিত যুৱকক চিকিৎসকে মৃত ঘোষণা কৰাৰ পাছত এইবাৰ যোধপুৰ অঞ্চলত পোহৰলৈ আহিছে চিকিৎসকৰ গাফিলতিৰ আন এটা গোচৰ।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, এখন চৰকাৰী চিকিৎসালয়লৈ এগৰাকী মহিলা আহিছিল চিজাৰিয়ানৰ বাবে। চিকিৎসকে মহিলাগৰাকীৰ সুকলমে অস্ত্ৰোপচাৰো কৰিছিল যদিও সেই অস্ত্ৰোপাৰৰ পাছৰে পৰা অসহ্য পেট বিষ হবলৈ ধৰে মহিলাগৰাকীৰ।

কাৰণ মহিলাগৰাকীৰ পেটত টাৱেল এৰে চিকিৎসকে। এই বিষয়ে মহিলাগৰাকীয়ে অস্ত্ৰোপচাৰৰ ৯০ দিনৰ পিছতহে জানিব পাৰে। বৰ্তমানে মহিলাগৰাকীয়ে এই ঘটনাত অসন্তুষ্টি প্ৰকাশ কৰি আদালতত এজাহাৰ দাখিল কৰিছে।

তথ্য অনুসৰি এই সমগ্ৰ ঘটনাটো সংঘটিত হৈছিল ১ জুলাইত যেতিয়া মহিলাগৰাকীয়ে প্ৰসৱৰ বাবে কুচামানৰ চৰকাৰী চিকিৎসালয়ত উপস্থিত হৈছিল। অস্ত্ৰোপচাৰৰ পিছত মিহালৰ পেটত অহৰহ বিষ হৈছিল যাৰ বাবে চৰকাৰী আৰু কুচামানৰ বহু ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰিছিল।

কিন্তু প্ৰতিবাৰেই তেওঁক ঘৰলৈ পঠিয়াই দিয়া হৈছিল সাধাৰণ পেটৰ বিষ বুলি। অৱশেষত যোধপুৰ এইমছত স্বাস্থ্য পৰীক্ষাৰ অন্তত ধৰা পৰে মহিলাগৰাকীৰ পেটত টাৱেল থকাৰ কথা।

যোধপুৰ এইমছত চিটি স্কেন আৰু আল্ট্ৰাছাউণ্ডৰ দ্বাৰা পেটত টাৱেলৰ উপস্থিতি নিশ্চিত হয়। জানিব পৰা মতে, টাৱেলৰ বাবে মহিলাগৰাকীৰ অন্ত্ৰৰ ক্ষতি বহু হৈছে। চিকিৎসকে তেওঁক আগন্তুক কেইবামাহো কেৱল তৰল পদাৰ্থ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: rajasthanRajasthan Govt Hospitalrajasthan news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়
বিশ্ব

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

October 15, 2026 - Updated on October 16, 2026
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ
অসম

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

October 15, 2026
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা
জীৱনশৈলী

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

October 15, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

October 15, 2026
Next Post
কাইলৈ উৎপন্না একাদশীত দিপুষ্কৰ যোগ, সকলো কামত সফলতাৰে ভৰি পৰিব ৩ ৰাশিৰ জীৱন

কাইলৈ উৎপন্না একাদশীত দিপুষ্কৰ যোগ, সকলো কামত সফলতাৰে ভৰি পৰিব ৩ ৰাশিৰ জীৱন

দৈনিক ৰাশিফল- আজি একাদশীত একেলগে দিপুষ্কৰ, প্ৰীতি আৰু আয়ুষ্মান যোগৰ বিষেষ প্ৰভাৱ

দৈনিক ৰাশিফল- আজি একাদশীত একেলগে দিপুষ্কৰ, প্ৰীতি আৰু আয়ুষ্মান যোগৰ বিষেষ প্ৰভাৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.